• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই কাম নকৰিলে নাপাব পাৰে PM কিষাণ যোজনাৰ ২০ তম কিস্তিৰ ধন, ৩০ এপ্ৰিলৰ পূৰ্বেই কৰক এই কাম

এই কাম নকৰিলে নাপাব পাৰে PM কিষাণ যোজনাৰ ২০ তম কিস্তিৰ ধন, ৩০ এপ্ৰিলৰ পূৰ্বেই কৰক এই কাম

1 year ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

19 minutes ago
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

1 hour ago
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

3 hours ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

3 hours ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

4 hours ago
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

5 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যৰ তলা খুলিব ৩ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

6 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

17 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

17 hours ago
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

18 hours ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই কাম নকৰিলে নাপাব পাৰে PM কিষাণ যোজনাৰ ২০ তম কিস্তিৰ ধন, ৩০ এপ্ৰিলৰ পূৰ্বেই কৰক এই কাম

এই কাম নকৰিলে নাপাব পাৰে PM কিষাণ যোজনাৰ ২০ তম কিস্তিৰ ধন, ৩০ এপ্ৰিলৰ পূৰ্বেই কৰক এই কাম

editor by editor
April 14, 2025
in জীৱনশৈলী, লেখা
0
এই কাম নকৰিলে নাপাব পাৰে PM কিষাণ যোজনাৰ ২০ তম কিস্তিৰ ধন, ৩০ এপ্ৰিলৰ পূৰ্বেই কৰক এই কাম
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ভাৰতৰ বেছিভাগ মানুহ এতিয়াও কৃষিকাৰ্যৰ সৈতে জড়িত৷ আৰু এই কৃষকসকলৰ বাবে ভাৰত চৰকাৰে কেইবাটাও প্ৰকল্প আৰম্ভ কৰিছে৷ ২০১৯ চনৰ পৰা কৃষকৰ বাবে চৰকাৰে আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা৷ এই যোজনাৰ অধীনত কৃষকসকলক বছৰত ৬ হাজাৰ টকাকৈ ভাট্টা দিয়া হয়৷ মুঠ তিনিটা কিস্তিত এই টকা আহে৷
ইমান দিন পৰ্যন্ত মুঠ ১৯ টা কিস্তিত টকা পাইছে দেশৰ কৃষকে৷ এইবাৰ ২০ তম কিস্তিৰ টকাৰ অপেক্ষাত আছে দেশৰ কৃষক৷ দেশৰ কোটি কোটি কৃষক ইয়াৰ পৰা উপকৃত হয়৷ জুন মাহত সম্ভৱত এই ২০ তম কিস্তিৰ ধন পাব কৃষকে৷ ইয়াৰ পূৰ্বেই অৱশ্যে কৃষকসকলে এক বিশেষ কাম কৰিব লাগিব৷ কৃষি মন্ত্রণালয়ে নিৰ্দেশ দিছে যে সমস্ত কৃষকসকলৰ ফাৰ্মাৰ আই ডি কাৰ্ড কৰাব লাগিব৷
৩০ এপ্ৰিলৰ ভিতৰতেই এই ফাৰ্মাৰ আই ডি কাৰ্ড বনাই ল’ব লাগিব অন্যথা ২০ তম কিস্তিৰ টকা নাপাব পাৰে৷ নিকটবৰ্তী কৃষি দপ্তৰ বা ৰাজস্ব দপ্তৰ কিংবা পাব্লিক চাৰ্ভিছ চেণ্টাৰলৈ গৈ কৃষকসকলে এই ফাৰ্মাৰ আই ডি কাৰ্ড কৰাব লাগিব৷ আধাৰ কাৰ্ডৰ দৰে দেখাত এই ফাৰ্মাৰ আই ডি কাৰ্ড৷ যি কাৰ্ড নাথাকিলে কৃষকসকলে কিষাণ যোজনাৰ ধন পোৱাত সমস্যা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক
বিশ্ব

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

August 3, 2026
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

August 3, 2026
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!
জীৱনশৈলী

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

August 3, 2026
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!
প্ৰযুক্তি

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

August 3, 2026
Next Post
ভিটামিন ডিৰ অভাৱত হ’ব পাৰে কৰ্কট! এইকেইবিধ খাদ্যৰ পৰাই লাভ কৰিব এই ভিটামিন, জানি থওক তালিকা

ভিটামিন ডিৰ অভাৱত হ’ব পাৰে কৰ্কট! এইকেইবিধ খাদ্যৰ পৰাই লাভ কৰিব এই ভিটামিন, জানি থওক তালিকা

টি-বেগত মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

টি-বেগত মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.