• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ত ধনবান ৩ৰাশি! নতুন বছৰত ১০ বাৰ ঘৰ সলাব এই গ্ৰহই, উন্নতি কোনেও ৰখাব নোৱাৰিব

২০২৫ত ধনবান ৩ৰাশি! নতুন বছৰত ১০ বাৰ ঘৰ সলাব এই গ্ৰহই, উন্নতি কোনেও ৰখাব নোৱাৰিব

2 years ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

35 minutes ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

2 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

2 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

3 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

4 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

5 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

6 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

14 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

14 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

15 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ত ধনবান ৩ৰাশি! নতুন বছৰত ১০ বাৰ ঘৰ সলাব এই গ্ৰহই, উন্নতি কোনেও ৰখাব নোৱাৰিব

২০২৫ত ধনবান ৩ৰাশি! নতুন বছৰত ১০ বাৰ ঘৰ সলাব এই গ্ৰহই, উন্নতি কোনেও ৰখাব নোৱাৰিব

editor by editor
December 27, 2024
in জীৱনশৈলী
0
২০২৫ত ধনবান ৩ৰাশি! নতুন বছৰত ১০ বাৰ ঘৰ সলাব এই গ্ৰহই, উন্নতি কোনেও ৰখাব নোৱাৰিব
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ চনতেই কেইবাবাৰো ৰাশি পৰিবৰ্তন কৰিব ধন আৰু বৈভৱৰ দেৱতা, ধন টকা পইছাও আহিব হাতলৈ৷ এবাৰ দুবাৰ নহয় ১০বাৰ ৰাশি পৰিবৰ্তন কৰিব শুক্ৰই৷ ২৮ জানুৱাৰী ২০২৫, ৩১ মে ২০২৫, ২৯ জুন, ২৬ জুলাই, ৩১ আগষ্ট, ১৫ছেপ্টেম্বৰ, ৯অক্টোবৰ, ২ নৱেম্বৰ, ২৬ নৱেম্বৰ আৰু ২০ ডিচেম্বৰ৷ মুঠ ১০বাৰ ৰাশি পৰিবৰ্তন হ’ব৷ বৈদিক শাস্ত্ৰমতে শুক্ৰ হৈছে ধন আৰু বৈভৱ আৰু সম্পদৰ দেৱতা৷ শুক্ৰই এইবাৰ নিজৰ ৰাশি কেইবাবাৰো পৰিবৰ্তন কৰিব৷ আগন্তুক ১৮ জানুৱাৰী ২০২৫ৰ পুৱা ৭.১২মিনিটত শুক্ৰই মীন ৰাশিত প্ৰৱেশ কৰিব৷ থাকিব আগন্তুক ৩১ মে ২০২৫ পৰ্যন্ত৷ ইয়াৰ ফলত কেইবাটাও ৰাশিয়ে জীৱনত বিৰাট উন্নতি কৰিব পাৰিব৷ কোন কোন ৰাশিৰ জীৱনলৈ সুখ আহিব?

বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে শুক্ৰৰ ৰাশি পৰিবৰ্তন শুভ হ’ব৷ ২৪ এপ্ৰিল পৰ্যন্ত আয়ৰ ঘৰত থাকিব৷ এই সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ সময় আহিব পাৰে৷ জীৱনসংগীৰ সৈতে অত্যন্ত ভাল সময় কটাব৷ জীৱন আৰু সুন্দৰ হ’ব৷ পাৰ্থিৱ সুখ পাব, শ্বেয়াৰ বজাৰতো লাভ হ’ব৷ লটাৰী পাব পাৰে৷

কন্যা ৰাশিৰ জাতক জাতিকাৰ শুক্ৰৰ ৰাশি পৰিবৰ্তনত বিৰাট উন্নতি কৰিব পাৰিব৷ সম্পত্তি কিনিব পাৰে৷ বিৰাট সাফল্য পাব পাৰে জাতক জাতিকাই৷ চাকৰি আৰু প্ৰমোছনত এইবাৰ বিৰাট উন্নতিকৰ পৰিস্থিতি আহিব৷ সকলো মিলি এইবাৰ জাতক জাতিকাৰ জীৱনত বিৰাট উন্নতিকৰ পৰিস্থিতি আহিব পাৰে৷ সকলো মিলি এইবাৰ জাতক জাতিকাৰ বাবে জীৱন সুন্দৰ হ’ব৷ চাকৰিত প্ৰমোছন আৰু ইনক্ৰিমেণ্ট হ’ব পাৰে৷ পৰিস্থিতি পূৰ্বতকৈ ভাল হ’ব৷

মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এইবাৰ ভাল খবৰ আহিব৷ পৰিস্থিতি পূৰ্বতকৈ ভাল হ’ব৷ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল খবৰ আহিব৷ সকলো মিলি এইবাৰ জাতক জাতিকাৰ বাবে অত্যন্ত ডাঙৰ খবৰ আহিব৷ শিক্ষা, চাকৰি, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো অত্যন্ত ভাল সময় আহিব৷ কেৰিয়াৰত ভাল চাকৰিৰ অফাৰ আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

July 16, 2026
Next Post
নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ সপোনৰ প্ৰজেক্ট নতুন NANO’ৰ?

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ সপোনৰ প্ৰজেক্ট নতুন NANO’ৰ?

১১ ঘণ্টীয় বাইপাছ ছাৰ্জাৰি, জ্ঞান অহাৰ পাছত প্ৰথমে কি কৈছিল মনমোহন সিঙে?

১১ ঘণ্টীয় বাইপাছ ছাৰ্জাৰি, জ্ঞান অহাৰ পাছত প্ৰথমে কি কৈছিল মনমোহন সিঙে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.