শেষ হ’ল পৰিয়ালকেন্দ্ৰীক ৰাজনীতি৷
চামগুৰি হেৰুৱালে ৰকিবুলৰ পুত্ৰ তাঞ্জিল হুছেইনে৷
চামগুৰিত ইতিহাস হৈ ৰ’ল কংগ্ৰেছ৷
ৰকিবুলৰ দুৰ্গ ভাঙি বিজেপিৰ বৃহৎ জয়লাভ৷
প্ৰায় ২৬ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ বিজেপিৰ দিপ্লু ৰঞ্জনৰ৷
তাঞ্জিল হুছেইনে গাদী ৰক্ষা কৰিব নোৱাৰিলে পিতৃ ৰকিবুল হুছেইনৰ৷
সংখ্যালঘু ভোটত আউল লগাই বিজেপিয়ে মাৰিলে শেষ হাঁহি৷
উপ-নিৰ্বাচনত কংগ্ৰেছ শূণ্য হ’ল অসমত৷
৫সমষ্টিয়েই বিজেপিয়ে দখল কৰাৰ পাছতেই ৰাজ্যজুৰি বিজেপিৰ উচ্ছাহ৷
পুত্ৰৰ পৰাজয় নিজৰ ভুলতেই হোৱা বুলি ক’লে ৰকিবুল হুছেইনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