• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জম্মু-কাশ্মীৰৰ পুঞ্চত শত্ৰুৰ গোপনস্থলী ধ্বংস, উদ্ধাৰ হৈছে আই ই ডি আৰু অন্যান্য সামগ্ৰী

জম্মু-কাশ্মীৰৰ পুঞ্চত শত্ৰুৰ গোপনস্থলী ধ্বংস, উদ্ধাৰ হৈছে আই ই ডি আৰু অন্যান্য সামগ্ৰী

1 year ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

1 hour ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

2 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

2 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

3 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

4 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

4 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

5 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

6 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

7 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

7 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জম্মু-কাশ্মীৰৰ পুঞ্চত শত্ৰুৰ গোপনস্থলী ধ্বংস, উদ্ধাৰ হৈছে আই ই ডি আৰু অন্যান্য সামগ্ৰী

editor by editor
May 5, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
জম্মু-কাশ্মীৰৰ পুঞ্চত শত্ৰুৰ গোপনস্থলী ধ্বংস, উদ্ধাৰ হৈছে আই ই ডি আৰু অন্যান্য সামগ্ৰী
0
SHARES
343
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জম্মু-কাশ্মীৰৰ পুঞ্চত শত্ৰুৰ গোপনস্থলী ধ্বংস, উদ্ধাৰ হৈছে আই ই ডি আৰু অন্যান্য সামগ্ৰী

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনীয়ে এটা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰে। জিলাখনৰ সুৰংকোট ছেক্টৰৰ হৰি মাৰোতে গাঁৱত এই সন্ত্ৰাসবাদী আত্মগোপন স্থান আৱিষ্কাৰ কৰে নিৰাপত্তা বাহিনীয়ে।

দেওবাৰে গভীৰ নিশা সেনা, আৰক্ষী আৰু এছ অ’ জিকে ধৰি নিৰাপত্তা বাহিনীয়ে যৌথ অনুসন্ধান অভিযানত ধৰা পৰে আৰু তাৰ পৰা পাঁচটা আই ই ডি, বেতাঁৰ চেট আৰু কিছু কাপোৰ উদ্ধাৰ কৰে।

ভাৰতীয় সেনাবাহিনীৰ ৰাষ্ট্ৰীয় ৰাইফলছ (আৰ আৰ), পেৰা কমাণ্ডো ইউনিট আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথভাৱে চলোৱা এক অনুসন্ধান অভিযানৰ সময়ত পাকিস্তানী সন্ত্ৰাসবাদীৰ এটা অত্যাধুনিক আত্মগোপনস্থলী ধৰা পৰে৷

প্ৰায় ছয় ফুট দ আৰু আঠ ফুট বহল এই মাটিৰ তলৰ গাঁতটোত সন্ত্ৰাসবাদীয়ে দীৰ্ঘদিনীয়া আত্মগোপনৰ ব্যৱস্থা কৰিছিল। এই ঠাইত সন্ত্ৰাসবাদীয়ে মজুত কৰিছিল গেছ চিলিণ্ডাৰ, সৌৰ লাইট, অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indian armyIndian Army Success
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
এইবাৰ ভাৰতৰ হৈ ৭ গৰাকী চেলেব্ৰিটিয়ে অংশগ্ৰহণ কৰিব মীট গালাত, তালিকাত কোন কোন

এইবাৰ ভাৰতৰ হৈ ৭ গৰাকী চেলেব্ৰিটিয়ে অংশগ্ৰহণ কৰিব মীট গালাত, তালিকাত কোন কোন

মুখতেই ফুঁটি উঠে কিডনি বিকল হোৱাৰ ৫ লক্ষণ! কি কি লক্ষণ দেখিলে অৱহেলা কৰা উচিত নহয়?

মুখতেই ফুঁটি উঠে কিডনি বিকল হোৱাৰ ৫ লক্ষণ! কি কি লক্ষণ দেখিলে অৱহেলা কৰা উচিত নহয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.