• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫০ টকা মাহিলী জমা কৰি পাব ২৯ লাখ টকা, SBIৰ এই বিশেষ স্কিমৰ কথা আজিয়েই জানি থওক

২৫০ টকা মাহিলী জমা কৰি পাব ২৯ লাখ টকা, SBIৰ এই বিশেষ স্কিমৰ কথা আজিয়েই জানি থওক

2 years ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

16 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

35 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

1 hour ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

২৫০ টকা মাহিলী জমা কৰি পাব ২৯ লাখ টকা, SBIৰ এই বিশেষ স্কিমৰ কথা আজিয়েই জানি থওক

২৫০ টকা মাহিলী জমা কৰি পাব ২৯ লাখ টকা, SBIৰ এই বিশেষ স্কিমৰ কথা আজিয়েই জানি থওক

editor by editor
February 21, 2025
in বাণিজ্য, বিবিধ
0
২৫০ টকা মাহিলী জমা কৰি পাব ২৯ লাখ টকা, SBIৰ এই বিশেষ স্কিমৰ কথা আজিয়েই জানি থওক
0
SHARES
9.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই মিউচুৱেল ফাণ্ড স্কিমত বিশেষ নাম আছে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ৷ সদ্য SBI Jannivesh SIP আৰম্ভ হৈছে বজাৰত৷ ইয়াত মাত্ৰ ২৫০ টকাৰ SIP কৰি আপুনি বিপুল পৰিমাণৰ উপাৰ্জন কৰিব পাৰে৷

SBI JanNivesh আহিলে বজাৰৰ ক’ত বিনিয়োগ কৰিব?

বিনিয়োগকাৰীয়ে SBI বেলেন্সড এডভাণ্টেজ ফাণ্ডত বিনিয়োগ কৰিব পাৰে৷ এয়া একঅ হাইব্ৰিড ডায়নেমিক এছেট এলোকেছন প্লেন৷ এই ফাণ্ডত আপুনি ভাল ৰিটাৰ্ণ পাব পাৰে৷ ইয়াত প্ৰতিমাহে নূন্যতম ২৫০ টকা বিনিয়োগৰ সুবিধা দিয়ে৷ মনত ৰাখিব সম্পূৰ্ণ ইক্যুইটি বা ডেট ফাণ্ডৰ তুলনাত এটা বেলেন্সড এডভাণ্টেজ ফাণ্ড বজাৰৰ মন্দাৰ সময়ত স্থিতিশীল ৰিটাৰ্ণ দিয়ে৷

২৯লাখ জমাবলৈ আপুনি কি কৰিব?

বিগত বছৰসমূহৰ কথা যদি চাই তেন্তে দেখিব যে SBI বেলেন্সড এডভাণ্টেজ ফাণ্ডৰ ৰিটাৰ্ণ আছিল ১ বছৰত ৮.৩শতাংশ, ৩ বছৰত ৰিটাৰ্ণ আছিল ১২.২ শতাংশ৷ আপুনি যদি SBI বেলেন্সড এডভাণ্টেজ ফাণ্ডত JanNiveshৰ অধীনত SIPৰ মাধ্যমেৰে প্ৰতি মাহে ২৫০ টকা ধাৰাবাহিকভাৱে বিনিয়োগ কৰে তেতিয়া ৪০ বছৰ পাছত বাৰ্ষিক ১২ শতাংশ ৰিটাৰ্ণেৰে আপুনি জমা কৰিব প্ৰায় ২৯,৭০,৬০৫লাখ টকা৷ এইধৰণে ১২০,০০০ টকাৰ মুঠ বিনিয়োগত ৪০বছৰৰ পাছত আপুনি পাব ২৮,৫০, ৬০৫টকা৷

SBIৰ জন নিভেছ SIP, কেনেকৈ বিনিয়োগ কৰিব?

ব্যৱহাৰকাৰীয়ে SBI YONO প্লেটফৰ্ম আৰু Paytm, Groww আৰু Zerodhaৰ দৰে অন্যান্য ফিনটেক প্লেটফৰ্মত মিউছুৱেল ফাণ্ড খুলিব পাৰে৷

কেনেকৈ Paytmত JanNivesh SIP বিনিয়োগ কৰিব?

  1. প্ৰথমে আপুনি Paytm এপ খুলক৷
  2. তাৰপিছতেই JanNivesh SIP @250 টেবত ক্লিক কৰক৷
  3. আপুনি কিমান দিনৰ অন্তত টকা দিব সেয়া ঠিক কৰক৷ যেনে সাপ্তাহিক, মাহেকীয়া, দৈনিক৷
  4.  এই পৰ্বত আপুনি PAN নম্বৰ লিখিব লাগিব, KYC আৰু SIP সম্পূৰ্ণ কৰিব পাৰিব৷
  5. Paytmয়ে আপোনাক অটমেটিক পেমেণ্ট কটাৰ সুবিধা দিয়ে৷

(মনত ৰাখিবঃ ইয়াত প্ৰদত্ত তথ্য কেৱল তথ্যৰ উদ্দেশ্যে দিয়া হৈছে৷  বজাৰত বিনিয়োগ কৰাটো সম্পূৰ্ণ আপোনাৰ নিজা সিদ্ধান্ত৷ বিনিয়োগ কৰাৰ পূৰ্বে এজন বিশেষজ্ঞৰ পৰামৰ্শ লওক৷ অসম লাইভ২৪ যে কেতিয়াও কাকো অৰ্থ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
Next Post
২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে! দাবী IIT বাবাৰ, কি কি কৈছে  IIT বাবাই, লিংকত ক্লিক কৰি চাওক ভিডিঅ’

ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে! দাবী IIT বাবাৰ, কি কি কৈছে IIT বাবাই, লিংকত ক্লিক কৰি চাওক ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.