• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰীম সানি বগা নহ’ল যুৱক, কাষ চাপিল ন্যায়ৰ বাবে, কোম্পানীয়ে ভৰিলে ১৫ লাখ

ক্ৰীম সানি বগা নহ’ল যুৱক, কাষ চাপিল ন্যায়ৰ বাবে, কোম্পানীয়ে ভৰিলে ১৫ লাখ

2 years ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

4 minutes ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

39 minutes ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

9 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

10 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

11 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

12 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

13 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

13 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

14 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

15 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ক্ৰীম সানি বগা নহ’ল যুৱক, কাষ চাপিল ন্যায়ৰ বাবে, কোম্পানীয়ে ভৰিলে ১৫ লাখ

editor by editor
December 11, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ক্ৰীম সানি বগা নহ’ল যুৱক, কাষ চাপিল ন্যায়ৰ বাবে, কোম্পানীয়ে ভৰিলে ১৫ লাখ
0
SHARES
476
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰীম সানি বগা নহ’ল যুৱক, কাষ চাপিল ন্যায়ৰ বাবে, কোম্পানীয়ে ভৰিলে ১৫ লাখ

বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে এটা কোম্পানীয়ে ভৰিব লগা হল ১৫ লাখ টকা। প্ৰসাধন সামগ্ৰী নিৰ্মাতা কোম্পানীয়ে ভৰিলে ১৫ লাখ টকাৰ জৰিমনা। দিল্লী কনজিউমাৰ কোৰ্টে এই নিৰ্দেশনা জাৰি কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি- এগৰাকী যুৱকে নিজৰ ছালৰ ৰং সলনি কৰিব বিচাৰিছিল। সেই হেঁপাহতে টেলিভিছনৰ পৰ্দাত বাৰে বাৰে প্ৰদৰ্শিত হোৱা এটা বিজ্ঞাপন দেখি নিজকে ‘ফেয়াৰ এণ্ড হেণ্ডচাম’ কৰিবলৈ ফেয়াৰিং ক্ৰীম লগায়। কিন্তু একোৱেই কামত নাহে সেই ক্ৰীম।

যাৰ বাবে অৱশেষত সেই কথাত বিচলিত হৈ যুৱক ন্যায়ৰ বাবে কাষ চাপে ন্যায়ালয়ৰ, আৰু কোম্পানীটোৰ বিৰুদ্ধে দাখিল কৰে গোচৰ।

কেন্দ্ৰীয় দিল্লী জিলা গ্ৰাহক বিবাদ পুনৰ সমাধান আয়োগে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। জানিব পৰা মতে এই ঘটনা ২০১৩ চনৰ, যুৱকজনে ৭৯ টকাত ক্ৰয় কৰিছিল এটা ফেয়াৰিং ক্ৰীম। ক্ৰীম পেকেটত ব্যৱহাৰৰ নিয়ম অনুসৰণ কৰি তেওঁ ক্ৰীম প্ৰয়োগ কৰিছিল যুৱকে। তথাপিও একোৱেই কাম কৰা নাছিল।

যুৱকজনে কয় যে দিনটোত দুবাৰকৈ ফেচ ৱাছ ব্যৱহাৰ কৰাৰ পিছত ক্ৰীম লগাইছিল। দুয়োটাৰে কোনোটোৱেই কাম নকৰে, ছালত সামান্যতমো পৰিৱৰ্তন নহয়। ফলত তেওঁ এই বিজ্ঞাপন সম্পূৰ্ণ বিভ্ৰান্তিকৰ বুলি অভিযোগ কৰে।

ইয়াৰ পিছতে কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গোচৰৰ খৰচৰ বাবে প্ৰায় ১৯ লাখ আৰু ১০ হাজাৰ টকা ক্ষতিপূৰণৰ দাবী জনায়। আয়োগে এই সন্দৰ্ভত বিজ্ঞাপনটো আঁতৰাই পেলাবলৈ নিৰ্দেশ দিয়ে। একে সময়তে কোম্পানীক ১৫ লাখ টকাৰ জৰিমনা বিহে। ইয়াৰে ১৪.৫ লাখ টকা দিল্লীৰ ৰাজ্যিক গ্ৰাহক কল্যাণ পুঁজিলৈ আৰু বাকী ৫০ হাজাৰ টকা অভিযোগকাৰীক প্ৰদান কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Customer Case ServiceFair and lovely CreamFair CompanyFair CreamViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ
জীৱনশৈলী

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

June 27, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
Next Post
‘অভিনেতা নহ’লে আজি আন্ডাৰৱৰ্ল্ডত থাকিলো হয়, খঙৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ নাই’

'অভিনেতা নহ'লে আজি আন্ডাৰৱৰ্ল্ডত থাকিলো হয়, খঙৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ নাই'

কাইলৈ লক্ষ্মী বাৰ, ভগৱান বিষ্ণুৰ আশিৰ্বাদৰ লগতে পাৰিঘ যোগ আৰু শিৱ যোগৰ প্ৰভাৱত ৫ ৰাশিৰ ভাগ্যোদয়

কাইলৈ লক্ষ্মী বাৰ, ভগৱান বিষ্ণুৰ আশিৰ্বাদৰ লগতে পাৰিঘ যোগ আৰু শিৱ যোগৰ প্ৰভাৱত ৫ ৰাশিৰ ভাগ্যোদয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.