• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

1 year ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

12 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

12 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

13 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

14 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

14 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

15 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

16 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

17 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

18 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

18 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

19 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

editor by editor
April 14, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মে মাহত উন্নতি খাটাং, ৩ৰাশিৰ হাতলৈ আহিব ভাৱিব নোৱাৰা ধন, ঘৰ, গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব কোন কোন ৰাশিৰ জাতকৰ?
0
SHARES
14.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰমতে এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰতিটো গ্ৰহই ৰাশি পৰিবৰ্তন কৰি থাকে৷ জ্যোতিষ শাস্ত্ৰৰ সকলোতকৈ দ্ৰুত গতিৰ গ্ৰহ হৈছে চন্দ্ৰ৷ প্ৰতি আঢ়ৈ দিনৰ মূৰে মূৰে ৰাশি পৰিবৰ্তন কৰি থাকে চন্দ্ৰই৷ আৰু আটাইতকৈ ধীৰ গতিৰ গ্ৰহ হৈছে শনি৷ শনিয়ে প্ৰতি আঢ়ৈ বছৰৰ মূৰে মূৰে ৰাশি পৰিবৰ্তন কৰি থাকে৷ চন্দ্ৰৰ পাছতেই সকলোতকৈ দ্ৰুত গতিৰ গ্ৰহ হৈছে গ্ৰহৰ ৰাজকুমাৰ বুধ৷ আগন্তুক ৭ মেত বুধে মঙ্গলৰ ৰাশি মেষত প্ৰৱেশ কৰিব৷ তাৰপাছতেই ২৩ মে ২০২৫ত বৃষ ৰাশিত প্ৰৱেশ কৰিব৷

ইয়াৰ ফলত বুধে দুবাৰ ৰাশি পৰিবৰ্তন কৰিব৷ ২৩ মে ২০২৫ত আকৌ ৰাশি পৰিবৰ্তন কৰি শুক্ৰই বৃষত প্ৰৱেশ কৰিব৷ ইয়াৰ ফলত জাতক জাতিকাৰ জীৱনলৈ উন্নতি আহিব৷ জীৱনলৈ উন্নতিকৰ পৰিস্থিতি আহিব৷ জানি থওক কোন কোন ৰাশিৰ জাতক জাতিকাই উন্নতি কৰিব পাৰিব?

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ ৰাশি পৰিবৰ্তনত বিশাল লাভৰ মুখ দেখিব৷ বুধে আগন্তুক ২ মে ২০২৫ৰ পৰা ২৩ মে ২০২৫ পৰ্যন্ত মেষ ৰাশিত থাকিব৷ ইয়াৰ ফলত জীৱনত উন্নতিকৰ পৰিস্থিতি আহিব৷ চাকৰিত প্ৰমোছন হব পাৰে৷ ব্যৱসায়ত ব্যাপক উন্নতিকৰ পৰিস্থিতি আহিব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ দুবাৰ বুধৰ ৰাশি পৰিবৰ্তনত বিশাল পৰিস্থিতিৰ সৃষ্টি কৰিব৷ লাভপ্ৰদ হ’ব জীৱন৷ ৰাশিৰ দশম ঘৰত এই সংযোগ তৈয়াৰ হৈছে৷ ইয়াৰ ফলত চাকৰিৰ সৈতে ব্যৱসায় বাণিজ্যত লাভৰ মুখ দেখিব জাতক জাতিকাই৷ যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিলে তেওঁলোকে লাভৰ মুখ দেখিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ দুবাৰ ৰাশি পৰিবৰ্তনত ব্যাপক লাভৰ মুখ দেখিব৷ ভাগ্য, কেৰিয়াৰ আৰু ব্যৱসায় বাণিজ্যত লাভৰ মুখ দেখিব৷ চাকৰিত পদোন্নতি হব পাৰে৷ নতুন নতুন অৰ্ডাৰ পাব পাৰে৷ লাভৰ বাবে বিশাল উন্নতিকৰ পৰিস্থিতি আহিব পাৰে৷ সকলো মিলি এইবাৰ জাতক জাতিকাৰ বিশেষ উন্নতিকৰ পৰিস্থিতি আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
২০২৭ চন পৰ্যন্ত শনিৰ হাতৰ পৰা ৰেহাই নাপাব, পদে পদে আৰ্থিক কষ্ট, মানসিক চাপ এই ৫ৰাশিৰ

২০২৭ চন পৰ্যন্ত শনিৰ হাতৰ পৰা ৰেহাই নাপাব, পদে পদে আৰ্থিক কষ্ট, মানসিক চাপ এই ৫ৰাশিৰ

এই কাম নকৰিলে নাপাব পাৰে PM কিষাণ যোজনাৰ ২০ তম কিস্তিৰ ধন, ৩০ এপ্ৰিলৰ পূৰ্বেই কৰক এই কাম

এই কাম নকৰিলে নাপাব পাৰে PM কিষাণ যোজনাৰ ২০ তম কিস্তিৰ ধন, ৩০ এপ্ৰিলৰ পূৰ্বেই কৰক এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.