• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেইফ আলী খানৰ আক্ৰমণকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি, ‘বাংলাদেশৰ ৰাষ্ট্ৰীয় মল্লযুঁজাৰু’

ছেইফ আলী খানৰ আক্ৰমণকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি, ‘বাংলাদেশৰ ৰাষ্ট্ৰীয় মল্লযুঁজাৰু’

2 years ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

16 minutes ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

52 minutes ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

1 hour ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

2 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

2 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

4 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

4 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

5 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

5 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

6 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছেইফ আলী খানৰ আক্ৰমণকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি, ‘বাংলাদেশৰ ৰাষ্ট্ৰীয় মল্লযুঁজাৰু’

editor by editor
January 20, 2025
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ছেইফ আলী খানৰ আক্ৰমণকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি, ‘বাংলাদেশৰ ৰাষ্ট্ৰীয় মল্লযুঁজাৰু’
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেইফ আলী খানৰ আক্ৰমণকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি, ‘বাংলাদেশৰ ৰাষ্ট্ৰীয় মল্লযুঁজাৰু’

বলীউডৰ অভিনেতা ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্তই আৰক্ষীৰ সন্মুখত নিজৰ অপৰাধ স্বীকাৰ কৰিছে। ইয়াৰ লগেতে অভিযুক্তৰ সন্দৰ্ভত এক বৃহৎ তথ্য প্ৰকাশ পাইছে।

আৰক্ষীৰ দাবী যে অভিযুক্ত মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদে বিবৃতিটোত কৈছিল যে তেওঁ বাংলাদেশৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আছিল আৰু পূৰ্বে কম ওজনৰ শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। জিলা পৰ্যায় আৰু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতো অংশ লৈছিল।

লগতে ইয়াকো স্বীকাৰোক্তি দিয়ে যে, মল্লযুঁজৰ অভিজ্ঞতাৰ বাবেই ছেইফ আলী খানৰ গধুৰ শৰীৰৰ লগতো শক্তিৰে যুঁজ দি উপৰ্যুপৰি আক্ৰমণ কৰিবলৈ পাৰিছিল।

অভিযুক্তৰ সন্দৰ্ভত আৰক্ষীয়ে দাবী কৰে যে তেওঁ বাংলাদেশৰ নাগৰিক আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি বাস কৰি আছিল।

আৰক্ষীৰ মতে, মহম্মদ শ্বৰীফুলে ইয়াৰ পূৰ্বেও ছেইফ আলী খানৰ ঘৰলৈ গৈছিল। ঘৰ চোৱাচিতা এজেন্সীৰ জৰিয়তে ছেইফৰ ঘৰত চাফাই কাম কৰিছিল।

ইয়াৰ উপৰিও আৰক্ষীয়ে এই কথাও প্ৰকাশ কৰে যে অভিযুক্তৰ প্ৰকৃত নাম শ্বেহজাদ, কিন্তু নিজকে বিজয় দাস, বিজয় ইলিয়াছ, বি জেৰ দৰে আন বহু নামেৰে নিজৰ পৰিচয় দি আহিছিল। অভিযুক্তই ভাৰত অবৈধভাৱে থকাৰে পৰা বাৰে বাৰে নাম সলনি কৰি আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywood Actor Attack CasemumbaiSaif Ali Kahn Attack casesaif ali khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!
বিনোদন

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

September 29, 2026
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ
অসম

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
Next Post
আজি ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব ডোনাল্ড ট্ৰাম্পে, ভাৰতৰ হৈ উপস্থিত থাকিব দুগৰাকী

আজি ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল'ব ডোনাল্ড ট্ৰাম্পে, ভাৰতৰ হৈ উপস্থিত থাকিব দুগৰাকী

শনি নক্ষত্ৰত মঙলৰ প্ৰৱেশে ৩ ৰাশিৰ জিলিকি উঠিব ভাগ্য, লাভ কৰিব সফলতা

শনি নক্ষত্ৰত মঙলৰ প্ৰৱেশে ৩ ৰাশিৰ জিলিকি উঠিব ভাগ্য, লাভ কৰিব সফলতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.