• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনেৰে ঘৰ ভৰি থকা বিচাৰে যদি পুহ মাহৰ পূৰ্ণিমাৰ দিনা কৰক এই কাম

ধনেৰে ঘৰ ভৰি থকা বিচাৰে যদি পুহ মাহৰ পূৰ্ণিমাৰ দিনা কৰক এই কাম

1 year ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

2 minutes ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

27 minutes ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

3 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

5 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

6 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

14 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

15 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

15 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

16 hours ago
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনেৰে ঘৰ ভৰি থকা বিচাৰে যদি পুহ মাহৰ পূৰ্ণিমাৰ দিনা কৰক এই কাম

editor by editor
January 5, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ধনেৰে ঘৰ ভৰি থকা বিচাৰে যদি পুহ মাহৰ পূৰ্ণিমাৰ দিনা কৰক এই কাম
0
SHARES
785
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধনেৰে ঘৰ ভৰি থকা বিচাৰে যদি পুহ মাহৰ পূৰ্ণিমাৰ দিনা কৰক এই কাম

সনাতন ধৰ্মত প্ৰতিটো পূৰ্ণিমা আৰু অমাৱস্যাক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই দুয়ো দিনতে পবিত্ৰ নদীত স্নান আৰু দান-বৰঙণি কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি এইবাৰ পুহ মাহৰ পূৰ্ণিমা ১৩ জানুৱাৰীত হ’ব। ১৩ জানুৱাৰীৰ পুৱা ৫.০৩ বজাৰ পৰা আৰম্ভ হ’ব আৰু ১৪ জানুৱাৰীৰ পুৱা ৩.৫৬ বজাত শেষ হ’ব তিথি। এই পূৰ্ণিমাৰ দিনৰে পৰা প্ৰয়াগৰাজতো ১২ বছৰৰ মূৰকত আৰম্ভ হ’ব মহাকুম্ভ।

জ্যোতিষীসকলৰ মতে পুহ মাহৰ পূৰ্ণিমাৰ দিনা পবিত্ৰ নদীত স্নান কৰি মানুহে সকলো বিপদৰ পৰা মুক্তি লাভ কৰে আৰু লগতে মনৰ সকলো ইচ্ছা পূৰণ হয়। এই দিনটোত কিছুমান বিশেষ কামো কৰা হয়, যি কৰিলে পূণ্য লাভ কৰা হয় বুলিও মান্যতা আছে।

হালধীৰে স্বস্তিক চিহ্ন
পুহৰ পূৰ্ণিমাৰ দিনা পুৱা সোনকালে উঠি মূল প্ৰৱেশদ্বাৰত হালধীৰে স্বস্তিক চিহ্ন বনাওক। ইয়াৰ পিছত নিৰ্ধাৰিত পদ্ধতিৰে ভগৱান বিষ্ণুক পূজা কৰিক। তেওঁৰ ১২টা নাম অচ্যুত, অনন্ত, দামোদৰ, কেশৱ, নাৰায়ণ, শ্ৰীধৰ, গোবিন্দ, মাধৱ, হৃষিকেশ, ত্ৰিবিক্ৰম, পদ্মনাভ আৰু মধুসুদন নাম জপ কৰি তেওঁক হালধীয়া ফুল আগবঢ়াওক। এনে কৰিলে ঘৰৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হৈ পৰে।

হালধীয়া ৰঙৰ কাপোৰ দান
সমাজত সন্মান অৰ্জন কৰিবলৈ পুহৰ পূৰ্ণিমাৰ দিনা আৰ্তজনক হালধীয়া ৰঙৰ কাপোৰ দান কৰক। মানসিক শান্তি পাবলৈ এই দিনটোত ৰঙা কাপোৰ এখনত ভাগৱত ৰাখক আৰু ১১ বাৰ ‘অম নমো ভাগৱতে বাসুদেৱায় নম’ মন্ত্ৰ জপ কৰক। তাৰ পিছত চকুত গীতা লগাব। এনে কৰিলে ইতিবাচক শক্তি শৰীৰ আৰু মনলৈ সঞ্চাৰিত হয়।

ঘৰতে হোম কৰক
পুহৰ পূৰ্ণিমাৰ দিনা ঘৰত হোমৰ আয়োজন কৰিব লাগে। এই সময়ত ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীক পূজা কৰি তাৰ পিছত পৰিয়ালৰ সৈতে হোমৰ জুইত প্ৰসাদ আগবঢ়াব লাগে। হোম সুগন্ধি আৰু ধোঁৱাৰ দ্বাৰা ঘৰৰ সমগ্ৰ পৰিৱেশ বিশুদ্ধ হৈ পৰে। ইয়াৰ ফলত মনলৈ অপৰিসীম শান্তি আহে আৰু আত্মবিশ্বাস বাঢ়ে। লগতে ঘৰ খনৰ আয় বৃদ্ধি পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyLord BishnuPuh Murnima
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?
জীৱনশৈলী

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

June 30, 2026
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!
জীৱনশৈলী

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

June 30, 2026
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 30, 2026
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

June 30, 2026
Next Post
সঁচা প্ৰমাণিত হ’ল বলীউড অভিনেত্ৰী সন্দৰ্ভত কৰা ভৱিষ্যতবাণী, ঐশ্বৰ্য-দীপিকা..

সঁচা প্ৰমাণিত হ'ল বলীউড অভিনেত্ৰী সন্দৰ্ভত কৰা ভৱিষ্যতবাণী, ঐশ্বৰ্য-দীপিকা..

জামিনৰ পাছতো ২ মাহলৈ নিয়মিত থানাত গৈ থাকিব লাগিব আল্লু অৰ্জুন, পাছে কিয় ?

জামিনৰ পাছতো ২ মাহলৈ নিয়মিত থানাত গৈ থাকিব লাগিব আল্লু অৰ্জুন, পাছে কিয় ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.