• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯০ টা ডবাৰ ব্যক্তিগত ট্ৰেইনৰ ভিতৰত সুন্দৰী প্লেজাৰ ব্ৰিগেড! এই ট্ৰেইনৰ ভিতৰৰ জীৱন কেনে কিম জং উনৰ?

৯০ টা ডবাৰ ব্যক্তিগত ট্ৰেইনৰ ভিতৰত সুন্দৰী প্লেজাৰ ব্ৰিগেড! এই ট্ৰেইনৰ ভিতৰৰ জীৱন কেনে কিম জং উনৰ?

1 year ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

19 minutes ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

1 hour ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

2 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

3 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

4 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

5 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

5 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

5 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

6 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

7 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

9 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯০ টা ডবাৰ ব্যক্তিগত ট্ৰেইনৰ ভিতৰত সুন্দৰী প্লেজাৰ ব্ৰিগেড! এই ট্ৰেইনৰ ভিতৰৰ জীৱন কেনে কিম জং উনৰ?

৯০ টা ডবাৰ ব্যক্তিগত ট্ৰেইনৰ ভিতৰত সুন্দৰী প্লেজাৰ ব্ৰিগেড! এই ট্ৰেইনৰ ভিতৰৰ জীৱন কেনে কিম জং উনৰ?

editor by editor
December 15, 2024
in জীৱনশৈলী, বিশ্ব
0
৯০ টা ডবাৰ ব্যক্তিগত ট্ৰেইনৰ ভিতৰত সুন্দৰী প্লেজাৰ ব্ৰিগেড! এই ট্ৰেইনৰ ভিতৰৰ জীৱন কেনে কিম জং উনৰ?
0
SHARES
871
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ কোৰিয়াৰ প্ৰেছিডেণ্ট কিম জং উনে তেওঁৰ অভ্যাস আৰু বিলাসবহুল জীৱনযাত্ৰাৰ বাবে পৰিচিত৷ তেওঁৰ ব্যক্তিগত ৯০ টা ডবাৰ ট্ৰেন অন্যতম উদাহৰণ তেওঁৰ অদ্ভুত জীৱনশৈলীৰ৷ তেওঁ লোৱা এই ব্যক্তিগত ট্ৰেইন কেৱল এক পৰিবহণ ব্যৱস্থাই নহয় বৰং কিমৰ শক্তি আৰু বৈভৱৰ প্ৰতীকো৷ যি বিশেষভাৱে নিৰ্বাচিত এদল তৰুণী যাক প্লেজাৰ ব্ৰিগেড বুলি কোৱা হয় সেই ট্ৰেইনৰ ভিতৰত তেওঁলোকে আতিথ্য আৰু বিনোদনৰ বাবে কাম কৰে৷

উত্তৰ কোৰিয়াৰ বৰ্তমান প্ৰেছিডেণ্টেও তেওঁৰ পিতৃ কিম জং ইল আৰু ককায়েক কিম ইল ছুংয়েৰ দৰে বিমানযাত্ৰা এৰাই চলে৷ আন্তঃদেশীয় আৰু আন্তৰ্জাতিক যাত্ৰাৰ বাবে তেওঁ ট্ৰেইনকেই বাচি লয়৷ এই ট্ৰেইনৰ নিৰাপত্তা ব্যৱস্থা ইমানেই কঠোৰ যাৰ নাম দিয়া হৈছে মুভিং ফোৰ্ট্ৰেছ৷ কিমৰ বিলাসবহুল ট্ৰেইনত আছে উচ্চমানৰ সুবিধা৷

ইয়াত পৰিবেশন কৰা হয় বিশ্বৰ দামী মদ, আমদানি কৰা মাংস আৰু এক্সক্লুছিভ ছিগাৰ৷ ট্ৰেইনৰ অতিথিসকলক আতিথ্য আৰু বিনোদনৰ দায়ভাৰ থাকে বিশেষভাৱে নিৰ্বাচিত তৰুণীসকলৰ ওপৰত৷ এই তৰুণীসকলৰ নিৰ্বাচন প্ৰক্ৰিয়াও অত্যন্ত কঠিন৷ উত্তৰ কোৰিয়া জুৰি অভিযায় চলাই তেওঁলোকক বিচাৰি উলিওৱা হয়৷ মেডিকেল পৰীক্ষাসহ নানান চৰ্তৰ ভিত্তিত তেওঁলোকক নিৰ্বাচন কৰা হয়৷ চৰ্তসমূহৰ মাজত এটি হৈছে তৰুণীগৰাকী কুমাৰী হ’ব লাগিব৷ নিৰ্বাচিত তৰুণীসকলৰ বাবে দৰমহাও আকৰ্ষণীয়৷

মাহত প্ৰায় ৩০০০ ডলাৰ৷ জনা গৈছে কিমৰ পৰিয়ালক এই ট্ৰেইন উপহাৰ দিছিল ছোভিয়েট ইউনিয়নৰ নেতা জোছেফ ষ্টেলিনে৷ ইয়াৰপাছতেই এয়া উত্তৰ কোৰিয়াৰ নেতাসকলৰ প্ৰধান পৰিবহন ব্যৱস্থা হৈ উঠিছে৷ ট্ৰেইনৰ বাহিৰৰ অংশ সেউজীয়া আৰু হালধীয়া ৰঙৰ হ’লেও অন্তঃসজ্জা অতি সুন্দৰ৷ ইয়াৰ নিৰাপত্তা ব্যৱস্থাও অতি কটকটীয়া৷ ট্ৰেইনখন সৰ্বোচ্ছ ৪০-৫০ কিঃমিঃ প্ৰতি ঘণ্টা বেগত চলে কাৰণ ওজন থকা বৰ্মযুক্ত প্লেট আছে ট্ৰেইনৰ গাত৷ তেওঁৰ ট্ৰেইনৰ কনভয়ৰ সৈতে এই মুভিং ফোৰ্ট্ৰেছ চলে৷ যাত্ৰাপথত কোনোধৰণৰ অসুবিধা আহিলে ল’গে ল’গেই ট্ৰেইন ৰখাই দিয়া হয়৷ প্ৰতিটো ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বেই সেই ষ্টেচনত ১০০ নিৰাপত্তাকৰ্মী মোতায়েন কৰা হয়৷ আনকি ট্ৰেইনৰ সৈতে একেলগে আকাশত উৰি থাকে এয়াৰফৰ্ছৰ কাৰ্গো বিমান আৰু এম আই-১৭ হেলিকপ্টাৰ৷ ট্ৰেইনখন এনেকৈ তৈয়াৰ কৰা যে এই ট্ৰেইনে বিলাসবহুল মাৰ্ছিডিছ বাহনসমূহো বহন কৰি নিব পাৰে৷ ইয়াৰ ভিতৰত আছে মিটিং ৰুম, আধুনিক টেবুল আৰু ফ্লেট স্ক্ৰিণ মনিটৰো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?
জীৱনশৈলী

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

June 9, 2026
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে
বিশ্ব

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

June 9, 2026
Next Post
১৬ ডিচেম্বৰত খুলিব ভাগ্য, বুধৰ প্ৰত্যক্ষ গতিয়ে ধনসুখ দিব এই ৬ৰাশিৰ জাতক-জাতিকাক

১৬ ডিচেম্বৰত খুলিব ভাগ্য, বুধৰ প্ৰত্যক্ষ গতিয়ে ধনসুখ দিব এই ৬ৰাশিৰ জাতক-জাতিকাক

হিজাব নিপিন্ধাকৈ ভাৰ্ছুৱেল কনছাৰ্ট, গ্ৰেপ্তাৰ কণ্ঠশিল্পী

হিজাব নিপিন্ধাকৈ ভাৰ্ছুৱেল কনছাৰ্ট, গ্ৰেপ্তাৰ কণ্ঠশিল্পী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.