• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধুমধামেৰে বিয়া, ফুলশয্যাৰ নিশাও ঠিকেই গৈছিল, অৱশেষত নৱদম্পতিক বিচাৰি ভাঙিল দুৱাৰ, তাৰপিছত?

1 year ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

17 minutes ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

1 hour ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

3 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

4 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

5 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

14 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

15 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

16 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধুমধামেৰে বিয়া, ফুলশয্যাৰ নিশাও ঠিকেই গৈছিল, অৱশেষত নৱদম্পতিক বিচাৰি ভাঙিল দুৱাৰ, তাৰপিছত?

ধুমধামেৰে বিয়া, ফুলশয্যাৰ নিশাও ঠিকেই গৈছিল, অৱশেষত নৱদম্পতিক বিচাৰি ভাঙিল দুৱাৰ, তাৰপিছত?

editor by editor
March 10, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
ধুমধামেৰে বিয়া, ফুলশয্যাৰ নিশাও ঠিকেই গৈছিল, অৱশেষত নৱদম্পতিক বিচাৰি ভাঙিল দুৱাৰ, তাৰপিছত?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ন বোৱাৰীক আদৰি ওখল-মাখল ঘৰৰ পৰিবেশ। কইনাক লৈ দৰাই হাঁহিমুখে প্ৰৱেশ কৰিছে ফুলসজ্জাৰ ৰুমত। নিশা পাৰ হৈ ৰাতিপুৱাল। সকলোৱে অপেক্ষা কৰি থাকিল ন বোৱাৰী আৰু দৰা ৰুমৰ পৰা ওলাব। ৰাতিপুৱা গৈ বেলি দুপৰ হলেও কইনা দৰা ৰুমৰ পৰা নোলাল। পৰিয়ালৰ লোকে দুৱাৰমুখত ৰৈ চিঞৰি চিঞৰি মতাতো ওলাই নাহিল দৰা কইনা। লাহে লাহে উদ্বেগ বাঢ়িল। অৱশেষত দুৱাৰ ভাঙি দেখা দৃশ্যই সকলোকে হতবাক কৰিছে।

আনন্দৰ মুহূৰ্ত ক্ষন্তেকতে চৰম শোকলৈ ৰূপান্তৰিত হল। আৰক্ষীক মাতি পঠিয়াই তদন্তৰো নিৰ্দেশ দিয়া হল। কিন্তু প্ৰকৃততে কি ঘটিল নৱদম্পতিৰ সৈতে? দুৱাৰ ভঙাৰ পিছতেই দেখা গৈছিল যে চিলিং ফেনক ওলমি আছে দৰা। আৰু বিচনাত নিথৰ হৈ পৰি আছে কইনা। দ্ৰুতভাৱে চিকিৎসকক মাতি পঠিওৱা হৈছিল যদিও দুয়োকে মৃত ঘোষণা কৰে চিকিৎসকে।

এই ঘটনা উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ছাহাদগঞ্জ মুৰাবন টোলাৰ থানাৰ কাণ্টনমেণ্ট এলেকাৰ। হঠাৎ কিয় এনেকৈ দুটা জীৱন শেষ হল সেই কথা এতিয়াও ৰহস্যৰ আৱৰ্তত। পৰিয়ালৰ দাবী এই ঘটনাৰ উচিত তদন্ত হওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

May 20, 2026
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়
জীৱনশৈলী

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

May 20, 2026
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!
জীৱনশৈলী

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

May 20, 2026
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?
জীৱনশৈলী

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

May 20, 2026
Next Post
মহালক্ষ্মী ৰাজযোগত টকাৰ পাহাৰ গঢ়িব ৪ৰাশিয়ে, সুখ উপচি পৰিব কাৰ কাৰ জীৱনত?

ডেৰ লাখ টকা আয়কৰ বচাব পাৰিব! প’ষ্ট অফিচৰত এই পাঁচ স্কিমত বিনিয়োগ কৰক

ডেৰ লাখ টকা আয়কৰ বচাব পাৰিব! প'ষ্ট অফিচৰত এই পাঁচ স্কিমত বিনিয়োগ কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন