• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডেৰ লাখ টকা আয়কৰ বচাব পাৰিব! প’ষ্ট অফিচৰত এই পাঁচ স্কিমত বিনিয়োগ কৰক

ডেৰ লাখ টকা আয়কৰ বচাব পাৰিব! প’ষ্ট অফিচৰত এই পাঁচ স্কিমত বিনিয়োগ কৰক

1 year ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

9 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

9 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

10 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

10 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

12 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

13 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

14 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

15 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

16 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

17 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

1 day ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডেৰ লাখ টকা আয়কৰ বচাব পাৰিব! প’ষ্ট অফিচৰত এই পাঁচ স্কিমত বিনিয়োগ কৰক

ডেৰ লাখ টকা আয়কৰ বচাব পাৰিব! প'ষ্ট অফিচৰত এই পাঁচ স্কিমত বিনিয়োগ কৰক

editor by editor
March 10, 2025
in জীৱনশৈলী
0
ডেৰ লাখ টকা আয়কৰ বচাব পাৰিব! প’ষ্ট অফিচৰত এই পাঁচ স্কিমত বিনিয়োগ কৰক
0
SHARES
101
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত অৰ্থবৰ্ষত আয়কৰৰ সুবিধা পাবলৈ ৩১ মাৰ্চৰ ভিতৰতেই আপুনি এই কাম কৰিব পাৰে। তেতিয়া টেক্স ছেভিংছ ইনভেষ্টমেণ্টৰ বাবে সময় হাতত মাত্ৰ তিনি সপ্তাহ। ১৯৬১ চনৰ আয়কৰ আইনৰ ৮০ চি ধাৰাত ডেৰ লাখ টকা পৰ্যন্ত ৰেহাই পাব পাৰে।

এই ৰেহাই পাবলৈ হলে কেইবাটাও স্কিমত আপুনি বিনিয়োগ কৰিব পাৰে। ইয়াৰ মাজত কিছু স্কিম মাৰ্কেট ৰিলেটেড। অৰ্থাৎ শ্বেয়াৰ বজাৰৰ সৈতে জড়িত আছে সেই সকলো স্কিমৰ ৰিটাৰ্ন। ইয়াত কিন্তু আপুনি ৰিস্ক লব লাগিব। ৰিস্ক লব নুখুজিলে আপুনি ইনভেষ্ট কৰক ছেভিংছ স্কিমত। ইয়াত ধন হেৰুওৱাৰ ভয় নাই। ইণ্ডিয়ান পোষ্ট অফিচৰ বিভিন্ন ছেভিংছ স্কিমত আপুনি ধন ৰাখিব পাৰে। পোষ্ট অফিচৰো এনে ৫টা স্কিম আছে। যত ধন থৈ আপুনি আয়কৰ বচাব পাৰে।

পাব্লিক প্ৰভিডেণ্ট ফাণ্ড

দীৰ্ঘম্যাদি ধন বিনিয়োগৰ বাবে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড সকলোতকৈ আগত থাকে। ইয়াত বিনিয়োগৰ মাধ্যমেৰে ৮০ চি ধাৰাত প্ৰতি অৰ্থবৰ্ষত ডেৰ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই পাব পাৰে। এই বিনিয়োগত যি সুদ পোৱা যায় সেয়াও টেক্স ফ্ৰি হয়। এই বিনিয়োগৰ আটাইতকৈ ডাঙৰ সুবিধা এয়াই। ২০২৫ চনৰ জানুৱাৰী মাৰ্চ কোৱাৰ্টাৰ পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত সুদৰ হাৰ ৭.১ শতাংশ।

নেশ্ব্যনেল ছেভিংছ চাৰ্টিফিকেট

এই স্কিমত বিনিয়োগ কৰিলে আপুনি ভাল ৰিটাৰ্ণ পাব। এই স্কিমত নূন্যতম এক হাজাৰ টকা বিনিয়োগ কৰিব পাৰে। বিনিয়োগৰ কোনো ঊৰ্ধ্বসীমা নাই। এই স্কিমৰ ম্যাদ হয় তিনি বছৰ। ইয়াত আপুনি গেৰাণ্টিৰ সৈতে ভাল ৰিটাৰ্ণ পাবই। ২০২৫ চনৰ জানুৱাৰী মাৰ্চৰ কোৱাৰ্টাৰত এই স্কিমত বাৰ্ষিক সুদৰ হাৰ ৭.১শতাংশ।

সুকন্যা সমৃদ্ধি যোজনা

কন্যা সন্তানৰ ভৱিষ্যতৰ বাবে অৰ্থ সঞ্চয় কৰিব খুজিলে এই চৰকাৰী স্কিম বাচি লব পাৰে। এই স্কিমত ডেৰ লাখ টকা পৰ্যন্ত আপুনি কৰ ৰেহাই পাব পাৰে। এই স্কিমত প্ৰাপ্ত সুদৰ ওপৰতো কৰ নালাগিব। ২০২৫ চনৰ জানুৱাৰী মাৰ্চত কোৱাৰ্টাৰত এই স্কিমত বাৰ্ষিক সুদৰ হাৰ ৮.২শতাংশ।

ছিনিয়ৰ চিটিজেন চেভিংছ স্কিম

অৱসৰপ্ৰাপ্ত সঞ্চয়ৰ বাবে এই চৰকাৰী প্ৰকল্পত সুদৰ হাৰ যথেষ্ট আকৰ্ষণীয়। নূন্যতম এক হাজাৰ আৰু সৰ্বোচ্চ ৩০লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে। ২০২৫ চনৰ জানুৱাৰী মাৰ্চৰ কোৱাৰ্টাৰত এই স্কিমত বাৰ্ষিক সুদৰ হাৰ ৮.২শতাংশ।

পোষ্ট অফিচ টাইম ডিপজিট

এই স্কিমত ৫ বছৰৰ বাবে বিনিয়োগ কৰিলে আয়কৰ আইনৰ ৮০ চি ধাৰাত ডেৰ লাখ টকা পৰ্যন্ত ৰেহাই পাব। কিন্তু ৫ বছৰৰ কম সময়ৰ বাবে এই স্কিমত কৰ ৰেহাইৰ সুবিধা নাপাব। পাঁচ বছৰৰ ডিপোজিটৰ ক্ষেত্ৰত এই স্কিমত বাৰ্ষিক সুদৰ হাৰ ৭.৫শতাংশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

July 23, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব
জীৱনশৈলী

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

July 23, 2026
আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আজি আপোনাৰ দিনটো কেনে যাব?

July 23, 2026
Next Post
বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিলে বাজেট! ৰাজ্যবাসীলৈ কি কি ভালখবৰ?

বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিলে বাজেট! ৰাজ্যবাসীলৈ কি কি ভালখবৰ?

মৰমৰ ভাগিনৰ বাবেই এই উৎসৰ্গা! প্ৰতিমাহে ভাগিনৰ একাউণ্টত সোমাব ২৫০০ টকা

মৰমৰ ভাগিনৰ বাবেই এই উৎসৰ্গা! প্ৰতিমাহে ভাগিনৰ একাউণ্টত সোমাব ২৫০০ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.