• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিটামিন ডিৰ অভাৱত হ’ব পাৰে কৰ্কট! এইকেইবিধ খাদ্যৰ পৰাই লাভ কৰিব এই ভিটামিন, জানি থওক তালিকা

ভিটামিন ডিৰ অভাৱত হ’ব পাৰে কৰ্কট! এইকেইবিধ খাদ্যৰ পৰাই লাভ কৰিব এই ভিটামিন, জানি থওক তালিকা

1 year ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

15 minutes ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

1 hour ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

2 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

3 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

3 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

4 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

5 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

19 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

20 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

20 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

20 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভিটামিন ডিৰ অভাৱত হ’ব পাৰে কৰ্কট! এইকেইবিধ খাদ্যৰ পৰাই লাভ কৰিব এই ভিটামিন, জানি থওক তালিকা

ভিটামিন ডিৰ অভাৱত হ’ব পাৰে কৰ্কট! এইকেইবিধ খাদ্যৰ পৰাই লাভ কৰিব এই ভিটামিন, জানি থওক তালিকা

editor by editor
April 14, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
ভিটামিন ডিৰ অভাৱত হ’ব পাৰে কৰ্কট! এইকেইবিধ খাদ্যৰ পৰাই লাভ কৰিব এই ভিটামিন, জানি থওক তালিকা
0
SHARES
705
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহৰ সুস্বাস্থ্যৰ বাবে অপৰিহাৰ্য ভিটামিন-ডি৷ সূৰ্যৰ পোহৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছতেই চৰ্বিৰ মাধ্যমেৰে এই পুষ্টি উপাদান তৈয়াৰ হয়৷ সূৰ্যৰ পোহৰৰ ওপৰিও একাধিক খাদ্যত ভিটামিন ডি থাকে৷ হাড়ৰ স্বাস্থ্য বজাৰ ৰখাৰ পৰা আৰম্ভ কৰি মানসিক ৰোগ দূৰ কৰা, সামগ্ৰিক স্বাস্থ্য ভালে ৰখাৰ বাবে এয়া অত্যন্ত গুৰুত্বপূৰ্ণ৷ কিন্তু ভিটামিন ডিৰ ঘাটি বিশেষ ডাঙৰ সমস্যাও নহয়৷ ২০২৩ চনত এক গৱেষণাত দেখা গৈছে যে আমেৰিকাৰ ৩৫শতাংশ প্ৰাপ্তবয়স্ক মানুহৰ ভিটামিন ডিৰ ঘাটি আছে৷ ইয়াৰ ফলত কেইবাটাও সমস্যাই দেখা দিব পাৰে৷ যেনে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা, কৰ্কটৰ আশংকা আৰু লিভাৰ আৰু কিডনিৰ ৰোগ আদি৷

ভিটামিন ডিৰ মাত্ৰা কমি গলে অৱহেলা কৰা উচিত নহয়৷ প্ৰয়োজনত চিকিৎসকৰ সৈতে পৰামৰ্শ লৈ ঔষধ সেৱন কৰা বা খাদ্যভাষত পৰিবৰ্তন অনাটো দৰকাৰ৷ ভিটামিন ডি সমৃদ্ধ কিছু খাদ্য হৈছে-

কমলাৰ ৰস বা অৰেঞ্জ জুছ

ফাৰ্টিফায়েড খাদ্যত ভাল পৰিমাণৰ ভিটামিন ডি থাকে৷ ফাৰ্টিফায়েড খাদ্য হৈছে যিসমূহত অতিৰিক্ত পুষ্টি উপাদান মিহলোৱা থাকে, যিসমূহে শৰীৰত ঘাটি পূৰণ কৰিব পাৰে৷ ভিটামিন ডি পাবলৈ অৰেঞ্জ জুছৰ ওপৰতো ভৰসা ৰাখিব পাৰে৷

কড লিভাৰ অয়েল

ভিটামিন ডিৰ ঘাটি পূৰণৰ বাবে সকলোতকৈ জনপ্ৰিয় উৎস হৈছে কড লিভাৰ অয়েল৷

গাখীৰ

কেৱল কেলছিয়াম নহয়, ভিটামিন ডিৰেও সমৃদ্ধ থাকে গাখীৰ৷ সেয়ে ফাৰ্টিফায়েড গাখীৰত বেছি পৰিমাণে ভিটামিন ডি পোৱা যায়৷

দৈ

ভিটামিন ডিৰ মাত্ৰা ঠিকে ৰখাৰ বাবে প্ৰতি দিনে দুপৰীয়া খোৱাৰ পাছত এবাটি দৈ খাব পাৰে৷ প্ৰোবায়টিক কেলছিয়ামেৰে ভৰপুৰ এই দুগ্ধজাত পণ্যৰ কোনো তুলনা নহয়৷

ছেমন মাছ

ছেমনৰ দৰে চৰ্বিযুক্ত মাছক ভিটামিন ডি সমৃদ্ধ খাদ্যৰ প্ৰধান উৎস হিচাপে তালিকাভুক্ত কৰিছে পুষ্টিবিদে৷ বজাৰত যদিও খুব সহজে ছেমন মাছ পোৱা নাযায়৷ কিন্তু পালেই আপুনি ক্ৰয় কৰি খাওক৷ ভিটামিন ডিৰ সমস্যা দূৰ হবই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?
জীৱনশৈলী

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

September 23, 2026
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে
ভাৰত

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

September 23, 2026
Next Post
টি-বেগত মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

টি-বেগত মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

আয় উন্নতি নাই, অনাটনত জৰ্জৰিত? ভুল দিশত ঘৰৰ ছিৰি বনাই থোৱা নাইতো? জানি থওক বাস্তুশাস্ত্ৰই কি কয়?

আয় উন্নতি নাই, অনাটনত জৰ্জৰিত? ভুল দিশত ঘৰৰ ছিৰি বনাই থোৱা নাইতো? জানি থওক বাস্তুশাস্ত্ৰই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.