• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেৱগুৰুৰ স্থান সলনি, ৩ৰাশিৰ বৃহস্পতি তুংগত! ফেব্ৰুৱাৰীতেই ফুলিব ৩ৰাশিৰ কঁপাল

দেৱগুৰুৰ স্থান সলনি, ৩ৰাশিৰ বৃহস্পতি তুংগত! ফেব্ৰুৱাৰীতেই ফুলিব ৩ৰাশিৰ কঁপাল

1 year ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

39 minutes ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

2 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

3 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

3 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

4 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

5 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

5 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

6 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

8 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

8 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

9 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেৱগুৰুৰ স্থান সলনি, ৩ৰাশিৰ বৃহস্পতি তুংগত! ফেব্ৰুৱাৰীতেই ফুলিব ৩ৰাশিৰ কঁপাল

দেৱগুৰুৰ স্থান সলনি, ৩ৰাশিৰ বৃহস্পতি তুংগত! ফেব্ৰুৱাৰীতেই ফুলিব ৩ৰাশিৰ কঁপাল

editor by editor
January 26, 2025
in জীৱনশৈলী
0
দেৱগুৰুৰ স্থান সলনি, ৩ৰাশিৰ বৃহস্পতি তুংগত! ফেব্ৰুৱাৰীতেই ফুলিব ৩ৰাশিৰ কঁপাল
0
SHARES
31.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি বিপৰীতমুখী গমন কৰিব বৃহস্পতি গ্ৰহই৷ দেৱগুৰু বৃহস্পতিৰ এই স্থান পৰিবৰ্তনৰ প্ৰভাৱ পৰিব ১২ ৰাশিৰ জাতক জাতিকাৰ ওপৰত৷ বৃহস্পতিৰ বিপৰীতমুখী গমনত কোন কোন ৰাশিৰ জাতকৰ কঁপাল খোল খাব?দেৱগুৰুক জ্ঞান, শিক্ষা, সন্তান আৰু বিবাহৰ কাৰক বুলি ধাৰণা কৰা হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি যি ৰাশিৰ জাতক জাতিকাৰ বৃহস্পতি শক্তিশালী তেওঁলোকৰ কৰ্মজীৱন আৰু পাৰিবাৰিক জীৱনত সাফল্য পাব৷ মঙলবাৰ ৪ ফেব্ৰুৱাৰীত বৃষ ৰাশিত প্ৰৱেশ কৰিব দেৱগুৰু বৃহস্পতিয়ে৷ ২ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী আৰু সৰস্বতী পুজা৷ সৰস্বতী পূজাৰ মাত্ৰ দুই দিন পাছতেই বৃহস্পতিৰ এই বিপৰীতমুখী গতি অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব৷ ৩ ৰাশিৰ জাতক জাতিকা বিশেষভাৱে লাভৱান হ’ব৷

বৃষ ৰাশি

বৃষ ৰাশিতেই প্ৰৱেশ কৰিব বৃহস্পতিয়ে৷ ফলত এই ৰাশিৰ জাতক জাতিকালৈ ভাল সময় আহিব৷ ব্যক্তিত্ব আৰু আত্মবিশ্বাস বাঢ়িব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব৷ শিক্ষাৰ্থীয়ে পঢ়াশুনাত বেছি মনোযোগী হ’ব৷ সুচিন্তিত পৰিকল্পনাত কাম কৰিলে সফল হোৱাৰ প্ৰৱল সম্ভাৱনা৷ পত্নীৰ সৈতে ভাল সময় কটাব৷ প্ৰেমৰ সম্পৰ্ক গভীৰ হ’ব৷

সিংহ ৰাশি

বৃহস্পতিৰ গমনত শুভ সময় আহিব সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনত৷ ব্যৱসায়ীয়ে ভাল লাভ কৰিব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত নতুন পথ খুলিব৷ চাকৰিয়ালত পদোন্নতিৰ সুযোগ থাকিব৷ পিতৃৰ সৈতে সম্পৰ্ক ভালে থাকিব৷ সিংহ ৰাশিৰ জাতক জাতিকাই কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে৷ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব৷ হাতলৈ প্ৰচুৰ অৰ্থ আহিব৷ ব্যৱসায়ীসকলৰ বিশেষ লাভৰ সম্ভাৱনা আছে৷ অযথা ব্যয় নিয়ন্ত্ৰণ কৰা যাব৷ নতুন কাম কৰিব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবেও অনুকবল সময় আহিব৷  আয়ত অভূতপূৰ্ব বৃদ্ধি ঘটিব পাৰে৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব পাৰে৷ ছাত্ৰ ছাত্ৰীসকলে উচ্চশিক্ষাত সাফল্য পাব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল লাভ কৰিবলৈ সক্ষম হ’ব৷ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব৷ ব্যৱসায়ীৰ লাভৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল
জীৱনশৈলী

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

July 17, 2026
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
Next Post
দৈনিক ৰাশিফল- আজি মাহেকীয়া শিৱৰাত্ৰিত বজ্ৰ যোগাসন, মহাদেৱৰ কৃপাত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ

দৈনিক ৰাশিফল- আজি মাহেকীয়া শিৱৰাত্ৰিত বজ্ৰ যোগাসন, মহাদেৱৰ কৃপাত ভাগ্য মুকলি হ'ব ৩ ৰাশিৰ

৮ বছৰৰ অভিলেখ ভংগ, এইবাৰ আটাইতকৈ উষ্ণ গণৰাজ্য দিৱস

৮ বছৰৰ অভিলেখ ভংগ, এইবাৰ আটাইতকৈ উষ্ণ গণৰাজ্য দিৱস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.