• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিৰুপতি মন্দিৰত কেৱল হিন্দু কৰ্মচাৰীয়েই থাকিব, অন্যধৰ্মীসকলক অচিৰেই বদলি কৰিব মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে

তিৰুপতি মন্দিৰত কেৱল হিন্দু কৰ্মচাৰীয়েই থাকিব, অন্যধৰ্মীসকলক অচিৰেই বদলি কৰিব মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে

2 years ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

33 minutes ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

1 hour ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

2 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

4 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

4 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

4 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

5 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

5 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

7 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

8 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তিৰুপতি মন্দিৰত কেৱল হিন্দু কৰ্মচাৰীয়েই থাকিব, অন্যধৰ্মীসকলক অচিৰেই বদলি কৰিব মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে

তিৰুপতি মন্দিৰত কেৱল হিন্দু কৰ্মচাৰীয়েই থাকিব, অন্যধৰ্মীসকলক অচিৰেই বদলি কৰিব মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে

editor by editor
March 22, 2025
in জীৱনশৈলী
0
তিৰুপতি মন্দিৰত কেৱল হিন্দু কৰ্মচাৰীয়েই থাকিব, অন্যধৰ্মীসকলক অচিৰেই বদলি কৰিব মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে
0
SHARES
455
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা ভেংকটেশ্বৰ মন্দিৰত কেৱল হিন্দু ধৰ্মাৱলম্বীসকলে কাম কৰা উচিত বুলি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নায়ডুয়ে৷ ইয়াৰ সৈতে তেওঁ জনাইছে যে সেই মন্দিৰত কৰ্মৰত অন্য ধৰ্মাৱলম্বীসকলক অন্য স্থানলৈ বদলি কৰা হব৷ নাতি দেবাংশ নায়ডুৰ জন্মদিন উপলক্ষে পূজা দিবলৈ শুক্ৰবাৰে তিৰুমালা ভেংকটেশ্বৰ মন্দিৰলৈ গৈছিল চন্দ্ৰবাবু৷

তাতেই তেওঁ নিজৰ হাতেৰে ভক্তসকলক প্ৰসাদ বিতৰণ কৰে৷ অন্ধ্ৰৰ শাসকদল তেলুগু দেশম পাৰ্টিৰ প্ৰধান চন্দ্ৰবাবুয়ে কয়, ‘অন্য ধৰ্মাৱলম্বীয়ে যদি এতিয়া মন্দিৰত কাম কৰি আছে তেতিয়া সন্মানৰ সৈতে অন্য স্থানলৈ বদলি কৰিব পাৰে৷ কোনো খ্ৰীষ্টিয়ান বা ইছলাম ধৰ্মাৱলম্বীয়ে যদি হিন্দু ধৰ্মীয় স্থানত কাম কৰাটো উচিত নহয়৷ তেওঁলোকক সন্মান জনাই অন্য স্থানলৈ বদলি কৰা হব৷

মন্দিৰ পৰিচালনা সংস্থা তিৰুমালা তিৰুপতি দেৱস্থানমত দুমাহ পূৰ্বে ১৮গৰাকী অহিন্দু কৰ্মীক বদলি কৰি দিয়া হৈছে৷ তাৰ পূৰ্বে লাড্ডু বিতৰ্কৰ জোৰত সংবাদ শিৰোনামত আহিছিল এই মন্দিৰ৷ শুক্ৰবাৰে চন্দ্ৰবাবুৱে জনাই যে তিৰুপতি এলেকাত পূৰ্বতন ৱাই এছ আৰ কংগ্ৰেছ চৰকাৰে তিৰুপতিৰ ওচৰত যি তিনিখন হোটেলক মাটি দিছিল সেই মাটি আকৌ উভতাই লোৱা হব৷ অন্ধ্ৰৰ মুখ্যমন্ত্ৰীয়ে জনাইছে যে মন্দিৰ এলেকাৰ বিশুদ্ধতা ৰক্ষা কৰিবলৈকে এই সিদ্ধান্ত লোৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

October 15, 2026
Next Post
টুৰ্নামেণ্টৰ আৰম্ভণিতেই ডাঙৰ সিদ্ধান্ত, বিবৃতিযোগ কি কি ঘোষণা আই পি এল কৰ্তৃপক্ষৰ?

টুৰ্নামেণ্টৰ আৰম্ভণিতেই ডাঙৰ সিদ্ধান্ত, বিবৃতিযোগ কি কি ঘোষণা আই পি এল কৰ্তৃপক্ষৰ?

নৱৰাত্ৰিৰ ১দিন পূৰ্বেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, এই ২ৰাশিৰ অৱস্থা হ’ব দুৰ্বিসহ

নৱৰাত্ৰিৰ ১দিন পূৰ্বেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, এই ২ৰাশিৰ অৱস্থা হ’ব দুৰ্বিসহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.