• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰযুক্তিগত ত্ৰুটি নাছিল! অৱশেষত সন্মুখলৈ আহিল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ

প্ৰযুক্তিগত ত্ৰুটি নাছিল! অৱশেষত সন্মুখলৈ আহিল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ

1 year ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, খবৰ পাই আলিয়াই স্বামীক কি সুধিলে এইদৰে…

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, খবৰ পাই আলিয়াই স্বামীক কি সুধিলে এইদৰে…

6 minutes ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

37 minutes ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

1 hour ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

2 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

2 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

3 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

4 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

4 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

6 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

6 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

9 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰযুক্তিগত ত্ৰুটি নাছিল! অৱশেষত সন্মুখলৈ আহিল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ

প্ৰযুক্তিগত ত্ৰুটি নাছিল! অৱশেষত সন্মুখলৈ আহিল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ

editor by editor
December 20, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
প্ৰযুক্তিগত ত্ৰুটি নাছিল! অৱশেষত সন্মুখলৈ আহিল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ
0
SHARES
396
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২১ চনৰ ৮ ডিচেম্বৰ তামিলনাডুৰ কুন্নুৰৰ ওচৰত এম আই-১৭ ভি ৫ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল চিডিএছ বিপিন ৰাৱাটৰ৷ তেওঁৰ সৈতে প্ৰাণ হেৰুৱাইছিল তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ ১১ জনে৷ ঘটনাৰ কাৰণ প্ৰযুক্তিগত সমস্যা নাছিল৷ এক ঘটনাৰ বিবৃত্তিত বায়ুসেনাই জনাইছিল যে পাইলটৰ বিভ্ৰান্তিবোধ তথা স্পেটিয়েল ডিছৱৰিয়েণ্টেছনৰ বাবেই এই দুৰ্ঘটনা ঘটিছিল৷

ঘটনাৰ ৩ বছৰ পাছত লোকসভাৰ প্ৰতিৰক্ষা সংক্ৰান্তিয় স্থায়ী কমিটিৰ প্ৰতিবেদনত কোৱা হৈছে যে মানুহৰ ভুলতেই চিডিএছ বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনা হৈছিল৷ অষ্টদশ লোকসভাৰ স্থায়ী কমিটিৰ ৰিপৰ্টত কোৱা হৈছে যে, ২০১৭ চনৰ ২০২২ আৰ্থিক বছৰত ‘ত্ৰয়োদশ প্ৰতিৰক্ষা সময়কাল পৰিকল্পনা’ চলাৰ সময়ত বায়ু সেনাৰ মুঠ ৩৪ দুৰ্ঘটনা ঘটিছে৷ ২০২১-২২ আৰ্থিক বৰ্ষত মুঠ ৯টা দুৰ্ঘটনা ঘটিছিল আৰু ২০২১ চনৰ ৮ ডিচেম্বৰত দুৰ্ঘটনাটোও পাইলটৰ ভুলতেই ঘটিছিল৷

২০২২ চনত এন ডি টিভিক এক সূত্ৰই জনাইছিল যে পাইলটৰ ভুলৰ কাৰণেই সেইদিনা বায়ুসেনাৰ চপাৰ দুৰ্ঘটনাৰ কবলত পৰিছিল৷ লোকসভাৰ প্ৰতিৰক্ষা সংক্ৰান্তিয় স্থায়ী কমিটিৰ প্ৰতিবেদনেও এই কথাতেই ছিলমোহৰ মাৰিছে৷ বায়ুসেনাৰ তৰফৰ যি বিবৃত্তি প্ৰকাশ কৰা হৈছিল তাত চিডিএছ বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ নেপথ্যত পাইলটৰ বিভ্ৰান্তি বুলিয়েই কোৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, খবৰ পাই আলিয়াই স্বামীক কি সুধিলে এইদৰে…
বিনোদন

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, খবৰ পাই আলিয়াই স্বামীক কি সুধিলে এইদৰে…

April 17, 2026
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!
বাণিজ্য

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

April 17, 2026
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই
বিনোদন

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

April 17, 2026
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?
জীৱনশৈলী

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

April 17, 2026
Next Post
ভঙা সংসাৰ জোৰা লাগিছে, আকৌ একলগ ঐশ্বৰ্য্য-অভিষেক!

ভঙা সংসাৰ জোৰা লাগিছে, আকৌ একলগ ঐশ্বৰ্য্য-অভিষেক!

বছৰৰ শেষ সপ্তাহত মেজিক দেখুৱাব শ শ ৰাজযোগে, এই ৫ৰাশিৰ জীৱনলৈ আহিব অৰ্থসুখ

বছৰৰ শেষ সপ্তাহত মেজিক দেখুৱাব শ শ ৰাজযোগে, এই ৫ৰাশিৰ জীৱনলৈ আহিব অৰ্থসুখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.