• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাৰ আদালতত ভাৰতৰ বৃহৎ জয়, ২৬/১১ৰ মাষ্টাৰ মাইণ্ড আহিব দিল্লীলৈ

1 year ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

18 minutes ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

1 hour ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

2 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

3 hours ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

14 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

15 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

16 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

17 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

18 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমেৰিকাৰ আদালতত ভাৰতৰ বৃহৎ জয়, ২৬/১১ৰ মাষ্টাৰ মাইণ্ড আহিব দিল্লীলৈ

editor by editor
January 1, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
আমেৰিকাৰ আদালতত ভাৰতৰ বৃহৎ জয়, ২৬/১১ৰ মাষ্টাৰ মাইণ্ড আহিব দিল্লীলৈ
0
SHARES
683
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ আদালতত ভাৰতৰ বৃহৎ জয়, ২৬/১১ৰ মাষ্টাৰ মাইণ্ড আহিব দিল্লীলৈ

নতুন বছৰৰ প্ৰথমটো দিনতে ভাৰতে লাভ কৰিলে এক অতিকে সুখবৰ। আমেৰিকাৰ আদালতত বৃহৎ জয় লাভ কৰিলে ভাৰতে। এতিয়া ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড পাকিস্তানী মূলৰ কানাডাৰ ব্যৱসায়ী তাহাউৰ ৰানাক অতি সোনকালে ভাৰতলৈ আনিব পাৰিব।

কূটনৈতিক প্ৰক্ৰিয়াৰে মুম্বাই আক্ৰমণৰ মূল অভিযুক্তক আমেৰিকাই ভাৰতৰ হাতত গতাই দিয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। ২০২৪ চনৰ আগষ্ট মাহত আমেৰিকাৰ আদালতে এই বিষয়ত ৰায় দিছিল। ভাৰত-আমেৰিকা প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত তেওঁক ভাৰতলৈ প্ৰেৰণ কৰিবলৈ আদালতে অনুমোদন জনাইছিল। এতিয়া অতি সোনকালে ৰাণাক ভাৰতলৈ অনাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে।

আমেৰিকাৰ আদালতে মুম্বাই আক্ৰমণৰ লগত জড়িত তাহাউৰ ৰানাক ভাৰতক প্ৰত্যাৰ্পণ কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰে। আদালতে কয় যে ভাৰতে ৰানাৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ দাখিল কৰিছে।

মুম্বাই আৰক্ষীয়ে ২৬/১১ৰ আক্ৰমণৰ গোচৰৰ অভিযোগনামাত ৰানাৰ নাম অন্তৰ্ভুক্ত কৰিছিল। তেওঁৰ বিৰুদ্ধে পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থা (আই এছ আই) আৰু সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সক্ৰিয় সদস্য হোৱাৰো অভিযোগ।

তাহাউৰ ৰানা আৰু তেওঁৰ সহযোগী ডেভিদ ক’লমেন হেডলীয়ে একেলগে মুম্বাই আক্ৰমণৰ লক্ষ্য কৰি পাকিস্তানী সন্ত্ৰাসবাদীৰ বাবে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল। বৰ্তমান ৰানা লছ এঞ্জেলছৰ কাৰাগাৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 26 11 CaseMumbai 26 11 casemumbai attackMumbai Case muster mind
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?
জীৱনশৈলী

May 22, 2026
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন
জীৱনশৈলী

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

May 22, 2026
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে
জীৱনশৈলী

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

May 22, 2026
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
Next Post
বছৰৰ পহিলা দিনটোতে পুনৰ এক ৰেকৰ্ড বুমৰাহৰ, ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত

নতুন বছৰৰ উলাহৰ মাজতে আমেৰিকাত শোকাৱহ ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন