• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

1 year ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

48 minutes ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

1 hour ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

2 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

18 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

19 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

20 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

21 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

21 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

22 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

23 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

23 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

editor by editor
March 3, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?
0
SHARES
308
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

SIPৰ মাধ্যমেৰে মিউছুৱেল ফাণ্ডত বিনিয়োগ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ বৰ্তমান সময়ত SIP বিনিয়োগৰ এটা জনপ্ৰিয় মাধ্যম৷ বহুতেই এতিয়া প্ৰতি মাহে SIPত বিনিয়োগ কৰিছে৷ কিন্তু মিউচুৱেল ফাণ্ড বজাৰৰ সৈতে যুক্ত৷ তাৰ পৰা নিশ্চিত ৰিটাৰ্ণ সেয়ে আশা কৰিব নোৱাৰি৷ বিগত কেইবা বছৰৰ পৰিসংখ্যাৰ পৰা দেখা গৈছে যে এছ আই পিত গড়ে ১২ শতাংশ ৰিটাৰ্ণ পাইছে বিনিয়োগৰাকীয়ে৷

অধিকাংশ ইকুইটি ফাণ্ডত ২০২৩ চনৰ ৰিটাৰ্ণ ৫০শতাংশতকৈ বেছি আছিল৷ ভৱিষ্যতেই একেই হাৰত ৰিটাৰ্ণ পাব বুলি নিশ্চিতভাৱে ক’ব নোৱাৰি৷ বিগত কেইবা বছৰত বহু মিউছুৱেল ফাণ্ডত ৪০শতাংশতকৈ বেছি ৰিটাৰ্ণ দিছে৷ মাত্ৰ ৫০০ টকা দিয়েই এছ আই পি আৰম্ভ কৰিব পাৰি৷ লেথাৰিকৈ বিনিয়োগ কৰি গ’লে ২৫ বছৰত কোটি টকাৰ ৰিটাৰ্ণ পাব৷

যদি প্ৰতিমাহে ৭০০০ টকাকৈ আপুনি বিনিয়োগ কৰে তেন্তে ২৫ বছৰত কিমান টকা লাভ কৰিব? মিউছুৱেল ফাণ্ড SIPত ৰিস্ক আছে যদিও ভাল ৰিটাৰ্ণ আপুনি পাবই৷ শ্বেয়াৰ বজাৰত যদি পতন হয় তেন্তে বিনিয়োগকাৰীৰ লোকচান হ’ব পাৰে৷ একেদৰে শ্বেয়াৰ বজাৰৰ যদি উত্থান হয় তেন্তে বিনিয়োগকাৰীৰ লাভৰ পৰিমাণো বাঢ়ি যায়৷ কিন্তু দীৰ্ঘম্যাদি বিনিয়োগৰ বাবে এছ আই পি বিনিয়োগেই সৰ্বশ্ৰেষ্ঠ বিনিয়োগ বুলি ধাৰণা কৰে বহুজনেই৷

এইবাৰ দেখা গৈছে যে SIPত প্ৰতি মাহে ৭০০০ টকাকৈ বিনিয়োগ কৰিলে ২৫ বছৰ পাছত কিমান টকা পোৱা যাব৷ যদি SIP-ত প্ৰতি বছৰে ১২শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ২৫ বছৰত ১.৩২ কোটি টকাৰ ফাণ্ড গঢ়ি উঠিব৷ যদি SIP-ত প্ৰতি বছৰে ১৪শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ২৫ বছৰত ১.৯০ কোটি টকাৰ ফাণ্ড গঢ়ি উঠিব পাৰে৷ আৰু যদি প্ৰতি বছৰে ১৬শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ২৫ বছৰত গঢ়ি উঠিব ২.৭৭ কোটি টকাৰ ফাণ্ড৷ এনেকৈয়ে ২৫ বছৰত কোটি টকাৰ ফাণ্ড গঢ়ি তুলিব পাৰে এছ আই পিৰ মাধ্যমেৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু
বিনোদন

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
Next Post
বিৰল পৰিঘটনা চাবলৈ সাজুনে আপুনি? ব্লাড মুন দেখা যাব আকাশত, কেতিয়া আকাশত দেখা যাব ব্লাড মুন?

বিৰল পৰিঘটনা চাবলৈ সাজুনে আপুনি? ব্লাড মুন দেখা যাব আকাশত, কেতিয়া আকাশত দেখা যাব ব্লাড মুন?

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.