• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেম্পিয়নছ ট্ৰফী- ভাৰতীয় দলৰ লগতে এইবাৰ এইগৰাকী আম্পায়াৰেও নাকচ কৰিলে পাকিস্তান যাত্ৰা

চেম্পিয়নছ ট্ৰফী- ভাৰতীয় দলৰ লগতে এইবাৰ এইগৰাকী আম্পায়াৰেও নাকচ কৰিলে পাকিস্তান যাত্ৰা

1 year ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

40 minutes ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

1 hour ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

2 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

3 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

4 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

5 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

6 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

8 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

19 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

20 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

চেম্পিয়নছ ট্ৰফী- ভাৰতীয় দলৰ লগতে এইবাৰ এইগৰাকী আম্পায়াৰেও নাকচ কৰিলে পাকিস্তান যাত্ৰা

editor by editor
February 5, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
চেম্পিয়নছ ট্ৰফী- ভাৰতীয় দলৰ লগতে এইবাৰ এইগৰাকী আম্পায়াৰেও নাকচ কৰিলে পাকিস্তান যাত্ৰা
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেম্পিয়নছ ট্ৰফী- ভাৰতীয় দলৰ লগতে এইবাৰ এইগৰাকী আম্পায়াৰেও নাকচ কৰিলে পাকিস্তান যাত্ৰা

১৯ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত হবলৈ গৈ আছে এইবাৰৰ চেম্পিয়নছ ট্ৰফী। বহু নিমিলা অংকৰ সমাপন কৰি অৱশেষত পাকিস্তানে হাইব্ৰিড মডেলত খেল অনুষ্ঠিত কৰিবলৈ মান্তি হয়। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত হব খেল।

কাৰণ নিৰাপত্তাজনিত কাৰণত ভাৰত চৰকাৰে টিম ইণ্ডিয়াক পাকিস্তানলৈ যাবলৈ অনুমতি দিয়া নাছিল। যাৰ বাবেই আই চি চি য়ে পাকিস্তানৰ আগত দাঙি ধৰিছিল হাইব্ৰিড মডেল। সেই হাইব্ৰিড পদ্ধতিৰ বাবেই এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ ভাৰতীয় দলৰ খেল কেইখন ডুবাইত অনুষ্ঠিত হব।

পাছে এইবাৰ ভাৰতীয় দলৰ পাছত ভাৰতীয় আম্পায়াৰ এগৰাকীয়ে নাকচ কৰিছে পাকিস্তান যাত্ৰা। আম্পায়াৰ নীতিন মেননে স্পষ্টভাৱে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছে। অৱশ্যে পিটিআইয়ে বিচিচিআইৰ সূত্ৰৰ সৈতে হোৱা কথা-বতৰাত ব্যক্তিগত কাৰণত নীতিন মেননে পাকিস্তানলৈ নাযাব বুলি প্ৰকাশ কৰে।

এইবাৰৰ চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰা সকলো ৮ টা দলকে মুঠ ২ টা গ্ৰুপত ভাগ কৰা হৈছে।
গ্ৰুপ এ – পাকিস্তান, ভাৰত, নিউজিলেণ্ড, বাংলাদেশ
গ্ৰুপ বি – দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান, ইংলেণ্ড

১৯ ফেব্ৰুৱাৰীৰ পৰা খেল আৰম্ভ হলেও অহা ২০ ফেব্ৰুৱাৰীৰ পৰা বাংলাদেশৰ বিৰুদ্ধে মেগা ইভেণ্টত ভাৰতীয় দলটোৱে অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছত ২৩ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব হাইভল্টেজ খেল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions TrophycricketIndian Cricketpakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

June 17, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

June 17, 2026
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!
বিনোদন

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

June 17, 2026
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
Next Post
কাইলৈ শুক্ল নৱমীত গৌৰী যোগত ৩ ৰাশিৰ অসীম উপকাৰ হ’ব

কাইলৈ শুক্ল নৱমীত গৌৰী যোগত ৩ ৰাশিৰ অসীম উপকাৰ হ'ব

২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, ক’ত, কি কাৰ্যসূচী প্ৰধানমন্ত্ৰীৰ

২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, ক'ত, কি কাৰ্যসূচী প্ৰধানমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.