• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ ডিচেম্বৰত খুলিব ভাগ্য, বুধৰ প্ৰত্যক্ষ গতিয়ে ধনসুখ দিব এই ৬ৰাশিৰ জাতক-জাতিকাক

১৬ ডিচেম্বৰত খুলিব ভাগ্য, বুধৰ প্ৰত্যক্ষ গতিয়ে ধনসুখ দিব এই ৬ৰাশিৰ জাতক-জাতিকাক

1 year ago
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

2 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

2 hours ago
২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

3 hours ago
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

3 hours ago
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

4 hours ago
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

5 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

5 hours ago
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

6 hours ago
চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

7 hours ago
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

7 hours ago
LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

8 hours ago
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৬ ডিচেম্বৰত খুলিব ভাগ্য, বুধৰ প্ৰত্যক্ষ গতিয়ে ধনসুখ দিব এই ৬ৰাশিৰ জাতক-জাতিকাক

১৬ ডিচেম্বৰত খুলিব ভাগ্য, বুধৰ প্ৰত্যক্ষ গতিয়ে ধনসুখ দিব এই ৬ৰাশিৰ জাতক-জাতিকাক

editor by editor
December 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১৬ ডিচেম্বৰত খুলিব ভাগ্য, বুধৰ প্ৰত্যক্ষ গতিয়ে ধনসুখ দিব এই ৬ৰাশিৰ জাতক-জাতিকাক
0
SHARES
7.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত বুধক গ্ৰহৰ ৰজা বুলি কোৱা হয়৷ এয়া বুদ্ধিমত্তা আৰু ব্যৱসায়ৰ কাৰক গ্ৰহ হিচাপেও ধৰা হয়৷ সেয়ে এজন ব্যক্তিৰ জন্মকুণ্ডলীত বুধৰ অৱস্থান খুবেই গুৰুত্বপূৰ্ণ হৈ উঠে৷ বুধক বুদ্ধিমত্তা, বাণিজ্য, একাগ্ৰতা আৰু বুদ্ধিবৃত্তিক ক্ষমতাৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ এই বছৰ বুধ বৃশ্চিক ৰাশিতেই আছে৷ বুধে বিগত ২৬ নৱেম্বৰ ২০২৪ তাৰিখে বৃশ্চিক ৰাশিত বিপৰীতমুখী হৈ উঠিলেও ১৬ ডিচেম্বৰ ২০২৪ তাৰিখে আকৌ চিধা ৰাস্তাৰে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিব৷ বুধৰ এই প্ৰত্যক্ষ গতিত কিছু ৰাশিৰ ভাগ্য পৰিবৰ্তন হ’ব৷ জানি থওক কি কয় জ্যোতিষীয়ে?

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক জাতিকাই বুধৰ প্ৰত্যক্ষ গতিৰ ফলত লাভাম্বিত হ’ব পাৰে৷ এই ৰাশিৰ জাতক জাতিকাই বকেয়া অৰ্থৰ সৈতে তেওঁলোকৰ অপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব পাৰে৷ কৰ্মজীৱন আৰু ব্যৱসায়ত আৰ্থিক লাভৰ সুযোগ থাকিব৷ ইয়াৰ ফলত আৰ্থিক অৱস্থা মজবুত হ’ব৷ ইয়াৰোপৰি বুধে আপোনাৰ সম্পৰ্কলৈ সুখ কঢ়িয়াই আনিব৷ আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক আৰু শক্তিশালী হ’ব৷ সামগ্ৰিকভাৱে, এই সময় আপোনাৰ বাবে শুভ প্ৰমাণিত হ’ব৷

মিথুন ৰাশি

বুধৰ প্ৰত্যক্ষ গতি মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ইতিবাচক প্ৰভাৱ পৰিব৷ সেই সময়ত মিথুন ৰাশিৰ জাতক জাতিয়াৰ বাবে কিছু নতুন দায়িত্ব পাব পাৰে৷ ব্যৱসায়ত উত্থান পতন সত্ত্বেও আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ সমাজত সন্মান বৃদ্ধি পাব৷ বৈষয়িক বিলাস বৃদ্ধি পাব৷

