• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘চেলেঞ্জ এক্সেপটেড’- হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে পান কৰিলে যমুনা নদীৰ পানী

‘চেলেঞ্জ এক্সেপটেড’- হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে পান কৰিলে যমুনা নদীৰ পানী

2 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

4 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

5 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

5 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

7 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

7 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

8 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

8 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

9 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

10 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

11 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

11 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘চেলেঞ্জ এক্সেপটেড’- হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে পান কৰিলে যমুনা নদীৰ পানী

editor by editor
January 29, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘চেলেঞ্জ এক্সেপটেড’- হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে পান কৰিলে যমুনা নদীৰ পানী
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘চেলেঞ্জ এক্সেপটেড’- হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে পান কৰিলে যমুনা নদীৰ পানী

দেশৰ ৰাজধানী দিল্লীত বিধানসভা নিৰ্বাচনৰ বাবে সকলো দলৰ প্ৰস্তুতি তুংগত। তেনে সময়তে আপ আৰু বিজেপিয়ে ইজনে সিজনক আক্ৰমণ কৰিবলৈ এৰা নাই। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ প্ৰত্যাহ্বানৰ পাছতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সাইইনীয়ে দিল্লী-হাৰিয়ানা সীমান্তৰ দহিসৰা গাঁৱৰ সমীপৰ যমুনা নদীৰ ঘাট পৰিদৰ্শন কৰে।

কেৱল নদীৰ ঘাট পৰিদৰ্শন কৰাই নহয়, এই সময়ছোৱাত মুখ্যমন্ত্ৰী নায়াব সিং সাইনীয়ে কোনো সংকোচ নকৰাকৈয়ে যমুনা নদীৰ পানী হাতৰ চলুৰে পান কৰে। উল্লেখ্য যে, দহিসৰা গাঁৱৰ সমীপৰ পৰাই দিল্লীত প্ৰৱেশ কৰে যমুনা নদীয়ে।

নদী পৰিদৰ্শনৰ সময়তে মুখ্যমন্ত্ৰী সাইনীয়ে আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালক লক্ষ্য কৰি লয়। মিছা কোৱা কেজৰিৱাল চাহাবৰ পুৰণি অভ্যাস বুলি কয় সাইনীয়ে। বিগত ১০ বছৰত তেওঁলোকে কাম কৰাৰ পৰিৱৰ্তে মিছা কথাৰে মানুহক ভয় খুৱাইছে।

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে লোৱা নমুনাৰ প্ৰতিবেদনো দেখুৱাই মুখ্যমন্ত্ৰী সাইনীয়ে। চাৰিটা নমুনাৰ পৰীক্ষাৰ প্ৰতিবেদন অহা বুলি দাবী কৰে ছাইনীয়ে। লগতে ইয়াকো দাবী কৰে যে, হাৰিয়ানাৰ সীমান্তত যমুনা নদীৰ পানীয়ে পানীৰ উচিত মানদণ্ড পূৰণ কৰিছে, সেয়ে কেজৰিৱালে দিয়া ভুৱা বক্তব্যৰ বাবে দিল্লী আৰু হাৰিয়ানাৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে।

উল্লেখ্য যে, অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ দলৰ নেতাসকলে হাৰিয়ানা বিজেপিক লক্ষ্য কৰি কৈছিল যে, হাৰিয়ানা বিজেপিয়ে দিল্লীৰ পানীত বিষাক্ত দ্ৰব্য মিহলাই আছে। আপৰ সেই অভিযোগৰ পাছতে এতিয়া যমুনা পানী খোৱাৰ পিছত সাইনীয়ে নদীৰ পানী পৰিষ্কাৰ বুলি দাবী কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hariyana CMIndian PoliticsNayab Singh SainipoliticsYamuna River
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
Next Post
এজন-দুজন নহয়, সৰ্বমুঠ ৩০ জনে হেৰুৱালে প্ৰাণ, ২৫ চিনাক্ত

এজন-দুজন নহয়, সৰ্বমুঠ ৩০ জনে হেৰুৱালে প্ৰাণ, ২৫ চিনাক্ত

দিল্লীত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, গুৱাহাটীৰ সৈতে দিল্লীৰ তুলনা কৰি কেজৰিৱালক আক্ৰমণ

দিল্লীত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, গুৱাহাটীৰ সৈতে দিল্লীৰ তুলনা কৰি কেজৰিৱালক আক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.