• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুখৰ দিন শেষ! ৩মে’ৰ পৰা এই ৫ৰাশিৰ আৰম্ভ হৈছে ভালদিন, ধনৰ বৃষ্টি হ’ব এওঁলোকৰ ওপৰত

দুখৰ দিন শেষ! ৩মে’ৰ পৰা এই ৫ৰাশিৰ আৰম্ভ হৈছে ভালদিন, ধনৰ বৃষ্টি হ’ব এওঁলোকৰ ওপৰত

1 year ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

33 minutes ago
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

1 hour ago
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

2 hours ago
ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

3 hours ago
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

4 hours ago
টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

16 hours ago
ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

16 hours ago
গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

17 hours ago
ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

17 hours ago
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

18 hours ago
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

18 hours ago
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুখৰ দিন শেষ! ৩মে’ৰ পৰা এই ৫ৰাশিৰ আৰম্ভ হৈছে ভালদিন, ধনৰ বৃষ্টি হ’ব এওঁলোকৰ ওপৰত

দুখৰ দিন শেষ! ৩মে’ৰ পৰা এই ৫ৰাশিৰ আৰম্ভ হৈছে ভালদিন, ধনৰ বৃষ্টি হ’ব এওঁলোকৰ ওপৰত

editor by editor
May 3, 2025
in জীৱনশৈলী
0
দুখৰ দিন শেষ! ৩মে’ৰ পৰা এই ৫ৰাশিৰ আৰম্ভ হৈছে ভালদিন, ধনৰ বৃষ্টি হ’ব এওঁলোকৰ ওপৰত
0
SHARES
7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আজি ৩ মে শনিবাৰ৷ তিথি হৈছে ব’হাগৰ শুক্ল ষষ্ঠী আৰু সপ্তমী৷ এই দিনটোত শনি দেৱতাৰ প্ৰভাৱ থাকে কাৰণে শনিবাৰ শনি গ্ৰহৰ দিন৷ সৌভাগ্যৰ বিষয় এয়াই যে আজি চন্দ্ৰ দেৱে স্বৰাশি চক্ৰ কৰ্কট ৰাশিত মঙ্গল গ্ৰহৰ সৈতে যুক্ত হব৷ সেই কাৰণেই বিশেষ ধন যোগ গঠিত হব৷ আজি একাধিক কামত ত্ৰিগুণ লাভ কৰিব ৫ৰাশিৰ জাতক জাতিকাই৷ মেষ, কৰ্কট, কন্যা, তুলা আৰু মকৰ এই পাঁচ ৰাশিৰ বাবে আজিৰ দিনটো বিশেষ সৌভাগ্যদায়ক৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো আৱেগপূৰ্ণ, আনন্দ আৰু আৰ্থিক সাফল্যৰে ভৰপুৰ থাকিব৷ নিজৰ কামত আত্মতুষ্টি অনুভৱ কৰিব৷ চৰকাৰী কামত যুক্ত থাকিলে সহায় পাব৷ ৰিয়েল এষ্টেট, কৃষি বা যানবাহন সংক্ৰান্তীয় ব্যৱসায়ত উপাৰ্জনৰ সুযোগ আহিব৷ পৰিয়ালত শান্তিপূৰ্ণ পৰিবেশত মনত স্বস্তি পাব৷ জীৱনসংগীৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব৷ প্ৰেমৰ সম্পৰ্কত এজনে আনজনৰ আবেগক কদৰ কৰিব৷ একেলগে ঘৰ সজোৱা বা নতুন কিছু পৰিকল্পনা আৰম্ভ কৰিব৷ মাতৃৰ পৰাও সাহায্য পাব পাৰে৷

