• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰহস্যময়ী যুৱতীৰ সৈতে শিখৰ ধৱন, ভাইৰেল ফটো, পাছে কোন এই যুৱতী!

ৰহস্যময়ী যুৱতীৰ সৈতে শিখৰ ধৱন, ভাইৰেল ফটো, পাছে কোন এই যুৱতী!

1 year ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

48 minutes ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

1 hour ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

2 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

13 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

14 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

14 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

15 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

15 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

16 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

16 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

17 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰহস্যময়ী যুৱতীৰ সৈতে শিখৰ ধৱন, ভাইৰেল ফটো, পাছে কোন এই যুৱতী!

editor by editor
February 21, 2025
in ক্ৰীড়া, ভাৰত
0
ৰহস্যময়ী যুৱতীৰ সৈতে শিখৰ ধৱন, ভাইৰেল ফটো, পাছে কোন এই যুৱতী!
0
SHARES
590
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰহস্যময়ী যুৱতীৰ সৈতে শিখৰ ধৱন, ভাইৰেল ফটো, পাছে কোন এই যুৱতী!

ডুবাইত ভাৰত আৰু বাংলাদেশৰ মাজত চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেল অনুষ্ঠিত হয়। এই খেলখনত টিম ইণ্ডিয়াই দৰ্শনীয় ৰূপত জয়লাভ কৰে। ভাৰতৰ প্ৰবীণ খেলুৱৈ শিখৰ ধৱনেও এই খেলখন চাবলৈ উপস্থিত হৈছিল ডুবাইত।

খেলৰ সময়ত ধৱনৰ বহু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। সেই ভিডিঅ’ত ধৱনক এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে মেচ উপভোগ কৰি থকা দেখা গৈছে। অনুৰাগীয়ে ছচিয়েল মিডিয়াত দুয়োৰে এই ভিডিঅ’টোৰ বিষয়ে অহৰহ আলোচনা কৰি আছে। কোন এই ৰহস্যময়ী যুৱতী।

অৱশ্যে সামান্য দূৰত বহিছে যুৱতী। কিন্তু ধৱন অনুৰাগীয়ে এই ৰহস্যময়ী যুৱতীৰ বিষয়ে তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে যদিও এতিয়ালৈকে যুৱতীৰ বিষয়ে কতো একো সন্ধান পোৱা নাই। ছচিয়েল মিডিয়াত দুয়োকে লৈ চৰ্চা চলিছে।

উল্লেখ্য যে, শিখৰ ধৱনৰ ব্যক্তিগত জীৱন কাৰো পৰা লুকাই থকা নাই। বৰ্তমান তেওঁ চিংগল তথা বিবাহ বিচ্ছেদিত। ২০২৩ চনত আয়েশা মুখাৰ্জীৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল। তেওঁৰ এজন পুত্ৰ সন্তানো আছে যি আয়েছাৰ লগত অষ্ট্ৰেলিয়াত থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CricketerIndian CricketSikhar dhawanviral photoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বিশ্ব

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

July 13, 2026
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
Next Post
মাতৃক ঘৰত ৰাখি বাহিৰৰ পৰা তলা লগাই পুত্ৰ গ’ল মহাকুম্ভলৈ, ভোক-পিয়াহত ৪ দিনৰ অন্তত…

মাতৃক ঘৰত ৰাখি বাহিৰৰ পৰা তলা লগাই পুত্ৰ গ'ল মহাকুম্ভলৈ, ভোক-পিয়াহত ৪ দিনৰ অন্তত...

ফাগুনৰ অমাৱস্যাত জিলিকি উঠিব ৩ ৰাশিৰ কপাল, বুধ গ্ৰহই কৰিব কৃপা

ফাগুনৰ অমাৱস্যাত জিলিকি উঠিব ৩ ৰাশিৰ কপাল, বুধ গ্ৰহই কৰিব কৃপা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.