• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ বছৰৰ অভিলেখ ভংগ, এইবাৰ আটাইতকৈ উষ্ণ গণৰাজ্য দিৱস

৮ বছৰৰ অভিলেখ ভংগ, এইবাৰ আটাইতকৈ উষ্ণ গণৰাজ্য দিৱস

1 year ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

32 minutes ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

2 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

2 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

3 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

5 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

5 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

18 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

19 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

20 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৮ বছৰৰ অভিলেখ ভংগ, এইবাৰ আটাইতকৈ উষ্ণ গণৰাজ্য দিৱস

editor by editor
January 27, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
৮ বছৰৰ অভিলেখ ভংগ, এইবাৰ আটাইতকৈ উষ্ণ গণৰাজ্য দিৱস
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ বছৰৰ অভিলেখ ভংগ, এইবাৰ আটাইতকৈ উষ্ণ গণৰাজ্য দিৱস

বিগত আঠ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে দেওবাৰে ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ বতৰ আটাইতকৈ গৰম দিন হিচাপে পৰিগণিত হয়। কালিৰ দিনটোত সৰ্বোচ্চ উষ্ণতা আছিল ২৩.৭ ডিগ্ৰী চেলছিয়াছ, যিটো স্বাভাৱিকতকৈ দুই ডিগ্ৰী উচ্চ।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ইয়াৰ পূৰ্বে ২০১৭ চনৰ ২৬ জানুৱাৰীত ৰাজধানীত সৰ্বোচ্চ তাপমাত্ৰা ২৬.১ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। যোৱা কেইবছৰমানৰ পৰা ২৬ জানুৱাৰীত দিল্লীৰ উষ্ণতাৰ যথেষ্ট উঠা-নমা হোৱা দেখা গৈছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১৯৯১ চনৰ পৰা এই দিনটোৰ সৰ্বোচ্চ দীৰ্ঘম্যাদী গড় (LPA) ২২.১ ডিগ্ৰী চেলছিয়াছ যদিও শেহতীয়া বছৰবোৰত তাপমাত্ৰা শীতল হৈ পৰিছে। ২০২৪ চনত ২০.৬ ডিগ্ৰী চেলছিয়াছ, ২০২৩ চনত ১৭.৩ ডিগ্ৰী চেলছিয়াছ আৰু ২০২২ চনত ১৬.৪ ডিগ্ৰী চেলছিয়াছ আছিল।

দেওবাৰে দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা ৭.২ ডিগ্ৰী চেলছিয়াছ, যিটো স্বাভাৱিকতকৈ এক ডিগ্ৰী কম। ইয়াৰ পূৰ্বে শনিবাৰে সৰ্বনিম্ন তাপমাত্ৰা ৮.৬ ডিগ্ৰী চেলছিয়াছ আৰু শুকুৰবাৰে ৯.৮ ডিগ্ৰী চেলছিয়াছ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2025 REpublic Day Delhi delhi Heatrepublic dayRepublic Day 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 21, 2026
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক
জীৱনশৈলী

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

June 21, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

June 21, 2026
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
Next Post
মহাশক্তি আমেৰিকাৰ বিৰুদ্ধে ফেপেৰি পাতি থিয় দিছে কনমানি কলম্বিয়া

মহাশক্তি আমেৰিকাৰ বিৰুদ্ধে ফেপেৰি পাতি থিয় দিছে কনমানি কলম্বিয়া

৩৮০০ কোটি টকাৰ চুক্তি ভাৰতৰ, বিক্ৰী কৰিব ব্ৰহ্মচ ক্ষেপণাস্ত্ৰ, পাছে কোন দেশৰ সৈতে এই চুক্তি

৩৮০০ কোটি টকাৰ চুক্তি ভাৰতৰ, বিক্ৰী কৰিব ব্ৰহ্মচ ক্ষেপণাস্ত্ৰ, পাছে কোন দেশৰ সৈতে এই চুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.