• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনোদিনে কল্পনা নকৰা বাংলাদেশ এইবাৰ, শ্বেখ হাছিনাৰ পাছত খালেদা জিয়াও এৰিলে দেশ

কোনোদিনে কল্পনা নকৰা বাংলাদেশ এইবাৰ, শ্বেখ হাছিনাৰ পাছত খালেদা জিয়াও এৰিলে দেশ

2 years ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

1 second ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

13 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

13 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

14 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

14 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

15 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

15 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

15 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

16 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

18 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

19 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোনোদিনে কল্পনা নকৰা বাংলাদেশ এইবাৰ, শ্বেখ হাছিনাৰ পাছত খালেদা জিয়াও এৰিলে দেশ

editor by editor
January 8, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কোনোদিনে কল্পনা নকৰা বাংলাদেশ এইবাৰ, শ্বেখ হাছিনাৰ পাছত খালেদা জিয়াও এৰিলে দেশ
0
SHARES
828
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনোদিনে কল্পনা নকৰা বাংলাদেশ এইবাৰ, শ্বেখ হাছিনাৰ পাছত খালেদা জিয়াও এৰিলে দেশ

বিগত এবছৰ ধৰি বাংলাদেশত বহু হুলস্থুলীয়া পৰিৱেশ। বৰ্তমান বাংলাদেশত মহম্মদ ইউনুছৰ চৰকাৰ, কিন্তু তাত এতিয়াৰ পৰিস্থিতিলৈ চাই যদি কোৱা হয় যে চৰকাৰখন ব্যৰ্থ বুলি প্ৰমাণিত হৈছে, তেন্তে একো ভুল কোৱা নহ’ব। চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা ছাত্ৰ আন্দোলন হওক বা ১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে বাংলাদেশৰ পৰা পাকিস্তানী সেনা প্ৰত্যাহাৰ হওক বা তাত সংখ্যালঘু আৰু বিশেষকৈ হিন্দুৰ বিৰুদ্ধে অবিৰত হিংসাই হওক।

বৰ্তমানৰ ইউনুছৰ চৰকাৰখন যেন কোনো পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে। এই সকলোবোৰৰ মাজতে এতিয়া খবৰ আহিছে যে শ্বেখ হাছিনাৰ পাছত এইবাৰ বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ সভাপতি খালেদা জিয়াও দেশ এৰি লণ্ডনলৈ যাব।

উল্লেখ্য যে, শ্বেখ হাছিনাৰ পিছত খালেদা জিয়া হৈছে বাংলাদেশৰ দ্বিতীয়গৰাকী অন্যতম জ্যেষ্ঠ নেতা। বিগত বৰ্ষত আৰম্ভণিতে বাংলাদেশৰ অৱনতি ঘটা পৰিস্থিতিৰ মাজতে শ্বেখ হাছিনাই দেশ এৰি গৈছিল। এতিয়া খালেদা জিয়াও এৰিব দেশ।

বিগত বছৰত মহম্মদ ইউনুছে যেতিয়া বাংলাদেশত চৰকাৰৰ বাঘজৰী দখল কৰিছিল তেতিয়া বিশ্বাস কৰা হৈছিল যে তেওঁ দেশৰ গণতন্ত্ৰক অধিক উচ্চতালৈ লৈ যাব। কিন্তু বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞসকলৰ মতে যোৱা ছমাহত তেওঁৰ চৰকাৰে যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনেকুৱা একো হোৱা পৰিলক্ষিত হোৱা নাই।

এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সঁচাকৈয়ে পৰিস্থিতি শুধৰণিৰ বাবে ইউনুছ চৰকাৰে প্ৰচেষ্টা চলাইছে নেকি? নে এয়া কেৱল অভিনয়হে? কাৰণ ভাৰতে যিদৰে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ ওপৰত আপত্তি আৰু উদ্বেগ প্ৰকাশ কৰিছিল আৰু বৰ্তমানৰ চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ দাবী জনাইছিল। কিন্তু আজিও বাংলাদেশত বসবাস কৰা হিন্দুসকলৰ ওপৰত হিংসা অব্যাহত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BangaldeshBangladesh New GovtKhaleda Jiyasheikh hasina
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত
বাণিজ্য

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

September 6, 2026
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
Next Post
শতিকাৰ শ্ৰেষ্ঠ কপিল দেৱ বনাম বুম বুম বুমৰাহ, ৪৪ খন টেষ্ট মেছৰ পাছত কোন অধিক সফল

শতিকাৰ শ্ৰেষ্ঠ কপিল দেৱ বনাম বুম বুম বুমৰাহ, ৪৪ খন টেষ্ট মেছৰ পাছত কোন অধিক সফল

দুৰ্ভাগ্যৰ পৰা মুক্তি পাবলৈ ঘৰত ৰাখক এইকেইবিধ সামগ্ৰী, জীৱনত কোনোদিনে নহয় দুখৰ আগমণ

দুৰ্ভাগ্যৰ পৰা মুক্তি পাবলৈ ঘৰত ৰাখক এইকেইবিধ সামগ্ৰী, জীৱনত কোনোদিনে নহয় দুখৰ আগমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.