• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৭ চন পৰ্যন্ত শনিৰ হাতৰ পৰা ৰেহাই নাপাব, পদে পদে আৰ্থিক কষ্ট, মানসিক চাপ এই ৫ৰাশিৰ

২০২৭ চন পৰ্যন্ত শনিৰ হাতৰ পৰা ৰেহাই নাপাব, পদে পদে আৰ্থিক কষ্ট, মানসিক চাপ এই ৫ৰাশিৰ

1 year ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

33 seconds ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

48 minutes ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

1 hour ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

2 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

3 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

4 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

4 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

5 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

5 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

6 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৭ চন পৰ্যন্ত শনিৰ হাতৰ পৰা ৰেহাই নাপাব, পদে পদে আৰ্থিক কষ্ট, মানসিক চাপ এই ৫ৰাশিৰ

২০২৭ চন পৰ্যন্ত শনিৰ হাতৰ পৰা ৰেহাই নাপাব, পদে পদে আৰ্থিক কষ্ট, মানসিক চাপ এই ৫ৰাশিৰ

editor by editor
April 14, 2025
in জীৱনশৈলী
0
২০২৭ চন পৰ্যন্ত শনিৰ হাতৰ পৰা ৰেহাই নাপাব, পদে পদে আৰ্থিক কষ্ট, মানসিক চাপ এই ৫ৰাশিৰ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনি সকলোতকৈ ধীৰ গতিৰ গ্ৰহ৷ শনিয়ে প্ৰায় আঢ়ৈ বছৰ ধৰি এক ৰাশিত অৱস্থান কৰে৷ ২০২৫ চনৰ ২৯ মাৰ্চত শনিৰ গোচৰ আৰম্ভ হৈছে৷ শনিৰ গোচৰৰ সৈতে বিভিন্ন ৰাশিত শনিৰ চাৰেসাতি আৰু শনিৰ ধাইয়া আৰম্ভ হৈছে৷ এই পৰিস্থিতিত ২০২৭ চনৰ জুন পৰ্যন্ত এই সমস্ত ৰাশিৰ ওপৰত শনিৰ প্ৰকোপ থাকিব৷ কোন কোন ৰাশিৰ জাতক সাবধানে থকা উচিত৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ ওপৰত শনিৰ প্ৰভাৱ থাকিব৷ সিংহ ৰাশিত শনিৰ ধাইয়া আৰম্ভ হৈছে ২৯ মাৰ্চ ২০২৫ তাৰিখে৷ যাৰ প্ৰভাৱ সিংহ ৰাশিৰ ওপৰত ৩ জুন ২০২৭ পৰ্যন্ত থাকিব৷ শনিৰ ধাইয়া আঢ়ৈ বছৰ ধৰি চলে৷ শনিয়ে মেষ ৰাশিত প্ৰৱেশৰ পাছতেই সিংহ ৰাশিৰ পৰা শনিৰ ধাইয়া শেষ হ’ব৷ মনত চাপ আৰু উদ্বেগ থাকিব পাৰে৷ স্বাস্থ্য সম্পৰ্কিত সমস্যাইয়ো দেখা দিব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিত শনিৰ ধাইয়া আৰম্ভ হৈছে ২৯ মাৰ্চ ২০২৫ তাৰিখে৷ ধনু ৰাশিৰ জাতক জাতিকাৰ ওপৰত শনিৰ ধাইয়া ৩ জুন ২০২৭ পৰ্যন্ত থাকিব৷ এই সময়ত ধনু ৰাশিৰ জাতক জাতিকা চেলেঞ্জৰ মুখামুখি হব৷ সম্পৰ্কৰ ক্ষেত্ৰত উত্তেজনা আৰু অশান্তিয়ে দেখা দিব পাৰে৷

মেষ ৰাশি

মেষ ৰাশিৰ ওপৰত শনিৰ চাৰেসাতিৰ প্ৰভাৱ আৰম্ভ হৈছে ২৯ মাৰ্চ, ২০২৫ তাৰিখৰ পৰা৷ মেষ ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ ২০৩২ চন পৰ্যন্ত থাকিব৷ আগন্তুক চাৰে সাত বছৰ ধৰি মেষ ৰাশিৰ জাতকে শনিৰ চাৰেসাতিৰ প্ৰকোপৰ সন্মুখীন হব পাৰে৷ মেষ ৰাশিৰ জাতক জাতিকাই কঠোৰ পৰিশ্ৰম কৰিও আৰ্থিক সমস্যাৰ মুখত পৰিব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ ওপৰত শনিৰ চাৰেসাতি ৩ জুন ২০২৭ তাৰিখে শেষ হব৷ এই সময়ত কুম্ভ ৰাশিৰ জাতকৰ বাবে শনিৰ চাৰেসাতিৰ তৃতীয় পৰ্যায়ত চলিছে৷ এটা পৰ্যায়ত প্ৰায় আঢ়ৈ বছৰ স্থায়ী হয়৷ এই সময়কালত আপুনি মানসিক, শাৰীৰিক আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতক জাতিকাৰ বাবে শনিৰ চাৰেসাতিৰ দ্বিতীয় পৰ্যায় চলিছে৷ শনিয়ে বৰ্তমান মীন ৰাশিত আছে আৰু ৩ জুন ২০২৭ পৰ্যন্ত মীন ৰাশিতেই থাকিব৷ মীন ৰাশিৰ জাতক জাতিকাই ৮ আগষ্ট ২০২৯ তাৰিখে শনিৰ চাৰেসাতিৰ পৰা মুক্তি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?
জীৱনশৈলী

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

May 26, 2026
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

May 26, 2026
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি
জীৱনশৈলী

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

May 26, 2026
Next Post
এই কাম নকৰিলে নাপাব পাৰে PM কিষাণ যোজনাৰ ২০ তম কিস্তিৰ ধন, ৩০ এপ্ৰিলৰ পূৰ্বেই কৰক এই কাম

এই কাম নকৰিলে নাপাব পাৰে PM কিষাণ যোজনাৰ ২০ তম কিস্তিৰ ধন, ৩০ এপ্ৰিলৰ পূৰ্বেই কৰক এই কাম

ভিটামিন ডিৰ অভাৱত হ’ব পাৰে কৰ্কট! এইকেইবিধ খাদ্যৰ পৰাই লাভ কৰিব এই ভিটামিন, জানি থওক তালিকা

ভিটামিন ডিৰ অভাৱত হ’ব পাৰে কৰ্কট! এইকেইবিধ খাদ্যৰ পৰাই লাভ কৰিব এই ভিটামিন, জানি থওক তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.