সিংহ ৰাশি

বুধৰ প্ৰত্যক্ষ গতি ফলত সিংহ ৰাশিৰ জাতক জাতিকাৰ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ যিসকলে চাকৰি বিচাৰিছে তেওঁলোকে ভাল চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ স্বাস্থ্য সংক্ৰান্তিয় সমস্যাৰ সমাধান হ’ব পাৰে৷ সম্পত্তি সংক্ৰান্তিয় বিবাদ দূৰ হ’ব৷ সঞ্চয় বাঢ়িব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক জাতিকাই বুধৰ প্ৰত্যক্ষ গতিত বিশেষ সুবিধা পাব৷ এই ৰাশিৰ জাতক জাতিকাই এই সময়ত পৈতৃক সম্পত্তিৰ সুখ পাব৷ ইয়াৰোপৰি আপুনি দীৰ্ঘদিন ধৰি পাৰিবাৰিক জীৱনলৈ অহা সমস্ত সমস্যাৰ সমাধান বিচাৰি পাব৷ বেচৰকাৰী চাকৰি কৰা ব্যক্তিয়ে এই সময়ৰ ভিতৰত নতুন সুযোগ পাব পাৰে বা আকস্মিক বেতনবৃ্দ্ধি হ’ব পাৰে৷

মকৰ ৰাশি

বুধৰ প্ৰত্যক্ষ গতিয়ে মকৰ ৰাশিৰ জাতক জাতিকালৈ ধাৰাবাহিক সাফল্য কঢ়িয়াই আনিব৷ আপোনাৰ যাৱতীয় প্ৰচেষ্টাত আপুনি সফলতা পাব৷ এই সময়ৰ মাজত আপুনি কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ঊৰ্ধতন কৰ্তৃপক্ষৰ আস্থা অৰ্জন কৰিব পাৰিব৷ এই সময়ৰ ভিতৰতেই ব্যৱসায়ত উন্নতি হ’ব মকৰ ৰাশিৰ জাতক৷ ইয়াৰ ফলত আপুনি মানসিকভাৱে সুখী হৈ থাকিব৷ আপোনাৰ স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ চাকৰিয়ালসকলে কৰ্মজীৱনত বুধে নতুন ভাল সুযোগ দিব৷ এই সময়ত আপুনি আপোনাৰ সন্তানক সুখী ৰখাৰ সৰ্বাত্মক চেষ্টা কৰিব৷ ব্যৱসায় কৰি থকাসকলে বিশাল আৰ্থিক সুবিধা পাব৷ ইয়াৰোপৰি আপুনি আপোনাৰ সততা আৰু বিশ্বস্ততাৰ সহায়ত আপোনাৰ সম্পৰ্কক শক্তিশালী কৰাত সফল হ’ব৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ কোনো বৃহৎ সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ
জীৱনশৈলী

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

May 16, 2026
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?
জীৱনশৈলী

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

May 16, 2026
২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?
জীৱনশৈলী

২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

May 16, 2026
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?
জীৱনশৈলী

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

May 16, 2026
Next Post
হিজাব নিপিন্ধাকৈ ভাৰ্ছুৱেল কনছাৰ্ট, গ্ৰেপ্তাৰ কণ্ঠশিল্পী

হিজাব নিপিন্ধাকৈ ভাৰ্ছুৱেল কনছাৰ্ট, গ্ৰেপ্তাৰ কণ্ঠশিল্পী

মাত্ৰ ২০ টকাতেই পাতিব পাৰিব সামাজিক বিবাহ! দেশৰ ক’ত পাতিব পাৰি এই কম খৰচৰ বিয়া?

মাত্ৰ ২০ টকাতেই পাতিব পাৰিব সামাজিক বিবাহ! দেশৰ ক’ত পাতিব পাৰি এই কম খৰচৰ বিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.