কৰ্কট ৰাশি

আজি কৰ্কট ৰাশিৰ জাতকে ব্যৱসায়ত নতুন দিশত আগবাঢ়িব৷ আত্মবিশ্বাস বাঢ়িব৷ নিজৰ নেতৃত্বগুণ আৰু ব্যৱস্থাপনা দক্ষতাৰ মাধ্যমেৰে লাভৱান হব৷ পানী, চিকিৎসা, শিক্ষা আৰু পৰিসেৱা সংক্ৰান্তিয় কামত যুক্ত ব্যক্তিয়ে বিশেষ লাভ পাব৷ শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটোত সুখবৰ আহিব পাৰে৷ বিশেষকৈ যিসকলে কলা বা সংস্কৃতিৰ সৈতে যুক্ত তেওঁলোকৰ লাভ হ’ব পাৰে৷ যিসকলৰ পেটৰ সমস্যা আছে, তেওঁলোকে কিছু আৰাম পাব পাৰে৷ পাৰিবাৰিক পৰিবেশ আনন্দময় থাকিব৷ সন্তানৰ পৰা ভাল খবৰ আহিব৷ মানসিক চাপ কমিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো চাৰিওফালৰ পৰা লাভৰ সম্ভাৱনা আছে৷ আয়ৰ একাধিক উৎসৰ পৰা লাভ হব পাৰে৷ ভায়েক ভনীয়েক আৰু বন্ধুৰ সহায় লাভ কৰিব৷ পুৰণি কোনো বিনিয়োগৰ পৰা মুনাফা আহিব পাৰে৷ যিসকলে মাৰ্কেটিং, অনলাইন ব্যৱসায় বা ট্ৰেডিংৰ সৈতে যুক্ত তেঁওলোকৰ সফলতা নিশ্চিত৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব৷ বিলাসিতাৰ ওপৰত ব্যয় হব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো অত্যন্ত সৌভাগ্যময়৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷ অফিচত উচ্চপদস্থসকলৰ সহায়তা লাভ কৰিব৷ দীৰ্ঘদিন ধৰি কোনো সমস্যাত ভূগি থাকিলে সেই সমস্যাৰ সমাধান হব৷ পদোন্নতিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত আপোনাৰ কদৰ বাঢ়িব৷ পৰিচিতসকলৰ মাধ্যমেৰে লাভৱান হব পাৰে৷ প্ৰশাসনিক, ৰাজনৈতিক বা মেনেজমেণ্টৰ সৈতে যুক্ত ব্যক্তিয়ে বিশেষ সুবিধা পাব৷ সামাজিক সন্মান বাঢ়িব৷ প্ৰেমৰ জীৱনত উত্তেজনা থাকিব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে ৩ মেৰ দিনটো প্ৰত্যাশাতকৈ বেছি লাভ পাব৷ বিশেষকৈ যিসকলে পাৰ্টনাৰচিপৰ কাম কৰিছে তেওঁলোকে দ্বিগুণ মুনাফা পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং
জীৱনশৈলী

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

May 10, 2026
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক
জীৱনশৈলী

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

May 10, 2026
টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!
জীৱনশৈলী

টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

May 9, 2026
ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!
জীৱনশৈলী

ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

May 9, 2026
Next Post
বন্ধ হোৱাটো খাটাং এই ১৫টা বেংক, আপোনাৰো এইকেইটা বেংকত ধন জমা আছে নেকি? কি হ’ব সেই ধনৰ?

বন্ধ হোৱাটো খাটাং এই ১৫টা বেংক, আপোনাৰো এইকেইটা বেংকত ধন জমা আছে নেকি? কি হ’ব সেই ধনৰ?

কা* সূত্ৰ, স* গম ভংগীক লৈ আলোচনা, মহিলাক অন্তৰ্বাস খুলিবলৈ বাধ্য কৰাকে ধৰি একাধিক বিতৰ্কিত কাম! বিতৰ্কত অটিটি প্লেটফৰ্মৰ ৰিয়েলিটি শ্ব’ ‘হাউছ এৰেষ্ট’

কা* সূত্ৰ, স* গম ভংগীক লৈ আলোচনা, মহিলাক অন্তৰ্বাস খুলিবলৈ বাধ্য কৰাকে ধৰি একাধিক বিতৰ্কিত কাম! বিতৰ্কত অটিটি প্লেটফৰ্মৰ ৰিয়েলিটি শ্ব’ ‘হাউছ এৰেষ্ট’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.