• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহালক্ষ্মী ৰাজযোগত টকাৰ পাহাৰ গঢ়িব ৪ৰাশিয়ে, সুখ উপচি পৰিব কাৰ কাৰ জীৱনত?

মহালক্ষ্মী ৰাজযোগত টকাৰ পাহাৰ গঢ়িব ৪ৰাশিয়ে, সুখ উপচি পৰিব কাৰ কাৰ জীৱনত?

2 years ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

35 minutes ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

2 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

2 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

3 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

3 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

4 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

4 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

5 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

5 hours ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

7 hours ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

8 hours ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহালক্ষ্মী ৰাজযোগত টকাৰ পাহাৰ গঢ়িব ৪ৰাশিয়ে, সুখ উপচি পৰিব কাৰ কাৰ জীৱনত?

মহালক্ষ্মী ৰাজযোগত টকাৰ পাহাৰ গঢ়িব ৪ৰাশিয়ে, সুখ উপচি পৰিব কাৰ কাৰ জীৱনত?

editor by editor
March 10, 2025
in জীৱনশৈলী, বিবিধ
0
মহালক্ষ্মী ৰাজযোগত টকাৰ পাহাৰ গঢ়িব ৪ৰাশিয়ে, সুখ উপচি পৰিব কাৰ কাৰ জীৱনত?
0
SHARES
725
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষবিদে জনাইছে যে নৱগ্ৰহৰ মাজত চন্দ্ৰই এনে এক গ্ৰহ যি সকলোতকৈ দ্ৰুত ৰাশি পৰিবৰ্তন কৰে। চন্দ্ৰই এইবাৰ মিথুন ৰাশিত প্ৰৱেশ কৰিব। যাৰ ফলত মহালক্ষ্মী ৰাজযোগ নিৰ্মিত হব। ৫৪ ঘণ্টাৰ বাবে এই ৰাজযোগৰ প্ৰভাৱ থাকিব। ফলত বেছ কিছু ৰাশিৰ জাতক লাভাম্বিত হব।

কন্যা ৰাশি

এই ৰাজযোগৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত প্ৰচুৰ লাভ আহিব। চৰকাৰী চাকৰিৰ প্ৰস্তুতি যিসকলে লৈছে তেওঁলোকে সাফল্য পাব। ব্যৱসায়ীয়ে লাভ অৰ্জন কৰিব। কোনো কামত পৰিশ্ৰম কৰিলে সুফল পাব। আকস্মিক ধনলাভৰ ওপৰিও পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। প্ৰেম জীৱনৰ বাবে সময় ভাল। আত্মবিশ্বাস বৃদ্ধি হব।

তুলা ৰাশি

মহালক্ষ্মী ৰাজযোগৰ ওপৰত লক্ষ্মীৰ বিশেষ আশীৰ্বাদ থাকিব। ধৰ্মীয় কামত ৰুচি বাঢ়িব তুলা ৰাশিৰ জাতকৰ। পৰিয়ালৰ সৈতে তীৰ্থ যাত্ৰাত যাব পাৰে। অবিবাহিত জাতকে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব। পিতৃ আৰু গুৰুৰ পূৰ্ণ সহযোগিতা পাব। চৰকাৰী কামত অন্যৰ সাহায্য পাব পাৰে। ধনলাভৰ যোগ তৈয়াৰ হৈছে। মেজাজ অৱশ্যে খিংখিঙিয়া হৈ থাকিব, সেয়ে সাবধানে থাকক।

কুম্ভ ৰাশি

মহালক্ষ্মী ৰাজযোগ কুম্ভ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হব। দীৰ্ঘদিন ধৰি চলি থকা অসুস্থতাৰ পৰা মুক্তি পাব। সমাজত মান সন্মান বৃদ্ধি পাব। ইয়াৰোপৰি সন্তানৰ তৰফৰ পৰা কোনো সুসংবাদ পাব পাৰে। আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব। দান পূণ্য কৰিব পাৰিব। সন্তান সুখ লাভ কৰিব এই ৰাশিৰ জাতকে।

মীন ৰাশি

মীন ৰাশিৰ জাতকে একাধিক লাভ অৰ্জন কৰিব পাৰিব। মহালক্ষ্মী যোগৰ প্ৰভাৱত এই ৰাশিৰ জাতকে পৈতৃক সম্পত্তি লাভ কৰিব। পিতৃ মাতৃৰ সহযোগিতাত অৰ্থ লাভ সম্ভৱ। আকৌ পাৰিবাৰিক জীৱনৰ বাবেও এই সময় খুবেই ভাল। মীন জাতকৰ ইচ্ছাশক্তি মজবুত হব। জীৱনত সুখ শান্তি বৰ্তি থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
বিশ্ব

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

September 25, 2026
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

September 25, 2026
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
অসম

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

September 25, 2026
Next Post
ডেৰ লাখ টকা আয়কৰ বচাব পাৰিব! প’ষ্ট অফিচৰত এই পাঁচ স্কিমত বিনিয়োগ কৰক

ডেৰ লাখ টকা আয়কৰ বচাব পাৰিব! প'ষ্ট অফিচৰত এই পাঁচ স্কিমত বিনিয়োগ কৰক

বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিলে বাজেট! ৰাজ্যবাসীলৈ কি কি ভালখবৰ?

বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিলে বাজেট! ৰাজ্যবাসীলৈ কি কি ভালখবৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.