• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি পহিলা ব’হাগ, বছৰৰ প্ৰথম মাহত সৌভাগ্য তুংগত থাকিব এই ৪ৰাশিৰ জাতক-জাতিকা

আজি পহিলা ব’হাগ, বছৰৰ প্ৰথম মাহত সৌভাগ্য তুংগত থাকিব এই ৪ৰাশিৰ জাতক-জাতিকা

1 year ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

15 minutes ago
NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

31 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

মহে আপোনাক বেছিকৈ কামোৰে নেকি? এই পদ্ধতিৰে হ’ব সুৰক্ষিত!

51 minutes ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

2 hours ago
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

3 hours ago
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

4 hours ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

5 hours ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

6 hours ago
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

6 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যৰ তলা খুলিব ৩ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

7 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

18 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি পহিলা ব’হাগ, বছৰৰ প্ৰথম মাহত সৌভাগ্য তুংগত থাকিব এই ৪ৰাশিৰ জাতক-জাতিকা

আজি পহিলা ব’হাগ, বছৰৰ প্ৰথম মাহত সৌভাগ্য তুংগত থাকিব এই ৪ৰাশিৰ জাতক-জাতিকা

editor by editor
April 15, 2025
in জীৱনশৈলী
0
আজি পহিলা ব’হাগ, বছৰৰ প্ৰথম মাহত সৌভাগ্য তুংগত থাকিব এই ৪ৰাশিৰ জাতক-জাতিকা
0
SHARES
419
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ পৰা আৰম্ভ হৈছে অসমীয়াৰ নতুন বছৰ৷ ১৪৩১ চনৰ অৱসানত আজি ১ ব’হাগৰ পৰা আৰম্ভ হৈছে নতুন বছৰ ১৪৩২৷ ইয়াৰোপৰি আজিৰ পৰাই আৰম্ভ হৈছে অসমীয়াৰ প্ৰথম ব’হাগ৷ সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিলেই আৰম্ভ হয় ব’হাগ মাহ৷ ইয়াৰ সৈতে এই সময়ত শনিয়ে অৱস্থান কৰিছে মীন ৰাশিত৷ মীন ৰাশিত অৱস্থান কৰিছে বুধে৷ জানি থওক জ্যোতিষ গণনা অনুসৰি ব’হাগ মাহত সৌভাগ্য লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মেষ ৰাশি

ব’হাগ মাহত সৌভাগ্যৰ শিখৰত থাকিব মেষ ৰাশিৰ জাতক৷ আপুনি মেষ ৰাশিৰ জাতক হ’লে ব’হাগ মাহত নতুন ঘৰ বা বাহন ক্ৰয় কৰাৰ সপোন পূৰণ হব৷ মেষ ৰাশিত সূৰ্যৰ গোচৰৰ শুভ প্ৰভাৱ লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ এই সময়ত উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব পাৰে আপুনি৷ বিশেষকৈ মাহৰ প্ৰথম দিশতেই ভাল সময় চলিব আপোনাৰ৷

​মিথুন ৰাশি

নতুন ঘৰ বা ফ্লেট আৰু বাহন কিনাৰ সপোন ব’হাগতেই পূৰণ হব মিথুন ৰাশিৰ জাতকৰ৷ কিছু আৰ্থিক কষ্টৰ মাজত থাকিলে সেই কষ্টও দূৰ হব আপোনাৰ৷ বেয়া সময় আঁতৰি শুভ সময়ে আপোনাৰ জীৱন ৰঙীন কৰি তুলিব৷ এই সময়ত কোনো দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ কৰিব পাৰিব আপুনি৷ কৰ্মক্ষেত্ৰতো উন্নতিৰ যোগ আছে৷ দৰমহা বৃদ্ধি হ’ব পাৰে৷

কন্যা ৰাশি

ব’হাগ মাহত কামৰ প্ৰতি উৎসাহ আৰু উদ্যম বৃদ্ধি পাব কন্যা ৰাশিৰ জাতকৰ৷ নিজৰ পৰিশ্ৰম আৰু বুদ্ধিৰ জোৰত বছৰৰ প্ৰথম মাহতেই ডাঙৰ সাফল্য অৰ্জন কৰিব পাৰে৷ পিতৃ মাতৃৰ পৰা অৰ্থলাভ কৰাৰ যোগ আছে৷ কেৰিয়াৰতো উন্নতিৰ সুযোগ আহিব৷ বিশেষকৈ গৱেষণামূলক কামৰ সৈতে যুক্তসকলে ব’হাগত বিশেষ সাফল্য লাভ কৰিব পাৰে৷

তুলা ৰাশি

১৪৩২ বৰ্ষৰ প্ৰথম মাহত বৃহৎ সাফল্য লাভ কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ নিজৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ বহুপৰিমাণে বঢ়াব পাৰে আপুনি৷ সমগ্ৰ মাহ জুৰি খুবেই ভাল সময় থাকিব৷ এই মাহত নতুন ঘৰ বা বাহন কিনাৰ সপোন পূৰণ হ’ব৷ আপুনি তুলা ৰাশিৰ জাতক হ’লে ব’হাগ মাহত আপুনি কামৰ প্ৰশংসা পাব৷ কামৰ সূত্ৰে বিদেশ যাত্ৰাও কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

August 3, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

মহে আপোনাক বেছিকৈ কামোৰে নেকি? এই পদ্ধতিৰে হ’ব সুৰক্ষিত!

August 3, 2026
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

August 3, 2026
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!
জীৱনশৈলী

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

August 3, 2026
Next Post
আগন্তুক ১৪ আহাৰৰ পৰা সাৱধান নহ’লে বিপদ হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত মুখ্যমন্ত্ৰীলৈ কি কি সাৱধানবাণী?

আগন্তুক ১৪ আহাৰৰ পৰা সাৱধান নহ’লে বিপদ হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত মুখ্যমন্ত্ৰীলৈ কি কি সাৱধানবাণী?

নতুন বছৰৰ আৰম্ভণিতেই ৰাজযোগ! সফলতাই আকাশ চুব, তিনি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

নতুন বছৰৰ আৰম্ভণিতেই ৰাজযোগ! সফলতাই আকাশ চুব, তিনি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.