• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ উলাহৰ মাজতে আমেৰিকাত শোকাৱহ ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে

নতুন বছৰৰ উলাহৰ মাজতে আমেৰিকাত শোকাৱহ ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে

2 years ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

3 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

4 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

5 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

5 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

6 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

7 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

7 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

8 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

9 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

10 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

10 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নতুন বছৰৰ উলাহৰ মাজতে আমেৰিকাত শোকাৱহ ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে

editor by editor
January 1, 2025
in বিবিধ, বিশ্ব
0
নতুন বছৰৰ উলাহৰ মাজতে আমেৰিকাত শোকাৱহ ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰৰ উলাহৰ মাজতে আমেৰিকাত শোকাৱহ ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে

নতুন বছৰ বুলি ফুৰ্তি কৰি থকাৰ সময়তে আমেৰিকাত সংঘটিত হৈছে এক অতিকে শোকাৱহ ঘটনা। এক দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে। এজন লোকে ভিৰৰ মাজত বাহন চলাই বহু লোকক মহতিয়াই নিয়াৰ লগতে নিৰ্বিচাৰে গুলিচালনা কৰাৰ ফলত এইদৰে বহু লোকে প্ৰাণ হেৰুাৱই।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বাহন এখনৰ চালকে নিজৰ পিকআপ ট্ৰাকখন ভিৰৰ মাজলৈ লৈ গৈ পিছত ৰাইজৰ ওপৰত গুলীচালনা কৰে। ইয়াৰ ফলত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জন গুৰুতৰভাৱে আহত হয়। লগে লগে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়েও চালকজনক লক্ষ্য কৰি গুলীচালনা কৰে।

বুধবাৰে আমেৰিকাৰ নিউ অৰলিন্স চহৰৰ কেনেল আৰু বোৰ্বন ষ্ট্ৰীটৰ সংযোগস্থলত সংঘটিত হয় এই ঘটনা। এই সময়ছোৱাত হঠাৎ এখন তীব্ৰবেগী ট্ৰাক নৱ বৰ্ষ উদযাপন কৰি থকা ৰাইজৰ মাজলৈ আহি সকলোকে এফালৰ পৰা খুন্দা মাৰি আগবাঢ়ি যায়, যাৰ বাবে সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়।

ইয়াৰ পিছত চালকজনে ট্ৰাকৰ পৰা নামি ৰাইজৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ ধৰে। যাৰ ফলত ১২ জনে প্ৰাণ হেৰুৱাই। এই ঘটনাত আহত ৩০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentAmericaFiring CaseNew year
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?
বিশ্ব

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

July 22, 2026
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ
বিনোদন

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

July 22, 2026
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা
অপৰাধ

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

July 22, 2026
Next Post
কাইলৈ ২ জানুৱাৰী, বিশেষভাৱে সলনি হৈ পৰিব ৫ ৰাশিৰ লোকৰ ভাগ্য

কাইলৈ ২ জানুৱাৰী, বিশেষভাৱে সলনি হৈ পৰিব ৫ ৰাশিৰ লোকৰ ভাগ্য

পুনৰ জলবিস্ফোৰণ, ৫ জানুৱাৰীলৈ গুৱাহাটী বাসীয়ে লাভ নকৰে পানী, চকুৰ প্ৰচাৰতে ধ্বংস ঘৰ-দোকান

পুনৰ জলবিস্ফোৰণ, ৫ জানুৱাৰীলৈ গুৱাহাটী বাসীয়ে লাভ নকৰে পানী, চকুৰ প্ৰচাৰতে ধ্বংস ঘৰ-দোকান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.