• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছিলিকন ইনজেকশ্ব্যন দীৰ্ঘদিন ধৰি লৈছিল, পাঁচগুণ ডাঙৰ হৈ পৰিল শৰীৰৰ এই অংগ, চিকিৎসকে দিছে সতৰ্কবাৰ্তা

ছিলিকন ইনজেকশ্ব্যন দীৰ্ঘদিন ধৰি লৈছিল, পাঁচগুণ ডাঙৰ হৈ পৰিল শৰীৰৰ এই অংগ, চিকিৎসকে দিছে সতৰ্কবাৰ্তা

2 years ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

28 minutes ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

1 hour ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

2 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

2 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

3 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

4 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

5 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

5 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

6 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

7 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

21 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছিলিকন ইনজেকশ্ব্যন দীৰ্ঘদিন ধৰি লৈছিল, পাঁচগুণ ডাঙৰ হৈ পৰিল শৰীৰৰ এই অংগ, চিকিৎসকে দিছে সতৰ্কবাৰ্তা

ছিলিকন ইনজেকশ্ব্যন দীৰ্ঘদিন ধৰি লৈছিল, পাঁচগুণ ডাঙৰ হৈ পৰিল শৰীৰৰ এই অংগ, চিকিৎসকে দিছে সতৰ্কবাৰ্তা

editor by editor
March 22, 2025
in জীৱনশৈলী
0
ছিলিকন ইনজেকশ্ব্যন দীৰ্ঘদিন ধৰি লৈছিল, পাঁচগুণ ডাঙৰ হৈ পৰিল শৰীৰৰ এই অংগ, চিকিৎসকে দিছে সতৰ্কবাৰ্তা
0
SHARES
856
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৱিছিল অনন্ত যৌৱনৰ অধিকাৰী হব৷ কিন্তু যৌৱন ধৰি ৰাখিবলৈ গৈ এনে অৱস্থা হব বুলি ভুলতো ধাৰণা কৰিব পৰা নাছিল৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াৰ বাসিন্দা এই ব্যক্তিৰ বয়স ৬০ বছৰ৷ তেওঁ দীৰ্ঘদিন ধৰি পুৰুষাংগ বৃহদাকাৰ কৰাৰ বাবে ছিলিকন ইনজেকছন লোৱাৰ পাছতেই এক ভয়াৱহ পৰিস্থিতিৰ চিকাৰ হৈছে৷ সমগ্ৰ ঘটনাৰ কথা প্ৰকাশ কৰিছে আমেৰিকাৰ লছ এঞ্জেলছ চহৰৰ খ্যাতনামা প্লাষ্টিক ছাৰ্জন ডাঃ টিমোথি কাটজেনে৷ সংবাদমাধ্যমৰ সন্মুখত টিমোথিয়ে কয় যে নাম প্ৰকাশত অনিচ্ছুক সেই ৰোগীয়ে বিগত ১৭ বছৰ ধৰি পুৰুষাংগৰ আকাৰ বৃদ্ধিৰ বাবে ছিলিকন ইনজেকশ্ব্যন লৈছিল৷

কোনো চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এই কাম কৰাৰ ফলত তেওঁৰ পুৰুষাংগটো অস্বাভাৱিকভাৱে ফুলি যায়৷ বৰ্তমান সেই আকাৰ হৈছে সাধাৰণৰ তুলনাত ৫গুণ৷ ইয়াৰ ফলত স্বাভাৱিকভাৱে যৌন সংগমতো দূৰৈৰে কথা ঠিকমতে প্ৰস্ৰাৱো কৰিবলৈ অক্ষম হৈছে তেওঁ৷ কেৱল সেয়াই নহয় তেওঁ অণ্ডকোষো ফুলি উঠিছে যিয়ে স্বাভাৱিক জীৱনযাত্ৰাত চৰম প্ৰতিবন্ধকতা তৈয়াৰ কৰিছে৷

এই বিষয়ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ নিয়ামক সংস্থা এফ ডি এ কঠোৰ সতৰ্কতা জাৰি কৰিছে৷ এফ ডি এৰ পক্ষৰ পৰা জনোৱা হৈছে যে পুৰুষাংগত ছিলিকন ইনজেকশ্ব্যন লোৱাৰ মাৰাত্মক ক্ষতি হয়৷ ইয়াৰ ফলত ফোলাভাৱ, স্থায়ী দাগ, পুৰুষাংগৰ বিকৃতি, আনকি ৰক্তপ্ৰবাহনত চিলিকন প্ৰৱেশ কৰি ৰোগীৰ মৃত্যু পৰ্যন্ত হব পাৰে৷

চিকিৎসকে পৰামৰ্শ দিছে যে যিকোনো কছমেটিক ছাৰ্জাৰি বা ইনজেকশ্ব্যন লোৱাৰ পূৰ্বে ভালধৰণে গৱেষণা কৰা আৰু লাইছেন্সপ্ৰাপ্ত আৰু অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷  অজ্ঞাত স্থানৰ পৰা এই ধৰণৰ চিকিৎসা গ্ৰহণ কৰা অত্যন্ত বিপজ্জনক হব পাৰে৷ এই ঘটনা সমাজৰ সকলো স্তৰৰ মানুহৰ বাবেই এক সতৰ্কবাৰ্তা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?
জীৱনশৈলী

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

September 23, 2026
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

September 23, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
Next Post
তিৰুপতি মন্দিৰত কেৱল হিন্দু কৰ্মচাৰীয়েই থাকিব, অন্যধৰ্মীসকলক অচিৰেই বদলি কৰিব মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে

তিৰুপতি মন্দিৰত কেৱল হিন্দু কৰ্মচাৰীয়েই থাকিব, অন্যধৰ্মীসকলক অচিৰেই বদলি কৰিব মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে

টুৰ্নামেণ্টৰ আৰম্ভণিতেই ডাঙৰ সিদ্ধান্ত, বিবৃতিযোগ কি কি ঘোষণা আই পি এল কৰ্তৃপক্ষৰ?

টুৰ্নামেণ্টৰ আৰম্ভণিতেই ডাঙৰ সিদ্ধান্ত, বিবৃতিযোগ কি কি ঘোষণা আই পি এল কৰ্তৃপক্ষৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.