• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যৰ শিক্ষাৰ্থীক লৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ! এতিয়াৰে পৰা ক’চিং কৰি থকা শিক্ষাৰ্থীয়েও পাব স্কুটি

ৰাজ্যৰ শিক্ষাৰ্থীক লৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ! এতিয়াৰে পৰা ক’চিং কৰি থকা শিক্ষাৰ্থীয়েও পাব স্কুটি

1 year ago
জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

42 minutes ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি কোন ৰাশিৰ উদয় হ’ব ভাগ্য, জানক দৈনিক ৰাশিফল

1 hour ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

14 hours ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

14 hours ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

15 hours ago
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

16 hours ago
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

16 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

17 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

18 hours ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

18 hours ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

19 hours ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যৰ শিক্ষাৰ্থীক লৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ! এতিয়াৰে পৰা ক’চিং কৰি থকা শিক্ষাৰ্থীয়েও পাব স্কুটি

ৰাজ্যৰ শিক্ষাৰ্থীক লৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ! এতিয়াৰে পৰা ক’চিং কৰি থকা শিক্ষাৰ্থীয়েও পাব স্কুটি

editor by editor
February 7, 2025
in অসম, জীৱনশৈলী, শিক্ষা
0
ৰাজ্যৰ শিক্ষাৰ্থীক লৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ! এতিয়াৰে পৰা ক’চিং কৰি থকা শিক্ষাৰ্থীয়েও পাব স্কুটি
0
SHARES
519
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যৰ শিক্ষাৰ্থীসকলক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

স্কুটি প্ৰদানক লৈ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী শৰ্মাই৷

এক্স হেণ্ডেলৰ লগতে ফেছবুকত এই খবৰ দিছে মুখ্যমন্ত্ৰী শৰ্মাই৷

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে দিছে এই সংবাদ৷

যোগ্যতাৰ ভিত্তিত ক’চিং কৰি থকা শিক্ষাৰ্থীয়েও লাভ কৰিব অসম চৰকাৰে দিয়া স্কুটি৷

নিয়মীয়া  পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ পৰিবৰ্তে ক’চিং লৈ থকা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটি৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে লিখিছে,

‘বিশেষ উদগনি হিচাপে অসম চৰকাৰে এইবাৰ নিয়মীয়া পাঠ্যক্ৰমৰ পৰিৱৰ্তে কোচিং চেণ্টাৰত নামভৰ্তি কৰা সকলো যোগ্য ছাত্ৰ-ছাত্ৰীকো উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত স্কুটী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে অহা শিক্ষাবৰ্ষৰ পৰা নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীকহে এই আঁচনিৰ বাবে যোগ্য বুলি গণ্য কৰা হ’ব। বিৰতি বৰ্ষ(Gap year)ৰ পাছত নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলেও নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ লগে লগে স্কুটী লাভৰ বাবে যোগ্য বিবেচিত হ’ব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!
জীৱনশৈলী

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

May 18, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কোন ৰাশিৰ উদয় হ’ব ভাগ্য, জানক দৈনিক ৰাশিফল

May 18, 2026
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক
জীৱনশৈলী

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

May 17, 2026
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!
জীৱনশৈলী

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

May 17, 2026
Next Post
কুম্ভ ৰাশিলৈ আহিব সূৰ্য, জীৱনত ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

কুম্ভ ৰাশিলৈ আহিব সূৰ্য, জীৱনত ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

নাৰী নহয় নাড়ি দোষতহে ভাঙে সুন্দৰ একোখন সংসাৰ, জানি থওক মুক্তিৰ উপায়

নাৰী নহয় নাড়ি দোষতহে ভাঙে সুন্দৰ একোখন সংসাৰ, জানি থওক মুক্তিৰ উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.