• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধ হ’ব পৃথিৱীৰ অন্যতম বৃহৎ এই মোবাইল ব্ৰেণ্ড! হাতত সময় মাত্ৰ দুমাহ, কি কৰিব কোটি কোটি গ্ৰাহকে?

বন্ধ হ’ব পৃথিৱীৰ অন্যতম বৃহৎ এই মোবাইল ব্ৰেণ্ড! হাতত সময় মাত্ৰ দুমাহ, কি কৰিব কোটি কোটি গ্ৰাহকে?

1 year ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

2 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

2 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

2 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

3 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

3 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

4 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

4 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

5 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

6 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

7 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

8 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বন্ধ হ’ব পৃথিৱীৰ অন্যতম বৃহৎ এই মোবাইল ব্ৰেণ্ড! হাতত সময় মাত্ৰ দুমাহ, কি কৰিব কোটি কোটি গ্ৰাহকে?

বন্ধ হ’ব পৃথিৱীৰ অন্যতম বৃহৎ এই মোবাইল ব্ৰেণ্ড! হাতত সময় মাত্ৰ দুমাহ, কি কৰিব কোটি কোটি গ্ৰাহকে?

editor by editor
May 4, 2025
in প্ৰযুক্তি, বাণিজ্য
0
বন্ধ হ’ব পৃথিৱীৰ অন্যতম বৃহৎ এই মোবাইল ব্ৰেণ্ড! হাতত সময় মাত্ৰ দুমাহ, কি কৰিব কোটি কোটি গ্ৰাহকে?
0
SHARES
6.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এসময়ত পৃথিৱীৰ সৰ্ববৃহৎ মোবাইল ব্ৰেণ্ডসমূহৰ মাজত অন্যতম আছিল LG, কিন্তু স্মাৰ্টফোনৰ বজাৰত টিকি থাকিব নোৱাৰিলে এই ব্ৰেণ্ড৷ অৱশেষত নিজৰ মোবাইলৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে দক্ষিণ কোৰিয়াৰ এই সংস্থাই৷

সংস্থাৰ তৰফৰ পৰা দিয়া বিবৃতিত জনা গৈছে যে আগন্তুক ৩০ জুন তাৰিখে মোবাইল নিৰ্মাণৰ ওপৰিও ইতিপূৰ্বে বিক্ৰি হোৱা সকলো ফোনৰ আপডেট বন্ধ কৰি দিব LGয়ে৷ বিবৃত্তিত কোৱা হৈছে যে যি গ্ৰাহকে LG মোবাইলক এদিন ভৰসা কৰিছিল তেওঁলোকৰ ওচৰত আমি সদায়ে কৃতজ্ঞ৷ উল্লেখ্য যে ২০২১ চনত মোবাইল ব্যৱসায় বন্ধ কৰাৰ কথা জনাইছিল সংস্থাটোৱে৷ কিন্তু ঠিক কেতিয়া বন্ধ হ’ব সেই কথা স্পষ্টকৈ জনোৱা নাছিল৷

সংস্থাৰ তৰফৰ পৰা গ্ৰাহকসকলক অনুৰোধ জনোৱা হৈছিল যে ৩০ জুনৰ পূৰ্বেই যাৱতীয় ছফ্টৱেৰ আপডেট কৰাই দিয়া হ’ব৷ কাৰণ তাৰপিছত আৰু কোনো ধৰণৰ আপডেট কৰিব পৰা নাযাব৷ মোবাইল বন্ধ কৰিলেও অন্যান্য বৈদ্যুতিক সৰঞ্জাম নিৰ্মাণ বন্ধ নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ
বাণিজ্য

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

August 27, 2026
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…
বাণিজ্য

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

August 26, 2026
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম
বাণিজ্য

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

August 26, 2026
Next Post
শোকাৱহ, ৭০০ ফুট দ’ খাৱৈত বাগৰিল সেনাৰ বাহন, ৩ সেনা জোৱান শ্বহীদ

শোকাৱহ, ৭০০ ফুট দ' খাৱৈত বাগৰিল সেনাৰ বাহন, ৩ সেনা জোৱান শ্বহীদ

নিম্নগামী গৈছে সোণৰ দাম, জানক আপোনাৰ চহৰত কিমান হ্ৰাস পালে মূল্য

নিম্নগামী গৈছে সোণৰ দাম, জানক আপোনাৰ চহৰত কিমান হ্ৰাস পালে মূল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.