• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPLৰ ধাৰাভাষ্যকাৰ দলৰ পৰা বহিষ্কাৰ কৰা হ’ল ইৰফান পাঠানক, কি ভুল কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ পাঠানে?

IPLৰ ধাৰাভাষ্যকাৰ দলৰ পৰা বহিষ্কাৰ কৰা হ’ল ইৰফান পাঠানক, কি ভুল কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ পাঠানে?

1 year ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

27 minutes ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

2 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

3 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

3 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

4 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

4 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

12 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

13 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

13 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

14 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

15 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPLৰ ধাৰাভাষ্যকাৰ দলৰ পৰা বহিষ্কাৰ কৰা হ’ল ইৰফান পাঠানক, কি ভুল কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ পাঠানে?

IPLৰ ধাৰাভাষ্যকাৰ দলৰ পৰা বহিষ্কাৰ কৰা হ’ল ইৰফান পাঠানক, কি ভুল কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ পাঠানে?

editor by editor
March 22, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
IPLৰ ধাৰাভাষ্যকাৰ দলৰ পৰা বহিষ্কাৰ কৰা হ’ল ইৰফান পাঠানক, কি ভুল কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ পাঠানে?
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈছে আই পিএল৷ আইপিএলৰ আৰম্ভণি ক্ষণতেই ইৰফান পাঠানৰ বাবে আছে বেয়া খবৰ৷ এইবাৰ ধাৰাভাষ্যকাৰৰ যি দল তৈয়াৰ হৈছে এই মেগা ইভেণ্টৰ বাবে এই দলত ৰখা হোৱা নাই ইৰফান পাঠানক৷ দেশৰ প্ৰাক্তন অলৰাউণ্ডাৰৰ বিৰুদ্ধে অভিযোগ যে ধাৰাভাষ্য দিয়াৰ সময়ত পাঠানে ব্যক্তিগতভাৱে খেলোৱৈসকলক সমালোচনা কৰিছে৷

সেই সমালোচনাত তীব্ৰতা ইমানেই বেছি হৈ পৰিল যে বহু ক্ৰিকেটাৰেই তেওঁক বেয়া পোৱা হল৷ সেয়ে পাঠানৰ বিৰুদ্ধে তেওঁলোক একত্ৰিত হৈ থিয় দিছে৷ শুনা গৈছে যে এগৰাকী ক্ৰিকেটাৰক পাঠানে ইমানেই সমালোচনা কৰিলে যে সেই ক্ৰিকেটাৰে ফোন নম্বৰেই ব্লক কৰি দিলে ইৰফানৰ৷

দুবছৰ ধৰি পাঠানে ধাৰাভাষ্য দিছে৷ আৰু ধাৰাভাষ্য দিয়াৰ সময়ত তেওঁ খেলুৱৈসকলক সমালোচনা কৰি থাকে৷ এই অভিযোগ বহু ক্ৰিকেটাৰৰেই৷ শেষত ক্ৰিকেটাৰসকলৰ আপত্তি শুনিয়েই ধাৰাভাষ্যকাৰ টিমৰ পৰা তেওঁক বাহিৰ কৰি দিয়া হৈছে৷ প্ৰথমবাৰ কোনো এজন ধাৰাভাষ্যকাৰক এনেকৈ আঁতৰাই দিয়া হৈছে৷ ইয়াৰ পূৰ্বে সঞ্জয় মঞ্জৰেকৰক আঁতৰোৱা হৈছিল৷ কিংবদন্তি সুনীল গাভাস্কাৰেও প্ৰায়েই ইয়াৰবাবে সমালোচিত হৈছিল৷

ইৰফান পাঠানক ধাৰাভাষ্যকাৰ দলৰ পৰা আঁতৰাই দিয়াৰ পাছতেই তেওঁ এটা ইউটিউব চেনেল খুলিছে৷ তাতেই তেওঁ নিজৰ স্বাধীন মতামত জনাব৷ তাত তেওঁক কোনোৱে বাধা দিব নোৱাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

April 11, 2026
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা
ভাৰত

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

April 11, 2026
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!
জীৱনশৈলী

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

April 11, 2026
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!
জীৱনশৈলী

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

April 11, 2026
Next Post
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে! গীতাত কি কোৱা হৈছে?

এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে! গীতাত কি কোৱা হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.