• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ আৰম্ভণিতেই ৰাজযোগ! সফলতাই আকাশ চুব, তিনি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

নতুন বছৰৰ আৰম্ভণিতেই ৰাজযোগ! সফলতাই আকাশ চুব, তিনি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

2 years ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

1 hour ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

2 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

2 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

3 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

4 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

5 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

5 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

6 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

6 hours ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

7 hours ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

8 hours ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰৰ আৰম্ভণিতেই ৰাজযোগ! সফলতাই আকাশ চুব, তিনি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

নতুন বছৰৰ আৰম্ভণিতেই ৰাজযোগ! সফলতাই আকাশ চুব, তিনি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

editor by editor
April 15, 2025
in জীৱনশৈলী
0
নতুন বছৰৰ আৰম্ভণিতেই ৰাজযোগ! সফলতাই আকাশ চুব, তিনি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

3D Illustration of Sun and Star with Cosmic Cloud in Space

0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আত্মাৰ কাৰক বুলি কোৱা হয় সূৰ্যক৷ প্ৰতি মাহে ৰাশি পৰিবৰ্তন কৰে সূৰ্যই৷ এপ্ৰিল মাহত সূৰ্যৰ গোচৰ হৈছে মেষ ৰাশিত৷ এই ৰাশি সূৰ্যৰ উচ্চ ৰাশি হিচাপে বিবেচিত৷ ১৪ এপ্ৰিলত সূৰ্যই মীন ৰাশিৰ যাত্ৰা শেষ কৰি মেষ ৰাশিত প্ৰৱেশ কৰিছে৷ ইয়াতেই ১৫ মে পৰ্যন্ত থাকিব৷

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যৰ প্ৰভাৱ প্ৰবল৷ ই কৰ্তৃত্ব আৰু আধিপত্যৰ প্ৰতীক৷ সূৰ্য জাতকে ইচ্ছাশক্তি, সাহস, আত্মবিশ্বাস দান কৰে৷ নেতৃত্ব দিয়াৰ দক্ষতা বৃদ্ধিত সহায় কৰে৷ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাই৷ সূৰ্যৰ ভূমিকা জন্ম তালিকাত অত্যন্ত গুৰুত্বপূৰ্ণ৷ সূৰ্যই প্ৰতিকূলতাৰ বিৰুদ্ধে যুঁজ কৰাৰ শক্তি দিয়ে৷ সূৰ্যৰ দুৰ্বল অৱস্থান থাকিলে আত্মবিশ্বাসৰ অভাৱে দেখা দিয়ে৷ ভয় ভীতি বাঢ়ে৷

সূৰ্যৰ গোচৰৰ ফলত কি কি শুভ যোগ?

সূৰ্যৰ মেষ ৰাশিত গোচৰৰ ফলত আদিত্য যোগ সৃষ্টি হৈছে৷ আদিত্য যোগক অত্যন্ত প্ৰভাৱশালী যোগ বুলি ধৰা হয়৷ এই যোগে জাতকক নাম, পদ প্ৰতিষ্ঠা আৰু খ্যাতি দিয়ে৷ ইয়াৰোপৰি গ্ৰহণ নক্ষত্ৰৰ অৱস্থাগত কাৰণত সূৰ্যই তৈয়াৰ কৰিছে উভয়চৰী যোগ আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ এই শুভ ৰাজযোগৰ প্ৰভাৱত ১৫ এপ্ৰিলৰ পাছত বহু ৰাশিৰ ভাগ্যলৈ ইতিবাচক সাল সলনি আহিব পাৰে৷

১৫ এপ্ৰিলৰ পৰা এইকেইটা ৰাশিৰ ভাগ্য সলনি হ’ব?

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই ৰাজযোগে জীৱনত বহু গুৰুত্বপূৰ্ণ পৰিবৰ্তন আনিব৷ এই সময়ত আপুনি সকলো কামত সফল হব৷ ব্যৱসায়ত লাভৰ সুযোগ আহিব আৰু আৰ্থিক দিশো শক্তিশালী থাকিব৷ এপ্ৰিল মাহ সূৰ্যদেৱৰ কৃপাত আপোনাৰ বাবে শুভ হ’ব৷

মিথুন ৰাশি

সূৰ্যই মেষ ৰাশিত গোচৰ কৰাৰ সৈতে মিথুন ৰাশিৰ জাতক জাতিকাৰ ভাগ্য সলনি হ’ব৷ আৰু হঠাৎ অৰ্থ লাভৰ যোগ সৃষ্টি কৰিব৷ এই সময়ত আৰ্থিক অৱস্তা শক্তিশালী হব আৰু অৰ্থৰ সৈতে জড়িত সকলো সমস্যা দূৰ হ’ব৷ সূৰ্যৰ গোচৰৰ ফলত সৃষ্ট ৰাজযোগে উন্নতিৰ যোগ সৃষ্টি কৰিব৷

বৃশ্চিক ৰাশি

সূৰ্যৰ গোচৰৰ পাছত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ ভাগ্য উজ্জ্বল হ’ব৷ এই সময়ত শত্ৰুৰ পৰা মুক্তি পোৱা যাব আৰু আদালতত কোনো গোচৰ চলিলে ৰায় আপোনাৰ পক্ষত আহিব৷ নতুন কামৰ সূচনা কৰাৰ বাবে এই সময় শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক
জীৱনশৈলী

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

October 16, 2026
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?
জীৱনশৈলী

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

October 16, 2026
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব
জীৱনশৈলী

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
Next Post
দান ধৰ্ম শ্ৰেষ্ঠ ‘, দান আৰু ধাৰ্মিকতাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু দমন হ’ব, ২০২৬ত আকৌ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা

দান ধৰ্ম শ্ৰেষ্ঠ ', দান আৰু ধাৰ্মিকতাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু দমন হ'ব, ২০২৬ত আকৌ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা

ঘৰৰ এই স্থানত ভুলতো টকা নাৰাখিব, ৰুষ্ট হৈ বিদায় ল’ব লক্ষ্মীয়ে

ঘৰৰ এই স্থানত ভুলতো টকা নাৰাখিব, ৰুষ্ট হৈ বিদায় ল’ব লক্ষ্মীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.