• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক হ’ল টাটা আৰু টেছলা, ভাৰতৰ বাহনৰ বজাৰত ধামাকা দিবলৈ সাজু এলন মাস্ক

এক হ’ল টাটা আৰু টেছলা, ভাৰতৰ বাহনৰ বজাৰত ধামাকা দিবলৈ সাজু এলন মাস্ক

1 year ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

2 minutes ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

50 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

1 hour ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

3 hours ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

4 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

4 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

5 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

6 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

17 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

17 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

18 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এক হ’ল টাটা আৰু টেছলা, ভাৰতৰ বাহনৰ বজাৰত ধামাকা দিবলৈ সাজু এলন মাস্ক

এক হ’ল টাটা আৰু টেছলা, ভাৰতৰ বাহনৰ বজাৰত ধামাকা দিবলৈ সাজু এলন মাস্ক

editor by editor
March 22, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
এক হ’ল টাটা আৰু টেছলা, ভাৰতৰ বাহনৰ বজাৰত ধামাকা দিবলৈ সাজু এলন মাস্ক
0
SHARES
389
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন যুগৰ সূচনা কৰিলে টাটা গ্ৰুপে৷ এইবাৰ তেওঁলোকে হাত মিলাইছে এলন মাস্কৰ প্ৰতিষ্ঠান টেছলাৰ সৈতে৷ এইবাৰ ভাৰতৰ গাড়ীৰ বজাৰত নতুন জোৱাৰ আনিব টাটা গ্ৰুপে৷ টাটা গ্ৰুপ মানেই ভাৰতৰ বজাৰত এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান৷ বহু বছৰ ধৰি এই প্ৰতিষ্ঠান চলাইছিল ৰতন টাটাই৷ তাৰপাছতেই এই প্ৰতিষ্ঠানক আৰু এঢাপ আগুৱাই লৈ যাবলৈ সাজু হৈছে নোৱেল টাটাই৷ টাটা গ্ৰুপৰ কেইবাটাও প্ৰতিষ্ঠানে এইবাৰ লৈছে বৃহৎ সিদ্ধান্ত৷ তেওঁলোকে হাত মিলাইছে এলন মাস্কৰ প্ৰতিষ্ঠান টেছলাৰ সৈতে৷

টাটা অটো কম্প, টাটা কনছালটেন্সি, ছাৰ্ভিচ, টাটা টেকনোলজিছ আৰু টাটা ইলেক্ট্ৰনিক্সৰ সকলোৱেই টেছলাৰ সৈতে কাম কৰিব৷ ফলত ভাৰতৰ গাড়ীৰ বজাৰত টেছলাৰ নতুন বেটেৰিচালিত বাহনৰ সৈতে কাম কৰিব টাটা গ্ৰুপে৷ টেছলাৰ পক্ষেও এয়া বিৰাটেই লাভজনক হব৷ ভাৰতৰ গাড়ীৰ বজাৰত অতি সহজেই নিজৰ পৰিচয় গঢ়ি তুলিব পাৰিব বুলিও আশাবাদী টেছলা গ্ৰুপ৷

টেছলাৰ সৈতে কাম কৰিবলৈ টাটা গ্ৰুপে মোটা অংকৰ ধন বিনিয়োগ কৰিছে৷ কিমান পৰিমানৰ ধন বিনিয়োগ কৰিছে সেয়া নাজানিলেও কেইবা কোটিও যে বিনিয়োগ কৰিছে সেই কথা স্পষ্ট৷ ভাৰতৰ বজাৰত মাস্কৰ প্ৰতিষ্ঠানৰ সৈতে টাটা গ্ৰুপ মিলিলে সেয়া টাটাৰ পক্ষেও সুখৰ হব৷ অন্য বাহনৰ প্ৰতিষ্ঠানসমূহে বিষয়টোক লৈ চিন্তাভাৱনা কৰিছে তাতেই টাটা গ্ৰুপ এঢাপ আগুৱাই গৈ ইতিমধ্যেই কাম আৰম্ভই কৰিছে৷

ভাৰতত বাহনৰ বজাৰ মানেই লাভ৷ তাতেই যদি দুটা বৃহত্তৰ প্ৰতিষ্ঠান এক হয় তেন্তে বেটেৰীচালিত বাহনৰ বজাৰত এক নতুন যুগৰ সূচনা হব৷ দুই প্ৰতিষ্ঠানেই লাভৰ মুখ দেখিব৷ কেইবাদিন পূৰ্বে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে জনাই দিছে যে আগন্তুক কেইবাবছৰৰ ভিতৰত ভাৰতৰ বজাৰত বেটেৰীচালিত বাহনক অগ্ৰাধিকাৰ দিয়া হব৷ ফলত ইন্ধন চালিত বাহনৰ ব্যৱহাৰ কমিব আৰু বেটেৰী চালিত বাহনৰ ব্যৱহাৰ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন
বাণিজ্য

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

July 13, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

July 13, 2026
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?
বাণিজ্য

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

July 13, 2026
Next Post
ছিলিকন ইনজেকশ্ব্যন দীৰ্ঘদিন ধৰি লৈছিল, পাঁচগুণ ডাঙৰ হৈ পৰিল শৰীৰৰ এই অংগ, চিকিৎসকে দিছে সতৰ্কবাৰ্তা

ছিলিকন ইনজেকশ্ব্যন দীৰ্ঘদিন ধৰি লৈছিল, পাঁচগুণ ডাঙৰ হৈ পৰিল শৰীৰৰ এই অংগ, চিকিৎসকে দিছে সতৰ্কবাৰ্তা

তিৰুপতি মন্দিৰত কেৱল হিন্দু কৰ্মচাৰীয়েই থাকিব, অন্যধৰ্মীসকলক অচিৰেই বদলি কৰিব মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে

তিৰুপতি মন্দিৰত কেৱল হিন্দু কৰ্মচাৰীয়েই থাকিব, অন্যধৰ্মীসকলক অচিৰেই বদলি কৰিব মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.