• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচিত্ৰ সাধুৰ সংগম কুম্ভ মেলা, ১৫ বছৰীয়া নগা সাধুক চাবলৈ ভিৰ ভক্তৰ

বিচিত্ৰ সাধুৰ সংগম কুম্ভ মেলা, ১৫ বছৰীয়া নগা সাধুক চাবলৈ ভিৰ ভক্তৰ

1 year ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

17 minutes ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

59 minutes ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

2 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

3 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

3 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

4 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

4 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

6 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

7 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

8 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

9 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিচিত্ৰ সাধুৰ সংগম কুম্ভ মেলা, ১৫ বছৰীয়া নগা সাধুক চাবলৈ ভিৰ ভক্তৰ

editor by editor
January 8, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বিচিত্ৰ সাধুৰ সংগম কুম্ভ মেলা, ১৫ বছৰীয়া নগা সাধুক চাবলৈ ভিৰ ভক্তৰ
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিচিত্ৰ সাধুৰ সংগম কুম্ভ মেলা, ১৫ বছৰীয়া নগা সাধুক চাবলৈ ভিৰ ভক্তৰ

কুম্ভ মেলা মানেই এক বুজাব নোৱাৰা ভক্তি ভাৱ ঈশ্বৰৰ প্ৰতি। ১২ বছৰৰ মূৰৰত ত্ৰিবেনী সংগমত অনুষ্ঠিত হোৱা এই মেলাক লৈ দেশৰ ভিন্ন কোনৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ মাজত কৌতুহল। লগতে এই ত্ৰিবেনী সংগমত স্নান কৰি পূণ্য অৰ্জন কৰাৰ মানস।

এই মেলাতেই পয়োভৰ ঘটে বহু ঠাইৰ পৰা বহ সাধু সন্যাসীৰে। বিশেষকৈ নগা সাধুৰ বাবে বিখ্যাত এই কুম্ভ মেলা। এইবাৰো মেলাত আগমন হৈছে বিভিন্ন বেশভূষাৰ সাধু। তাৰেই মাজতে এটি কনমানি সাধুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

কাৰণ এই কনমানি সাধু হৈছে এটি ১৫ বছৰীয়া কিশোৰ। যি বয়সত কিশোৰ -কিশোৰী সকলে নিজৰ সমনীয়াৰ সৈতে খেলা-ধুলা কৰি বিভিন্ন খাদ্যৰ সোৱাদ লৈ পিতৃ-মাতৃৰ সৈতে জীৱন যাপন কৰে সেই বয়সত এই ১৫ বছৰীয়া কিশোৰ হৈছে নগা সাধু।

যাৰ চাবলৈ এতিয়া কুম্ভ মেলাৰ বাকৰি ভিৰ কৰিছে অগণন লোকে । এই ১৫ বছৰ বয়সতে সামাজিক জীৱন ত্যাগ কৰি বাস কৰিছে নগা সাধুৰ সৈতে।

মাথো ৬ মাহ বয়সতে পিতৃ-মাতৃৰে নগা সাধুলৈ বুলি উচৰ্গা কৰিছিল এই কিশোৰক। যাৰ বাবে ৬ মাহ বয়সৰ পৰাই নগা সাধুৰ সৈতে বাস কৰি সেই সাধুৰ জীৱন-যাপনেই গ্ৰহণ কৰি লৈছে। অৱশ্যে সাধুৰ জীৱন গ্ৰহণ কৰিলেও পঢ়া-শুনা অব্যাহত ৰাখিছে লগতে ধাৰ্মিত কাম-কাজো কৰি গৈছে এই ১৫ বছৰীয়া নগা সাধুৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: kumbh melaKumbh mela 2025Naga sadhu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ
বাণিজ্য

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

June 26, 2026
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?
জীৱনশৈলী

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

June 26, 2026
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!
বিনোদন

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

June 26, 2026
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?
বাণিজ্য

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

June 26, 2026
Next Post
কোনোদিনে কল্পনা নকৰা বাংলাদেশ এইবাৰ, শ্বেখ হাছিনাৰ পাছত খালেদা জিয়াও এৰিলে দেশ

কোনোদিনে কল্পনা নকৰা বাংলাদেশ এইবাৰ, শ্বেখ হাছিনাৰ পাছত খালেদা জিয়াও এৰিলে দেশ

শতিকাৰ শ্ৰেষ্ঠ কপিল দেৱ বনাম বুম বুম বুমৰাহ, ৪৪ খন টেষ্ট মেছৰ পাছত কোন অধিক সফল

শতিকাৰ শ্ৰেষ্ঠ কপিল দেৱ বনাম বুম বুম বুমৰাহ, ৪৪ খন টেষ্ট মেছৰ পাছত কোন অধিক সফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.