• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৃহঋণ বোজা নহয়, গৃহঋণে এই ৫ধৰণে লাভ প্ৰদান কৰে আপোনাক, জানি থওক সমস্ত তথ্য

গৃহঋণ বোজা নহয়, গৃহঋণে এই ৫ধৰণে লাভ প্ৰদান কৰে আপোনাক, জানি থওক সমস্ত তথ্য

1 year ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

27 minutes ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

48 minutes ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

1 hour ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

11 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

11 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

12 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

12 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

12 hours ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

14 hours ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

14 hours ago
বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

15 hours ago
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গৃহঋণ বোজা নহয়, গৃহঋণে এই ৫ধৰণে লাভ প্ৰদান কৰে আপোনাক, জানি থওক সমস্ত তথ্য

গৃহঋণ বোজা নহয়, গৃহঋণে এই ৫ধৰণে লাভ প্ৰদান কৰে আপোনাক, জানি থওক সমস্ত তথ্য

editor by editor
May 3, 2025
in জীৱনশৈলী, বাণিজ্য
0
গৃহঋণ বোজা নহয়, গৃহঋণে এই ৫ধৰণে লাভ প্ৰদান কৰে আপোনাক, জানি থওক সমস্ত তথ্য
0
SHARES
704
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুতৰেই ধাৰণা যে গৃহঋণ মানেই এক বোজা৷ কাৰণ পৰিশোধ কৰিবলৈ বছৰৰ পাছত বছৰ সময় লাগে৷ কিন্তু জানেনে গৃহঋণ ল’লে বহুক্ষেত্ৰত আপোনাৰেই সুবিধা হয়৷ এই সুবিধাসমূহৰ বাবেই ধনী ব্যক্তিয়েও বহু সময়ত ঘৰ নিৰ্মাণৰ বাবে বা ঘৰ ক্ৰয় কৰাৰ বাবে ধন সম্পূৰ্ণকৈ নিজৰ পৰা দিয়াৰ সলনি গৃহঋণ লয়৷

কৰৰ সুবিধা

গৃহঋণ ল’লে আপুনি আয়কৰত বহু পৰিমাণে ৰেহাই পায়৷ ধাৰা ২৪(খ)ৰ অধীনত আপুনি বাৰ্ষিক প্ৰদত্ত সুদৰ ওপৰত ২ লাখ টকা পৰ্যন্ত কৰ ৰেহাই পাব পাৰে৷ ধাৰা ৮০ চিৰ অধীনত আপুনি মূল পৰিশোধত ১.৫লাখ টকা ৰেহাই পাব পাৰে৷ যদি গৃহঋণত দুজন আবেদনকাৰী থাকে তেন্তে উভয়েই পৃথকভাৱে কৰ সুবিধা লাভ কৰিব৷ ইয়াৰ সৈতে আপুনি প্ৰতি বছৰে ৭ লাখলৈকে কৰ ৰেহাই কৰিব পাৰে৷

সম্পত্তিৰ কাগজ পত্ৰ সঠিক থাকে

ঋণ দিয়াৰ পূৰ্বে যিহেতু বেংকসমূহে সম্পত্তিৰ সম্পূৰ্ণ আইনী পৰীক্ষা কৰে৷ সম্পত্তি মালিকানা আৰু সমস্ত আইনী নথি চোৱাৰ পাছত নিশ্চিত কৰিহে ঋণ প্ৰদান কৰে৷ যেতিয়া বেংকে আপোনাক গৃহঋণৰ বাবে অনুমোদন দিয়ে তেতিয়া ইয়াৰ অৰ্থ হ’ল আপোনাৰ সম্পত্তিটো সম্পূৰ্ণ নিৰাপদ আৰু কাগজ পত্ৰও সম্পূৰ্ণ সঠিক৷

সঞ্চয়তো ৰেহাই পাব

বিশেষকৈ ব্যক্তিগত ঋণৰ তুলনাত গৃহঋণৰ সুদৰ হাৰ কম৷ সেয়ে আপোনাৰ সমস্ত সঞ্চয় ঘৰ কিনাৰ বাবে ব্যৱহাৰ কৰাৰ পৰিবৰ্তে আপুনি ঋণ ল’ব পাৰে৷ আৰু ধীৰে ধীৰে পৰিশোধ কৰিব পাৰে৷ আপুনি ভৱিষ্যতৰ প্ৰয়োজনত আপোনাৰ সঞ্চয় ব্যৱহাৰ কৰিব পাৰে অথৱা ভাল ৰিটাৰ্ণৰ বাবে কৰোবাত বিনিয়োগ কৰিব পাৰে৷

টপ আপ ঋণৰ বিকল্প সুবিধা

আপুনি কম সুদৰ হাৰত আপোনাৰ গৃহঋণৰ ওপৰত অতিৰিক্ত ঋণ ল’ব পাৰে৷ আপুনি আপোনাৰ গৃহঋণৰ সময়কালৰ মাজত ১০, ১৫, ২০ বছৰৰ ভিতৰত সেয়া পৰিশোধ কৰিব পাৰে৷

ক্ৰেডিট স্কোৰ উন্নত কৰে

আপোনাৰ ক্ৰেডিট স্কোৰ কম হ’লে সময়মতে গৃহঋণ পৰিশোধ কৰিলে সেয়া উন্নত হোৱাত সহায় কৰে৷ ইয়াৰোপৰি আপুনি যদি এগৰাকী মহিলাক সহআবেদনকাৰী হিচাপে লয় তেতিয়া বেংকে কম সুদৰ হাৰতেই আপোনাক ঋণ অফাৰ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম
জীৱনশৈলী

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

May 20, 2026
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

May 20, 2026
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে
জীৱনশৈলী

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

May 19, 2026
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা
জীৱনশৈলী

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

May 19, 2026
Next Post
কোনো পথেৰেই আহিব নোৱাৰিব পাকিস্তানী পণ্য! পাকিস্তানৰ পৰা প্ৰত্যক্ষ-পৰোক্ষ সকলো আমদানি নিষিদ্ধ কৰিলে ভাৰতীয় বাণিজ্য মন্ত্ৰণালয়ে

কোনো পথেৰেই আহিব নোৱাৰিব পাকিস্তানী পণ্য! পাকিস্তানৰ পৰা প্ৰত্যক্ষ-পৰোক্ষ সকলো আমদানি নিষিদ্ধ কৰিলে ভাৰতীয় বাণিজ্য মন্ত্ৰণালয়ে

দুখৰ দিন শেষ! ৩মে’ৰ পৰা এই ৫ৰাশিৰ আৰম্ভ হৈছে ভালদিন, ধনৰ বৃষ্টি হ’ব এওঁলোকৰ ওপৰত

দুখৰ দিন শেষ! ৩মে’ৰ পৰা এই ৫ৰাশিৰ আৰম্ভ হৈছে ভালদিন, ধনৰ বৃষ্টি হ’ব এওঁলোকৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.