• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন প্ৰেমিকা গৌৰীক বিয়া কেতিয়া কৰাব আমিৰে? খুল্লম খুল্লা প্ৰেমৰ কথা ঘোষণা কৰি কি কি ক’লে আমিৰ খানে?

নতুন প্ৰেমিকা গৌৰীক বিয়া কেতিয়া কৰাব আমিৰে? খুল্লম খুল্লা প্ৰেমৰ কথা ঘোষণা কৰি কি কি ক’লে আমিৰ খানে?

1 year ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

33 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

1 hour ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

2 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

2 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

4 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

5 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

6 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

7 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

8 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

9 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

9 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন প্ৰেমিকা গৌৰীক বিয়া কেতিয়া কৰাব আমিৰে? খুল্লম খুল্লা প্ৰেমৰ কথা ঘোষণা কৰি কি কি ক’লে আমিৰ খানে?

প্ৰেমিকা গৌৰীৰ সৈতে বিয়া কেতিয়া কৰাব আমিৰে? খুল্লম খুল্লা প্ৰেমৰ কথা ঘোষণা কৰি কি কি ক’লে আমিৰ খানে?

editor by editor
March 14, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
নতুন প্ৰেমিকা গৌৰীক বিয়া কেতিয়া কৰাব আমিৰে? খুল্লম খুল্লা প্ৰেমৰ কথা ঘোষণা কৰি কি কি ক’লে আমিৰ খানে?
0
SHARES
539
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৬০ বছৰীয়া জন্মদিন উপলক্ষে সংবাদমাধ্যমৰ সৈতে নিজৰ প্ৰেয়সী গৌৰীক চিনাকী কৰায় দিয়ে আমিৰ খানে৷ নিজৰ প্ৰাক জন্মদিনৰ অনুষ্ঠানত আমিৰে জনাই যে বিগত ডেৰ বছৰ ধৰি তেওঁলোক সম্পৰ্কত আছে৷ বিগত কেইবামান ধৰি বাংগালুৰুৰ নিবাসী সেই যুৱতীৰ সৈতে আমিৰৰ প্ৰেমৰ সম্পৰ্ক চলি আছে৷ আমিৰে জনাই যে তেওঁৰ প্ৰযোজনা সংস্থাতেই কাম কৰে গৌৰীয়ে৷ ছ’বছৰীয়া এটি সন্তানো আছে আমিৰৰ নতুন প্ৰেয়সীৰ৷ দীৰ্ঘ ২৫ বছৰ ধৰি গৌৰীৰ সৈতে যোগাযোগ আছে আমিৰৰ৷ কিন্তু প্ৰেমৰ সম্পৰ্ক নাছিল৷ ডেৰ বছৰ পূৰ্বৰে পৰাহে দুয়োৰে মাজত প্ৰেমভাৱ জাগিছে৷ গৌৰীৰ সৈতে ডেৰ বছৰ ধৰি লিভ ইনত আছে আমিৰ৷ তামিল আৰু আইৰিছ বংশোদ্ভূত গৌৰীৰ এটি ৬বছৰীয়া সন্তানো আছে৷

আমিৰে সংবাদমাধ্যমৰ আগত কয়, কেনেকৈ গৌৰীৰ সৈতে পৰিচয় হৈছিল আমিৰৰ৷ আমিৰে কয়, ‘গৌৰী বাংগালুৰুৰ ঘৰত যেতিয়া আছিল তেতিয়া লুকাই চুৰকৈ তেওঁৰ কাষলৈ গৈছিলো৷ কাকো একো নজনোৱাকৈয়ে গৈছিলো৷ বাংগালুৰু বিমানবন্দৰত বৰ এটা ভিৰ নাথাকে৷’ সংবাদমাধ্যমৰ লোকে আকৌ আমিৰক প্ৰশ্ন কৰে যে গৌৰী যেতিয়া আপোনাৰ মুম্বাইৰ ঘৰলৈ আহিল তেতিয়া কেনেকৈ তেওঁক লগ দিছিল? তেতিয়া আমিৰে কয়, ‘সংবাদমাধ্যমৰ নজৰ অন্য খানসমূহৰ ঘৰতহে থাকে৷ মোৰ ঘৰলৈ খুব এটা নজৰ নিদিয়ে৷ সেয়ে আপোনালোকৰ চকুত ধূলি দিয়েই আমাৰ প্ৰেম ইয়াতো চলি আছে৷’

গৌৰীক বিয়া কৰাব নেকি আমিৰ খানে? এই সন্দৰ্ভত আমিৰে কয়, বয়স ৬০ বছৰ হৈছে৷ এই বয়সত আকৌ বিয়া কৰোৱাটো চাপৰ বিষয় হৈ যাব৷ মই বিয়া কৰোৱাটো শোভনীয় হব জানো? দেখা যাওকচোন৷ গৌৰী আৰু মোৰ সম্পৰ্ক এনেকৈয়ে খুব সুন্দৰ৷ পৰস্পৰৰ প্ৰতি ভালপোৱাত ডুবি গৈছো আমি৷ গৌৰীৰ কাষত মই শান্ত থাকো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?
বিনোদন

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

July 7, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

July 7, 2026
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!
জীৱনশৈলী

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

July 7, 2026
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 7, 2026
Next Post
দৌলত গজকেশৰী ৰাজযোগ! ৫ ৰাশিৰ দুঃখৰ দিন শেষ, ভাগ্যৰ চকা ঘূৰিব কাৰ কাৰ?

দৌলত গজকেশৰী ৰাজযোগ! ৫ ৰাশিৰ দুঃখৰ দিন শেষ, ভাগ্যৰ চকা ঘূৰিব কাৰ কাৰ?

ৰোজভেলিত ধন বিনিয়োগ কৰি ধন হেৰুওৱাসকললৈ এই খবৰ! ৩৩২ কোটিতকৈ অধিক ধন উভতাই দিয়া হ’ব বিনিয়োগৰাকীক

ৰোজভেলিত ধন বিনিয়োগ কৰি ধন হেৰুওৱাসকললৈ এই খবৰ! ৩৩২ কোটিতকৈ অধিক ধন উভতাই দিয়া হ’ব বিনিয়োগৰাকীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.