• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশক অনুদান দিয়া বন্ধ কৰিলে আমেৰিকাই! নতুন চাপত মহম্মদ ইউনূছৰ চৰকাৰ

বাংলাদেশক অনুদান দিয়া বন্ধ কৰিলে আমেৰিকাই! নতুন চাপত মহম্মদ ইউনূছৰ চৰকাৰ

1 year ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

21 minutes ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

1 hour ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

3 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

3 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

4 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

19 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

20 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

20 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

21 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

21 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

22 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাংলাদেশক অনুদান দিয়া বন্ধ কৰিলে আমেৰিকাই! নতুন চাপত মহম্মদ ইউনূছৰ চৰকাৰ

বাংলাদেশক অনুদান দিয়া বন্ধ কৰিলে আমেৰিকাই! নতুন চাপত মহম্মদ ইউনূছৰ চৰকাৰ

editor by editor
January 26, 2025
in জীৱনশৈলী, বিশ্ব
0
বাংলাদেশক অনুদান দিয়া বন্ধ কৰিলে আমেৰিকাই! নতুন চাপত মহম্মদ ইউনূছৰ চৰকাৰ
0
SHARES
375
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিপাকৰ বাংলাদেশৰ মহম্মদ ইউনূছৰ অন্তৰ্বৰ্তিকালীন চৰকাৰ৷ আমেৰিকাৰ আন্তৰ্জাতিক উন্নয়ন সংস্থাৰ পৰা যি সাহায্য ইমানদিন বাংলাদেশে পাই আছিল সেয়া বন্ধ কৰা হ’ল৷ ক্ষমতালৈ অহাৰ পাছত কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে প্ৰেছিডেণ্ট ড’নাল্ড ট্ৰাম্পে৷ তাৰপিছতেই বন্ধ কৰা হৈছে বাংলাদেশৰ আৰ্থিক সাহায্য৷ শনিবাৰে এক বিজ্ঞাপ্তি জাৰি কৰি সেই কথা জনাইছে আমেৰিকা যুক্তৰাষ্ট্ৰই৷

বাংলাদেশৰ সৈতে চুক্তি, প্ৰকল্প বাতিল কৰাৰ নিৰ্দেশ দিছে৷ ইউনূছৰ সৈতে ট্ৰাম্পৰ সম্পৰ্ক এনেও খুব এটা মধুৰ নহয়৷ ইয়াৰ প্ৰভাৱতেই আমেৰিকাৰ নতুন চৰকাৰে এই সিদ্ধান্ত লৈছে নেকি সেই প্ৰশ্নও উত্থাপিত হৈছে৷ প্ৰায় ৫০ বছৰ ধৰি বাংলাদেশক জনস্বাস্থ্য, শিক্ষা, ইন্ধন, পৰিবেশ, খাদ্য, প্ৰাকৃতিক দুৰ্যোগ মোকাবিলাসহ আৰু বিভিন্ন ক্ষেত্ৰত আৰ্থিক সাহায্য দি আছিল আমেৰিকাই৷ বাংলাদেশৰ সংবাদমাধ্যমৰ দাবী যে ৮০০ কোটি ডলাৰ, ভাৰতীয় মুদ্ৰাত প্ৰায় ৬৮ হাজাৰ কোটি টকা সাহায্য দিছে আমেৰিকাই৷ এইবাৰ সেই সাহায্যই বন্ধ কৰিলে ট্ৰাম্প চৰকাৰে৷

বিগত ২৪ জানুৱাৰীত ইজৰাইল আৰু মিছৰ এৰি প্ৰায় সকলো দেশতেই আৰ্থিক সাহায্য বন্ধ কৰি দিছে ট্ৰাম্পৰ প্ৰশাসনে৷ আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিয়ে জনাইছে যে নতুনকৈ সাহায্যৰ বিষয়সমূহ অনুমোদিত নোহোৱা পৰ্যন্ত এই সাহায্য দিয়া নহ’ব৷ আগন্তুক ৮৫ দিনৰ মাজত বিদেশত সহায়তাৰ বিষয়সমূহ পৰ্যালোচনা কৰা হ’ব৷ তাৰপাছতেই এই বিষয়টোক লৈ পৰবৰ্তী সিদ্ধান্ত ল’ব ট্ৰাম্প চৰকাৰে৷

আৰ্থিক সহায়তা বন্ধ কৰাক লৈ আমেৰিকাৰ তৰফৰ পৰা বিশদভাৱে আৰু কিছু জনোৱা হোৱা নাই৷ প্ৰচাৰৰ সময়তেই ট্ৰাম্পে প্ৰতিশ্ৰুতি দিছে, ‘তেওঁ ক্ষমতাত আহিলে আমেৰিকাত প্ৰথম নীতি গ্ৰহণ কৰা হ’ব৷’ সূত্ৰৰ খবৰত সেই নীতিৰ অধীনতেই এই সিদ্ধান্ত লৈছে ট্ৰাম্প চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!
জীৱনশৈলী

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

April 12, 2026
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
Next Post
দেৱগুৰুৰ স্থান সলনি, ৩ৰাশিৰ বৃহস্পতি তুংগত! ফেব্ৰুৱাৰীতেই ফুলিব ৩ৰাশিৰ কঁপাল

দেৱগুৰুৰ স্থান সলনি, ৩ৰাশিৰ বৃহস্পতি তুংগত! ফেব্ৰুৱাৰীতেই ফুলিব ৩ৰাশিৰ কঁপাল

দৈনিক ৰাশিফল- আজি মাহেকীয়া শিৱৰাত্ৰিত বজ্ৰ যোগাসন, মহাদেৱৰ কৃপাত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ

দৈনিক ৰাশিফল- আজি মাহেকীয়া শিৱৰাত্ৰিত বজ্ৰ যোগাসন, মহাদেৱৰ কৃপাত ভাগ্য মুকলি হ'ব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.