• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এজন-দুজন নহয়, সৰ্বমুঠ ৩০ জনে হেৰুৱালে প্ৰাণ, ২৫ চিনাক্ত

1 year ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

22 minutes ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

1 hour ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

2 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

4 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

5 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

6 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এজন-দুজন নহয়, সৰ্বমুঠ ৩০ জনে হেৰুৱালে প্ৰাণ, ২৫ চিনাক্ত

editor by editor
January 29, 2025
in বিবিধ, ভাৰত
0
এজন-দুজন নহয়, সৰ্বমুঠ ৩০ জনে হেৰুৱালে প্ৰাণ, ২৫ চিনাক্ত
0
SHARES
451
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজন-দুজন নহয়, সৰ্বমুঠ ৩০ জনে হেৰুৱালে প্ৰাণ, ২৫ চিনাক্ত

মহাকুম্ভত পদপিষ্ট হৈ এজন দুজন নহয়, বৰঞ্চ ৩০ জন লোকে প্ৰাণ হেৰুাৱইছে।

এএনআইৰ সূত্ৰ অনুসৰি মহাকুম্ভৰ ডিআইজি বৈভৱ কৃষ্ণই এই ঘটনাত মৃতকৰ সংখ্যা সন্দৰ্ভত স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে, মঙলবাৰে পুৱতি নিশা প্ৰায় ১মান বজাৰ পৰা ২ মান বজাৰ ভিতৰত সংঘটিত সংঘটিত হৈছিল এই ঘটনা।

হঠাতে ভিৰ হৈছিল বহু ভক্তৰ, আৰু ভক্তই দৌৰা দৌৰি কৰাৰ ফলতে তেনেদৰে ৩০ জন লোক পৰপিষ্ট হৈ মৃত্যুক আঁকোৱালী লয়।

https://x.com/ANI/status/1884589584329379897

মৃতকৰ সকলৰ ভিতৰত বৰ্তমানলৈ ২৫ জন লোকক চিনাক্ত কৰা হৈছে, অন্য ৫ জনক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

মৃত ২৫ৰ ভিতৰত এজন অসমৰ লোক। অসমৰ হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল।

মহাকুম্ভৰ ডিআইজি বৈভৱ কৃষ্ণই জনোৱা মতে, স্থানীয় চিকিৎসালয়ত ৩৬ জন লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MahakumbhMahakumbh MelaPrayagrajStampeduttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই
জীৱনশৈলী

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

May 26, 2026
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

May 26, 2026
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!
অসম

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

May 26, 2026
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী
অসম

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

May 26, 2026
Next Post
দিল্লীত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, গুৱাহাটীৰ সৈতে দিল্লীৰ তুলনা কৰি কেজৰিৱালক আক্ৰমণ

বিৰাট কোহলীৰ বায়’পিক – বিৰাটে নিজেই কৰিব নে চাঞ্চ পাব কোনো অন্যই

বিৰাট কোহলীৰ বায়’পিক - বিৰাটে নিজেই কৰিব নে চাঞ্চ পাব কোনো অন্যই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন