• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকুম্ভৰ ৰুদ্ৰাক্ষৰ মাজত কোন এই ৰহস্যময়ী মনালিছা! গভীৰ সাগৰ ৰঙী চকুৰে দৃষ্টি কাঢ়িলে হাজাৰ জনৰ

মহাকুম্ভৰ ৰুদ্ৰাক্ষৰ মাজত কোন এই ৰহস্যময়ী মনালিছা! গভীৰ সাগৰ ৰঙী চকুৰে দৃষ্টি কাঢ়িলে হাজাৰ জনৰ

2 years ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

18 seconds ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

44 minutes ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

3 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

3 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

5 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

19 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

19 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

19 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

20 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

20 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

21 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকুম্ভৰ ৰুদ্ৰাক্ষৰ মাজত কোন এই ৰহস্যময়ী মনালিছা! গভীৰ সাগৰ ৰঙী চকুৰে দৃষ্টি কাঢ়িলে হাজাৰ জনৰ

editor by editor
January 19, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
মহাকুম্ভৰ ৰুদ্ৰাক্ষৰ মাজত কোন এই ৰহস্যময়ী মনালিছা! গভীৰ সাগৰ ৰঙী চকুৰে দৃষ্টি কাঢ়িলে হাজাৰ জনৰ
0
SHARES
455
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকুম্ভৰ ৰুদ্ৰাক্ষৰ মাজত কোন এই ৰহস্যময়ী মনালিছা! গভীৰ সাগৰ ৰঙী চকুৰে দৃষ্টি কাঢ়িলে হাজাৰ জনৰ

মহাকুম্ভ ২০২৫ৰ আটাইতকৈ ধুনীয়া সাধৱী আৰু আই আই টি বম্বেৰ বাবাৰ পিছত এইবাৰ ভাইৰেল হৈছে ইন্দোৰৰ মনালিছা। মহাকুম্ভৰ থলীত এইবাৰ কেমেৰাই বিচাৰি ফুৰিছে ৰহস্যময়ী মনালিছাৰ এখন হলেও ফটো লোৱৰ বাবে। ৰুদ্ৰাক্ষৰ মাজত একাত্ম হৈ পৰা এই মনালিছা বিশেষ আকৰ্ষণ। পাছে কিয়!

সৌন্দৰ্যতা য’তে ত’তে থাকিব পাৰে। যিদৰে বাগানৰ গোলাপ, সেইদৰে বোকাৰ পদুম। তেনেদৰই দৰিদ্ৰ ঘৰৰ মনালিছা । মনালিছাৰ বিশেষ চকু যুৰিত আছে যেন এক কিবা যাঁদু। কোনেও এবাৰতে চাই হেঁপাহ পলাব পৰা নাই। সেই নীলাভ গভীৰ চকুযুৰিৰ লগতে যোগ দিছে হাঁহিয়ে।

আচলতে প্ৰয়াগৰাজৰ মহাকুম্ভ থলীৰ পৰা ৰুদ্ধাক্ষ বিক্ৰী কৰি থকা এগৰাকী যুৱতীৰ ফটো আৰু বিডিঅ’ ভাইৰেল গৈ আছে সামাজিক মাধ্যমত। যিয়েই দেখা পাইছে, সেই লোকেই কেমেৰাত আৱদ্ধ কৰি ৰাখিছে এই অতিকে সুন্দৰী যুৱতীৰ ফটো বা ভিডিঅ’।

ইন্দেৰৰ নিবাসী বুলি জানিব পৰা যুৱতীগৰাকীৰ অৱশ্যে প্ৰকৃত নাম বৰ্তমানলৈ জানিব পৰা হোৱা নাই। যাৰ বাবে যুৱতীৰ নাম দিয়া হৈছে মনালিছা। এই মনালিছাৰে সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ এতিয়া কোটিৰ ঘৰত লোকে চাইছে। কিন্তু প্ৰকৃত পৰিচয় এতিয়াও অন্ধকাৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MahakumbhMahakumbh Monalisaviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা
ভাৰত

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

August 24, 2026
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ
ভাৰত

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

August 24, 2026
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট
বাণিজ্য

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

August 24, 2026
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?
অসম

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

August 24, 2026
Next Post
বুধ ৰাশিত অৱস্থিত চন্দ্ৰই ৩ ৰাশিৰ বাবে সফলতা কঢ়িয়াই আনিব, ধনৰ অভাৱো দূৰ হ’ব

বুধ ৰাশিত অৱস্থিত চন্দ্ৰই ৩ ৰাশিৰ বাবে সফলতা কঢ়িয়াই আনিব, ধনৰ অভাৱো দূৰ হ'ব

ছেইফ আলী খানৰ আক্ৰমণকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি, ‘বাংলাদেশৰ ৰাষ্ট্ৰীয় মল্লযুঁজাৰু’

ছেইফ আলী খানৰ আক্ৰমণকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি, 'বাংলাদেশৰ ৰাষ্ট্ৰীয় মল্লযুঁজাৰু'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.