• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৌলত গজকেশৰী ৰাজযোগ! ৫ ৰাশিৰ দুঃখৰ দিন শেষ, ভাগ্যৰ চকা ঘূৰিব কাৰ কাৰ?

দৌলত গজকেশৰী ৰাজযোগ! ৫ ৰাশিৰ দুঃখৰ দিন শেষ, ভাগ্যৰ চকা ঘূৰিব কাৰ কাৰ?

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

57 minutes ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

1 hour ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

2 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

3 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

3 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

4 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

4 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

5 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

5 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

6 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

6 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৌলত গজকেশৰী ৰাজযোগ! ৫ ৰাশিৰ দুঃখৰ দিন শেষ, ভাগ্যৰ চকা ঘূৰিব কাৰ কাৰ?

দৌলত গজকেশৰী ৰাজযোগ! ৫ ৰাশিৰ দুঃখৰ দিন শেষ, ভাগ্যৰ চকা ঘূৰিব কাৰ কাৰ?

editor by editor
March 14, 2025
in জীৱনশৈলী
0
দৌলত গজকেশৰী ৰাজযোগ! ৫ ৰাশিৰ দুঃখৰ দিন শেষ, ভাগ্যৰ চকা ঘূৰিব কাৰ কাৰ?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত চন্দ্ৰ আৰু বৃহস্পতিৰ বিশেষ মাহাত্ম্য আছে৷ চন্দ্ৰই প্ৰায় আঢ়ৈ দিন এটা এটা ৰাশিত থাকে আৰু প্ৰতি ১৫ দিনৰ পাছত আকৌ একে ৰাশিলৈ উভতি আহে৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি চন্দ্ৰদেৱেই সকলোতকৈ দ্ৰুত গতিত যাত্ৰা কৰে৷ যাৰ ফলত কোনো কোনো গ্ৰহৰ সৈতে চন্দ্ৰৰ যুঁটি হয়৷ এই যুঁটি কেতিয়াবা শুভ আৰু কেতিয়াবা অশুভ৷ এইবাৰ বৃহস্পতি আৰু চন্দ্ৰৰ সংমিশ্ৰণত শক্তিশালী গজকেশৰী যোগ গঠিত হৈছে৷

১৪ মাৰ্চৰ দুপৰীয়া চন্দ্ৰ প্ৰৱেশ কৰিছে কন্যা ৰাশিত৷ ইয়াৰপাছতেই ১৭ মাৰ্চৰ বিয়লি ১বাজি ১৫ মিনিট পৰ্যন্ত তাতেই থাকিব৷ এই সময়ত বৃহস্পতি আছে বৃষ ৰাশিত৷ বৃহস্পতিৰ দৃষ্টি চন্দ্ৰৰ ওপৰত পৰিয়েই তৈয়াৰ হব গজকেশৰী যোগ৷ দৌলৰ দিনা এই গজকেশৰী ৰাজযোগে ৫ ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ সৌভাগ্যৰ দুৱাৰ খুলিব কাৰ কাৰ?

বৃষ ৰাশি

গজকেশৰী ৰাজযোগত সুখৰ সাগৰত ভাহিব বৃষ ৰাশিৰ জাতক জাতিকা৷ এই সময়ত গাড়ী, ঘৰ কিংবা সম্পত্তি কিনাৰ সপোন পূৰণ হব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে৷ সুস্থভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ পৰিয়ালৰ সৈতে সুসময় কটাব৷

মিথুন ৰাশি

বৃহস্পতি আৰু চন্দ্ৰৰ সংমিশ্ৰণে মিথুন ৰাশিৰ জীৱনত ইতিবাচক পৰিবৰ্তন আনিব৷ আৰ্থিক পৰিস্থিতি উন্নত হব৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে ডাঙৰ বিনিয়োগ কৰিব পাৰে৷ দাম্পত্যৰ সমস্যা দূৰ হব৷ সন্তানৰ স্বাস্থ্য ভালে থাকিব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জীৱনলৈ সুদিন উভতাব গজকেশৰী ৰাজযোগে৷ যি কোনো কামত সাফল্যৰ যোগ আছে৷ বহুদিন ৰৈ থকা কাম শেষ হব৷ বিলাসিতাৰ জীৱন কটাব৷ উত্তৰাধিকাৰ সূত্ৰে পোৱা সম্পত্তিৰ মালিক হব পাৰিব৷

সিংহ ৰাশি

গজকেশৰী ৰাজযোগৰ প্ৰভাৱত সিংহ ৰাশিৰ শুভ সময় আহিব৷ ব্যৱসায়ত লাভৰ মুখ দেখা পাব৷ নতুন চাকৰি লাভৰ যোগ আছে৷ বন্ধুৰ পৰা লোৱা ঋণৰ টকা শোধ কৰিব পাৰিব৷ পুৰণি বিনয়োগৰ পৰা লাভৱান হব৷ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিক সৌভাগ্যৰ শীৰ্ষলৈ লৈ যাব গজকেশৰী ৰাজযোগে৷ বৈবাহিক সম্পৰ্ক মজবুত হব৷ কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকূল থাকিব৷ সহকৰ্মীয়ে কামত সহযোগিতা কৰিব৷ ব্যৱসায়ত আলোচনা কৰি যিকোনো সিদ্ধান্ত লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
Next Post
ৰোজভেলিত ধন বিনিয়োগ কৰি ধন হেৰুওৱাসকললৈ এই খবৰ! ৩৩২ কোটিতকৈ অধিক ধন উভতাই দিয়া হ’ব বিনিয়োগৰাকীক

ৰোজভেলিত ধন বিনিয়োগ কৰি ধন হেৰুওৱাসকললৈ এই খবৰ! ৩৩২ কোটিতকৈ অধিক ধন উভতাই দিয়া হ’ব বিনিয়োগৰাকীক

কৰ্কটসহ ৩ৰাশিক কৃপাৰে ভৰাব শনিয়ে! ভাল সময় কেতিয়া আহিব এই ৩ৰাশিৰ? কি কৈছে জ্যোতিষীয়ে?

কৰ্কটসহ ৩ৰাশিক কৃপাৰে ভৰাব শনিয়ে! ভাল সময় কেতিয়া আহিব এই ৩ৰাশিৰ? কি কৈছে জ্যোতিষীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.