• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০৩২ চনৰ ২২ ডিচেম্বৰত পৃথিৱীত খুন্দা মাৰিব ডাঙৰ ধুমকেতু, নাছাৰ তথ্যত চিন্তাত বিশ্ব

২০৩২ চনৰ ২২ ডিচেম্বৰত পৃথিৱীত খুন্দা মাৰিব ডাঙৰ ধুমকেতু, নাছাৰ তথ্যত চিন্তাত বিশ্ব

2 years ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 minutes ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

28 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

56 minutes ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

1 hour ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

2 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

2 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

3 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

4 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

6 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

7 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

8 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

২০৩২ চনৰ ২২ ডিচেম্বৰত পৃথিৱীত খুন্দা মাৰিব ডাঙৰ ধুমকেতু, নাছাৰ তথ্যত চিন্তাত বিশ্ব

editor by editor
February 7, 2025
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
২০৩২ চনৰ ২২ ডিচেম্বৰত পৃথিৱীত খুন্দা মাৰিব ডাঙৰ ধুমকেতু, নাছাৰ তথ্যত চিন্তাত বিশ্ব
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০৩২ চনৰ ২২ ডিচেম্বৰত পৃথিৱীত খুন্দা মাৰিব ডাঙৰ ধুমকেতু, নাছাৰ তথ্যত চিন্তাত বিশ্ব

সৌৰজগতত বহু ধুমকেটু তথা বহু সৰু সুৰা গ্ৰহাণু আদি নিজ নিজ কক্ষ পথত ঘুৰি আছে৷ তাৰেই কেতিয়াবা কিছুমানে সন্তুলন হেৰুৱাই পৃথিৱীৰ কাষেৰে পাৰ হৈ যায়৷

বৰ্তমানে নাছাই বিষয়ে বহু পূৰ্বেই জানিব পাৰে৷ এইবাৰো এটা ডাঙৰ গ্ৰহাণু পৃথিৱীৰ দিশে আহি থকা বুলি নাছাই সদৰি কৰিছে৷ যি তথ্য সদৰি হোৱাৰ পাছতে চিন্তাত পৰিছে বিশ্ব৷

সদৰি হোৱা তথ্য অনুসৰি ২০২৪ YR4 নামৰ এই গ্ৰহাণুটোৱে ২০৩২ চনৰ ২২ ডিচেম্বৰত পৃথিৱীৰ সৈতে সংঘৰ্ষ কৰিব পাৰে। বিজ্ঞানীসকলৰ মতে এই গ্ৰহাণুৰ আঘাতৰ সম্ভাৱনা ১.৮%ৰ পৰা ২.৩%লৈ বৃদ্ধি পাইছে।

ইয়াৰ আকাৰ প্ৰায় ৩০০ ফুট (৯০ মিটাৰ) পৰ্যন্ত হ’ব পাৰে। এই আকাৰৰ গ্ৰহাণু এটাই এখন সম্পূৰ্ণ চহৰ ধ্বংস কৰিব পাৰে। ১৯০৮ চনত চাইবেৰিয়াৰ টুংগুস্কা অঞ্চলত পৰি যোৱা গ্ৰহাণুটোৰ আকাৰ প্ৰায় ইমানেই আছিল।

১৯০৮ চনত চাইবেৰিয়াৰ টুংগুস্কা অৰণ্যত আঘত কৰা গ্ৰহাণু পৃথিৱীত খুন্দা মৰাৰ পাছতে বিস্ফোৰণ হৈ গৈছিল৷ ইয়াৰ ফলত ৮৩০ বৰ্গমাইল (২১৫০ বৰ্গ কিলোমিটাৰ) এলেকা ধ্বংস হৈছিল। লাখ লাখ গছ ধ্বংস হৈছিল।

এতিয়া যদি ২০২৪ YR4 য়ে পৃথিৱীত আঘাত কৰে তেন্তে ই এখন সৰু চহৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব পাৰে। যাৰ বাবেই এতিয়া চিন্তাত বৈজ্ঞানিক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asteroidBig AsteroidNASAnasa scientist
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ
অসম

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 12, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

September 12, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

September 12, 2026
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
Next Post
সঁচাকৈয়ে গ্ৰেপ্তাৰী পাৰোৱানা নে চৰ্চিত হোৱাৰ নামত নাটক- চনু ছুডৰ সকলো সদৰি

সঁচাকৈয়ে গ্ৰেপ্তাৰী পাৰোৱানা নে চৰ্চিত হোৱাৰ নামত নাটক- চনু ছুডৰ সকলো সদৰি

প্ৰকাশ চূড়ান্ত তালিকা, আমেৰিকাৰ পৰা আহিব ৪৮৭ অবৈধ ভাৰতীয় প্ৰবাসী

প্ৰকাশ চূড়ান্ত তালিকা, আমেৰিকাৰ পৰা আহিব ৪৮৭ অবৈধ ভাৰতীয় প্ৰবাসী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.