• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টুৰ্নামেণ্টৰ আৰম্ভণিতেই ডাঙৰ সিদ্ধান্ত, বিবৃতিযোগ কি কি ঘোষণা আই পি এল কৰ্তৃপক্ষৰ?

টুৰ্নামেণ্টৰ আৰম্ভণিতেই ডাঙৰ সিদ্ধান্ত, বিবৃতিযোগ কি কি ঘোষণা আই পি এল কৰ্তৃপক্ষৰ?

12 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টুৰ্নামেণ্টৰ আৰম্ভণিতেই ডাঙৰ সিদ্ধান্ত, বিবৃতিযোগ কি কি ঘোষণা আই পি এল কৰ্তৃপক্ষৰ?

টুৰ্নামেণ্টৰ আৰম্ভণিতেই ডাঙৰ সিদ্ধান্ত, বিবৃতিযোগ কি কি ঘোষণা আই পি এল কৰ্তৃপক্ষৰ?

editor by editor
March 22, 2025
in জীৱনশৈলী
0
টুৰ্নামেণ্টৰ আৰম্ভণিতেই ডাঙৰ সিদ্ধান্ত, বিবৃতিযোগ কি কি ঘোষণা আই পি এল কৰ্তৃপক্ষৰ?
0
SHARES
361
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপেক্ষা শেষ হ’ব৷ মাজত মাত্ৰ কেইটামান ক্ষণ৷ কিছুসময়ৰ পাছতেই আৰম্ভ হব আই পিএলৰ মহাৰণ৷ মেগাটুৰ্নামেণ্টৰ পূৰ্বে প্ৰতি বছৰেই সকলো দলৰ অধিনায়কসকল একত্ৰিত হয়৷ এইবাৰো তেনেকুৱাই গৈছে৷ বৃহস্পতিবাৰে ২০ মাৰ্চত বিচিচিআইৰ প্ৰধান কাৰ্যালয়ত এইবাৰ অধিনায়কৰ ওপৰতিও দহ ফ্ৰেঞ্চাইজিৰ মেনেজাৰসকলক মতা হৈছিল৷ তাতেই এক বৈঠকৰ পাছত আই পিএলক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত লোৱা হৈছে৷ এই সিদ্ধান্তসমূহেই টুৰ্নামেণ্টৰ পূৰ্বে আই পি এল কৰ্তৃপক্ষৰ তৰফৰ পৰা জনাই দিয়া হৈছে৷

আসন্ন আই পি এলত মূলত চাৰিটা নতুন নিয়ম আৰম্ভ হৈছে বা পুৰণি নিয়মৰ পৰিবৰ্তন ঘটোৱা হৈছে৷ কি কি নতুন নিয়ম আৰম্ভ কৰিছে সেইসমূহৰ ভিতৰত প্রধান হৈছে ক্ৰিকেট বলত কোনো ধৰণে থু থু বা ঘাম লগোৱাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে৷ আইপিএলত সেই নিয়ম প্ৰযোজ্য নহব৷ মেচত এক ইনিংছত একাধিক বলৰ ব্যৱহাৰ, নতুন কোড অফ কনডাক্ট আৰু ডিআৰএছ উচ্চতাৰ বাবে নো বলৰ সংযোজন৷

আই পি এলৰ নতুন নিয়মাবলী

১. কৰ’নাকালত বলত থু থু ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ এতিয়া ক’ৰনাৰ প্ৰকোপ নাই সেয়ে এই নিষেধাজ্ঞা উঠাই লোৱা হৈছে৷ ইয়াৰ ফলত পূৰ্বৰ দৰে ১০ দলৰ বলাৰে বল ঠিক ৰাখিবলৈ পুৰণি পন্থা ব্যৱহাৰ কৰিব পাৰে৷

২. মেচ চলাৰ সময়ত চুচৰি পৰিলে বহু সময়ত বল নিয়ন্ত্ৰণ কৰিবলৈ সমস্যা হয়৷ সেয়ে দ্বিতীয় ইনিংছৰ সময়ত ১০ অভাৰৰ পাছত বোলিং দলে বল সলনিৰ আবেদন কৰিব পাৰে৷ বোলিং দলৰ অধিনায়ক আম্পায়াৰক আবেদন কৰিলে আম্পায়াৰে একে ধৰণেই আৰু এটা বল দিব৷ সেয়া কি বল হব সেই কথা নিৰ্বাচন কৰাৰ অধিকাৰ কেৱল আম্পায়াৰৰেই৷ ১০ অভাৰৰ আগত আম্পায়াৰে ইচ্ছা কৰিলে পূৰ্বৰ দৰেই বল সলনি কৰিব পাৰে৷

৩. আই পিএলৰ নতুন কোড অফ কনডাক্ট অনুসৰি ডিমোৰিট আৰু ছাচপেঞ্চন পয়েণ্ট চিষ্টেম আৰম্ভ কৰা হব যি ৩৬ মাহৰ বাবে বাহাল থাকিব৷

৪. এইবাৰৰ পৰা উচ্চতাৰ বাবে নো বল আৰু অফ ষ্টাম্পৰ বাহিৰৰ হোৱাইড বলো ৰিভিউ কৰা যাব৷ যিয়েই হওক আই আৰু বল ট্ৰেকিং প্ৰযুক্তিয়ে আম্পায়ৰৰ সঠিত সিদ্ধান্তক সহযোগিতা কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
নৱৰাত্ৰিৰ ১দিন পূৰ্বেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, এই ২ৰাশিৰ অৱস্থা হ’ব দুৰ্বিসহ

নৱৰাত্ৰিৰ ১দিন পূৰ্বেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, এই ২ৰাশিৰ অৱস্থা হ’ব দুৰ্বিসহ

IPLৰ ধাৰাভাষ্যকাৰ দলৰ পৰা বহিষ্কাৰ কৰা হ’ল ইৰফান পাঠানক, কি ভুল কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ পাঠানে?

IPLৰ ধাৰাভাষ্যকাৰ দলৰ পৰা বহিষ্কাৰ কৰা হ’ল ইৰফান পাঠানক, কি ভুল কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ পাঠানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.