• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ, ৭০০ ফুট দ’ খাৱৈত বাগৰিল সেনাৰ বাহন, ৩ সেনা জোৱান শ্বহীদ

শোকাৱহ, ৭০০ ফুট দ’ খাৱৈত বাগৰিল সেনাৰ বাহন, ৩ সেনা জোৱান শ্বহীদ

1 year ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

38 minutes ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

2 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

3 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

4 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

5 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

5 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

18 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

18 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

18 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

19 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

20 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শোকাৱহ, ৭০০ ফুট দ’ খাৱৈত বাগৰিল সেনাৰ বাহন, ৩ সেনা জোৱান শ্বহীদ

editor by editor
May 4, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
শোকাৱহ, ৭০০ ফুট দ’ খাৱৈত বাগৰিল সেনাৰ বাহন, ৩ সেনা জোৱান শ্বহীদ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকাৱহ, ৭০০ ফুট দ’ খাৱৈত বাগৰিল সেনাৰ বাহন, ৩ সেনা জোৱান শ্বহীদ

আজি ৪ মে’ দেওবাৰে জম্মু-কাশ্মীৰৰ ৰামবান জিলাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। সেনাবাহিনীৰ এখন ট্ৰাক পিছলি প্ৰায় ৭০০ ফুট দ’ খাৱৈত বাগৰি পৰে। এই মৰ্মান্তিক দুৰ্ঘটনাত তিনিজন জোৱান শ্বহীদ হয়।

বিষয়াসকলে জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ৰ বেটাৰী চাছমাৰ সমীপত পুৱা প্ৰায় ১১:৩০ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনা। এই সেনাবাহিনীৰ ট্ৰাক জম্মুৰ পৰা শ্ৰীনগৰলৈ যোৱা কনভয়ৰ অংশ আছিল।

দুৰ্ঘটনাটোৰ কিছু সময়ৰ পিছতে এছ ডি আৰ এফ, আৰক্ষী, সেনা আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে যৌথভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

দুৰ্ঘটনাটোত গাড়ীখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে তাত থকা তিনিজন জোৱান শ্বহীদ হয়। শ্বহীদ জোৱানসকলৰ নাম অমিত কুমাৰ, সুজিত কুমাৰ আৰু মন বাহাদুৰ।

ইতিমধ্যে খাৱৈৰ পৰা উদ্ধাৰ কৰা হৈছে জোৱান কেইজনৰ মৃতদেহ। বিষয়াসকলে কয় যে দুৰ্ঘটনাটো ইমানেই মৰ্মান্তিক আছিল যে দুৰ্ঘটনাৰ পিছত বাহনখন একেবাৰে ধ্বংস হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indian armyjammu and kashmirroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা
জীৱনশৈলী

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

July 10, 2026
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট
অসম

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

July 10, 2026
Next Post
নিম্নগামী গৈছে সোণৰ দাম, জানক আপোনাৰ চহৰত কিমান হ্ৰাস পালে মূল্য

নিম্নগামী গৈছে সোণৰ দাম, জানক আপোনাৰ চহৰত কিমান হ্ৰাস পালে মূল্য

ৰাশি অনুযায়ী ভ্ৰমণ কৰক জ্যোতিৰ্লিংগ, ভগৱান শিৱৰ আশীৰ্বাদত আপোনাৰ ভাগ্য জিলিকিব

ৰাশি অনুযায়ী ভ্ৰমণ কৰক জ্যোতিৰ্লিংগ, ভগৱান শিৱৰ আশীৰ্বাদত আপোনাৰ ভাগ্য জিলিকিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.