• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়া নৱবৰ্ষত লাভেই লাভ! মাটিও সোণ হৈ পৰিব এই ৫ ৰাশিৰ জাতকৰ

অসমীয়া নৱবৰ্ষত লাভেই লাভ! মাটিও সোণ হৈ পৰিব এই ৫ ৰাশিৰ জাতকৰ

1 year ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

6 minutes ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

32 minutes ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

1 hour ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

2 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

2 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

3 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

3 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

5 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

5 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

6 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

7 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমীয়া নৱবৰ্ষত লাভেই লাভ! মাটিও সোণ হৈ পৰিব এই ৫ ৰাশিৰ জাতকৰ

অসমীয়া নৱবৰ্ষত লাভেই লাভ! মাটিও সোণ হৈ পৰিব এই ৫ ৰাশিৰ জাতকৰ

editor by editor
April 14, 2025
in অসম, জীৱনশৈলী, বিবিধ
0
অসমীয়া নৱবৰ্ষত লাভেই লাভ! মাটিও সোণ হৈ পৰিব এই ৫ ৰাশিৰ জাতকৰ
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমীয়া পঞ্জিকা অনুসৰি চ’ত সংক্ৰান্তিৰ পাছৰ দিনাৰ পৰাই আৰম্ভ হয় নতুন বছৰ৷ সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰাৰ সৈতেই আৰম্ভ হয় নতুন অসমীয়া বৰ্ষ৷ কাইলৈ ১৫ এপ্ৰিল ২০২৫ সোমবাৰে পালিত হ’ব প্ৰথম বহাগ৷ অৰ্থাৎ মানুহ বিহু৷ কালিৰ পৰাই ১৪৩১ বৰ্ষ শেষ হৈ আৰম্ভ হ’ব ১৪৩২বৰ্ষ৷ সূৰ্যই ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষত গোচৰ কৰাৰ সৈতেই নতুন বৰ্ষ আৰম্ভ হয়৷ মেষ ৰাশিত সূৰ্যৰ গোচৰৰ ফলত গঠিত হ’ব আদিত্য যোগ৷ ইয়াৰোপৰি অসমীয়া নতুন বছৰ আৰম্ভ হোৱাৰ কেইটামান দিনৰ পাছতেই মেষ ৰাশিৰ বুধৰো গোচৰ হ’ব৷ ইয়াৰ ফলত মেষ ৰাশিত বুধ আৰু সূৰ্যৰ মিলনত বুধাদিত্য ৰাজযোগ গঠিত হব৷ নৱবৰ্ষৰ আৰম্ভণিতেই এইসমূহ শুভ যোগৰ কাৰণে ভাগ্য খুলিব পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক নতুন অসমীয়া বৰ্ষত সৌভাগ্য লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

সিংহ ৰাশি

অসমীয়া নৱবৰ্ষত আৰ্থিকভাৱে অত্যন্ত সৌভাগ্যজনক ফল লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত সূৰ্যৰ ৰাশি পৰিবৰ্তনৰ ফলত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব৷ নিজৰ টকা পইছাৰ হিচাপ সঠিকভাৱে ৰাখিব পাৰিব৷ এই সময়ত পুৰণি বিনিয়োগৰ পৰাও লাভৱান হব পাৰে৷ সমাজত প্ৰভাৱ প্ৰতিপত্তি আৰু জনপ্ৰিয়তা বাঢ়িব আপোনাৰ৷

কন্যা ৰাশি

সৌভাগ্য লক্ষ্মীৰ আশীৰ্বাদত নতুন বছৰ শুভ হব কন্যা ৰাশিৰ জাতকৰ৷ বেংক বেলেন্স বাঢ়িব৷ কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে নতুন বছৰত পঢ়াশুনাত ভাল ৰিজাল্ট কৰিব৷ ঋতু পৰিবৰ্তনৰ কাৰণে কিছু অসুস্থ হৈ উঠিব পাৰে৷ কামৰ সূত্ৰে বিদেশ ভ্ৰমণ কৰিব পাৰে৷ কেৰিয়াৰৰ দিশৰ পৰাও ডাঙৰ উন্নতিৰ সম্ভাৱনা আছে৷

বৃশ্চিক ৰাশি

আৰ্থিকভাৱে লাভৱান হ’ব বৃশ্চিক ৰাশিৰ জাতকে৷ লটাৰী পোৱাৰ দৰে হাতলৈ প্ৰচুৰ অৰ্থ আহিব৷ এই নৱবৰ্ষত আৰ্থিকভাৱে সুবিধাজনক স্থানত থাকিব বৃশ্চিকৰ জাতক৷ ধীৰে ধীৰে উন্নতিৰ শিখৰত উঠিব আপুনি৷ ধৈৰ্য ধৰি নিজৰ কাম কৰি গলেই সাফল্য নিশ্চিতভাৱে লাভ কৰিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক লাভৱান হব৷ আৰ্থিক সৌভাগ্যৰ ওপৰিও পঢ়াশুনাৰ বাবে আগন্তুক বৰ্ষ শুভ হব৷ উচ্চশিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ পাব ধনু ৰাশিৰ জাতকে৷ পছন্দৰ বিষয়ত পছন্দৰ কলেজ ভৰ্তি হোৱাৰ সুযোগ পাব ধনু ৰাশিৰ ছাত্ৰছাত্ৰীয়ে৷ বিশেষকৈ নতুন বছৰত ভাগ্য চমকিব আপোনাৰ৷

কুম্ভ ৰাশি

আপুনি যদি কুম্ভ ৰাশিৰ জাতক হয় তেতিয়া নিজৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰিবলৈ সুযোগ পাব৷ পেছাগত দিশৰ পৰা নৱবৰ্ষত বিশেষ উন্নতি কৰাৰ যোগ আছে কুম্ভ ৰাশিৰ জাতকৰ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য এই সময়ত খুব ভালে থাকিব৷ অৰ্থ উপাৰ্জনৰ ওপৰিও নিজৰ শৰীৰ আৰু মনৰ দিশত নজৰ ৰখা জৰুৰী৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
Next Post
মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

২০২৭ চন পৰ্যন্ত শনিৰ হাতৰ পৰা ৰেহাই নাপাব, পদে পদে আৰ্থিক কষ্ট, মানসিক চাপ এই ৫ৰাশিৰ

২০২৭ চন পৰ্যন্ত শনিৰ হাতৰ পৰা ৰেহাই নাপাব, পদে পদে আৰ্থিক কষ্ট, মানসিক চাপ এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.