• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আয় উন্নতি নাই, অনাটনত জৰ্জৰিত? ভুল দিশত ঘৰৰ ছিৰি বনাই থোৱা নাইতো? জানি থওক বাস্তুশাস্ত্ৰই কি কয়?

আয় উন্নতি নাই, অনাটনত জৰ্জৰিত? ভুল দিশত ঘৰৰ ছিৰি বনাই থোৱা নাইতো? জানি থওক বাস্তুশাস্ত্ৰই কি কয়?

2 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

4 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

4 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

5 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

5 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

6 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

6 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

7 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

7 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

8 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

9 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

11 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আয় উন্নতি নাই, অনাটনত জৰ্জৰিত? ভুল দিশত ঘৰৰ ছিৰি বনাই থোৱা নাইতো? জানি থওক বাস্তুশাস্ত্ৰই কি কয়?

আয় উন্নতি নাই, অনাটনত জৰ্জৰিত? ভুল দিশত ঘৰৰ ছিৰি বনাই থোৱা নাইতো? জানি থওক বাস্তুশাস্ত্ৰই কি কয়?

editor by editor
April 14, 2025
in জীৱনশৈলী
0
আয় উন্নতি নাই, অনাটনত জৰ্জৰিত? ভুল দিশত ঘৰৰ ছিৰি বনাই থোৱা নাইতো? জানি থওক বাস্তুশাস্ত্ৰই কি কয়?
0
SHARES
319
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাস্তু শাস্ত্ৰত ঘৰৰ প্ৰতিটো অংশৰ বাবে সঠিক দিক নিৰ্দেশনা আৰু অৱস্থান নিৰ্ণয় কৰা আছে৷ ইয়াৰ ভিতৰত ঘৰৰ ছিৰিও অন্তৰ্ভূক্ত৷ যদি ঘৰৰ ছিৰি ভুল দিশত তৈয়াৰ হয় তেতিয়া বিভিন্ন সমস্যাৰ সৃষ্টি হয়৷ ঘৰৰ ভুল স্থানত বা ভুল দিশৰ নিৰ্মিত ছিৰিয়ে অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে৷ ঘৰত দাৰিদ্ৰতা আনে আৰু ঘৰৰ সুখ শান্তিও কাঢ়ি লয়৷

ঘৰত দাৰিদ্ৰ, দ্বন্দ্ব আৰু উত্তেজনাৰ পৰিবেশে বিৰাজ কৰে৷ সেয়ে ঘৰৰ সঠিক দিশত ছিৰি তৈয়াৰ কৰাটো খুবেই গুৰুত্বপূৰ্ণ৷ বাস্তুশাস্ত্ৰ অনুসৰি ছিৰিৰ দিশ পূৰ্বৰ পৰা পশ্চিম অথবা উত্তৰৰ পৰা দক্ষিণ হ’লে শুভ৷ ই পৰিয়ালৰ সদস্যসকলৰ সমৃদ্ধিত সহায় কৰে৷ দক্ষিণ দিশৰ নিৰ্মিত ছিৰিও বাস্তুশাস্ত্ৰত শুভ বুলি বিবেচিত হয়৷ ইয়াৰ ফলত ঘৰৰ সম্পদ বৃদ্ধি পায়৷ সুখ আহে৷ ঘৰৰ লোকসকল একেলগে থাকে৷ ভুল কৰিও উত্তৰ পূব দিশত অৰ্থাৎ উত্তৰ পূৰ্ব কোণত ছিৰি তৈয়াৰ নকৰিব৷ এই দিশটো দেৱ দেৱীৰ দিশ৷ ইয়াত মন্দিৰ নিৰ্মাণ কৰাটো শুভ৷ উত্তৰ পূৰ্ব দিশত নিৰ্মিত ছিৰিয়ে এজন ব্যক্তিৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত বাধা আনে৷

এই দিশত থকা ছিৰিয়ে ব্যক্তিক তেওঁৰ কেৰিয়াৰত আগুৱাই যোৱাত বাধা দিয়ে৷ ইয়াৰ পৰা আয় বঢ়াতো বাধা আহে৷ ঘৰত দাৰিদ্ৰতা বৃদ্ধি পায়৷ ব্যৱসায়ত লোকচান হয়৷ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য প্ৰায়েই বেয়া থাকে৷ পূৰ্ব দিশত নিৰ্মিত ছিৰিয়ে ঘৰত শান্তি আৰু সুখ কাঢ়ি লয়৷ ই পৰিয়ালৰ সদস্যসকলৰ চিন্তাভাৱনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়৷ তেওঁলোকৰ চাপগ্ৰস্থ আৰু খিঙখিঙীয়া হৈ পৰে৷ দক্ষিণ পশ্চিম দিশত ছিৰি তৈয়াৰ কৰাটো ভাল৷ ঘৰৰ ছিৰি তৈয়াৰ কৰাৰ সময়ত মনত ৰাখিব যে ছিৰিৰ সংখ্যা যেন বিজোৰ হয়৷

ছিৰিৰ তলত কেতিয়াও বাথৰুম, ৰান্ধনীশাল, প্ৰাৰ্থনা গৃহ ৰখা উচিত নহয়৷ এয়া কৰিলে দাৰিদ্ৰতা, সমস্যা, ৰোগ ইত্যাদি বাঢ়ে৷ জোতা, আৱৰ্জনা ছিৰিৰ তলত ৰখা উচিত নহয়৷ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে ছিৰিসমূহ ঘড়িৰ কাটাৰ দিশত তৈয়াৰ কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!
জীৱনশৈলী

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

October 17, 2026
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!
জীৱনশৈলী

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

October 17, 2026
Next Post
আজি পহিলা ব’হাগ, বছৰৰ প্ৰথম মাহত সৌভাগ্য তুংগত থাকিব এই ৪ৰাশিৰ জাতক-জাতিকা

আজি পহিলা ব’হাগ, বছৰৰ প্ৰথম মাহত সৌভাগ্য তুংগত থাকিব এই ৪ৰাশিৰ জাতক-জাতিকা

আগন্তুক ১৪ আহাৰৰ পৰা সাৱধান নহ’লে বিপদ হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত মুখ্যমন্ত্ৰীলৈ কি কি সাৱধানবাণী?

আগন্তুক ১৪ আহাৰৰ পৰা সাৱধান নহ’লে বিপদ হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত মুখ্যমন্ত্ৰীলৈ কি কি সাৱধানবাণী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.