• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লোমহৰ্ষক, বাধ্যত পৰি পিতা-পুত্ৰই মাতৃ আৰু ৪ গৰাকীকৈ ভগ্নীক পঠালে সিপুৰি

লোমহৰ্ষক, বাধ্যত পৰি পিতা-পুত্ৰই মাতৃ আৰু ৪ গৰাকীকৈ ভগ্নীক পঠালে সিপুৰি

1 year ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

18 minutes ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

52 minutes ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

2 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

2 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

3 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লোমহৰ্ষক, বাধ্যত পৰি পিতা-পুত্ৰই মাতৃ আৰু ৪ গৰাকীকৈ ভগ্নীক পঠালে সিপুৰি

editor by editor
January 1, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
লোমহৰ্ষক, বাধ্যত পৰি পিতা-পুত্ৰই মাতৃ আৰু ৪ গৰাকীকৈ ভগ্নীক পঠালে সিপুৰি
0
SHARES
704
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোমহৰ্ষক, বাধ্যত পৰি পিতা-পুত্ৰই মাতৃ আৰু ৪ গৰাকীকৈ ভগ্নীক পঠালে সিপুৰি

২০২৫ চনৰ ১ জানুৱাৰীৰ দিনাই দেশ কঁপাই যোৱা এক ঘটনা পোহৰলৈ আহিছে। পিতা-পুত্ৰই মিলি একেলগতে হত্যা কৰে মাতৃ আৰু চাৰিগৰাকীকৈ ভগ্নী। লগেত নিজেই গৈ থানাত উপস্থিতো হয় হত্যাকাৰী ভাতৃ। আৰক্ষীৰ আগত ভাষ্য দিয়ে- বাধ্যত পৰি সংঘটিত কৰে এই হত্যাকাণ্ড।

উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। এই ঘটনাত একেলগে প্ৰাণ হেৰুৱাই একেখন ঘৰৰে ৫ গৰাকী মহিলাই। মাতৃৰ লগতে ৪ ভগ্নীয়ে প্ৰাণ হেৰুৱাই নিজৰেই পিতৃ আৰু ভাতৃৰ হাতত।

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত নৱবৰ্ষৰ প্ৰথম দিনাই এই হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে, য’ত এজন লোকে নিজৰ মাতৃ আৰু চাৰিগৰাকী ভগ্নীক নিৰ্মমভাৱে হত্যা কৰে। হত্যাকাণ্ড সংঘটিত কৰা আৰছাদক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
এই ঘটনা সংঘটিত কৰাৰ বাবে আৰ্শ্বাদে পিতৃ-মাতৃ আৰু চাৰি ভনীয়েকক লক্ষ্ণৌ ভ্ৰমণ কৰিবলৈ নিয়ে। আটাইকেইজনেই মূলতঃ আগ্ৰাৰ বাসিন্দা। আৰছাদে আৰক্ষীক জনোৱা মতে, হত্যাকাণ্ডৰ সময়ত পিতৃয়ো ঘটনাস্থলীত উপস্থিত আছিল। পিতৃয়েও সহায় কৰি দিছিল এই হত্যাকাণ্ডত।

পাছত পিতৃ আৰপ পুত্ৰ একেলগে ওলাই আহিছিল হোটেলৰ পৰা। কিন্তু পিতৃ যায় এটা ফালে পুত্ৰ যায় থানালৈ। বৰ্তমান আৰক্ষী ব্যস্ত পিতৃৰ সন্ধানত।

হোটেলখনৰ মেনেজাৰে কয় যে, পৰিয়ালটোৱে ৩০ তাৰিখে হোটেলখনত চেক ইন কৰিছিল। আজি কালি নিশাই সংঘটিত হোৱা এই ঘটনা আজি পুৱাহে জানিব পাৰে যে পুত্ৰই মাক আৰু চাৰিজনী ভনীয়েকক হত্যা কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পুত্ৰক।

প্ৰাথমিক জেৰাৰ সময়ত অভিযুক্ত আৰ্শ্বাদে নিজৰ চাৰিগৰাকী ভগ্নী আৰু মাতৃক হত্যা কৰাৰ ঘটনা স্বীকাৰ কৰি কয় যে, এই হত্যাকাণ্ডৰ মূলতে মাতৃ-ভগ্নীক ৰক্ষা কৰা। কাৰণ স্থানীয় ৰাইজে তেওঁৰ পৰিয়ালক হাৰাশাস্তি কৰে বুলি উল্লেখ কৰে।

সেয়ে আৰ্শ্বাদৰ ভয় হৈছিল যে যদি তেওঁৰ কিবা এটা হয়, মাক আৰু ভনীয়েকৰ কি হ’ব? অন্য লোকে কেউগৰাকীকে দেহব্যৱসায়ৰ ওচৰত বিক্ৰী কৰি দিব। সেয়ে তেনে কোনো ঘটনা হোৱাৰ পূৰ্বেই সকলোকে হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AgraAgra caseUttar Pradesh Murder Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?
বাণিজ্য

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
Next Post
আমেৰিকাৰ আদালতত ভাৰতৰ বৃহৎ জয়, ২৬/১১ৰ মাষ্টাৰ মাইণ্ড আহিব দিল্লীলৈ

আমেৰিকাৰ আদালতত ভাৰতৰ বৃহৎ জয়, ২৬/১১ৰ মাষ্টাৰ মাইণ্ড আহিব দিল্লীলৈ

বছৰৰ পহিলা দিনটোতে পুনৰ এক ৰেকৰ্ড বুমৰাহৰ, ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত

বছৰৰ পহিলা দিনটোতে পুনৰ এক ৰেকৰ্ড বুমৰাহৰ, ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.