• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ সৈতে কথা হ’লে সন্ত্ৰাসবাদক লৈয়েই কথা হব৷ পাকিস্তানৰ সৈতে এইবাৰ কথা হ’লে পাক অধিকৃত কাশ্মীৰক লৈয়েই হ’ব৷ আজি বুদ্ধপূৰ্ণিমা, শান্তিৰ পথো যুদ্ধৰেই মুকলি হয়ঃ PM মোদী

পাকিস্তানৰ সৈতে কথা হ’লে সন্ত্ৰাসবাদক লৈয়েই কথা হব৷ পাকিস্তানৰ সৈতে এইবাৰ কথা হ’লে পাক অধিকৃত কাশ্মীৰক লৈয়েই হ’ব৷ আজি বুদ্ধপূৰ্ণিমা, শান্তিৰ পথো যুদ্ধৰেই মুকলি হয়ঃ PM মোদী

1 year ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

26 minutes ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

47 minutes ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

2 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

3 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

4 hours ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

5 hours ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

7 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

8 hours ago
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

8 hours ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

9 hours ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাকিস্তানৰ সৈতে কথা হ’লে সন্ত্ৰাসবাদক লৈয়েই কথা হব৷ পাকিস্তানৰ সৈতে এইবাৰ কথা হ’লে পাক অধিকৃত কাশ্মীৰক লৈয়েই হ’ব৷ আজি বুদ্ধপূৰ্ণিমা, শান্তিৰ পথো যুদ্ধৰেই মুকলি হয়ঃ PM মোদী

পাকিস্তানৰ সৈতে কথা হ’লে সন্ত্ৰাসবাদক লৈয়েই কথা হব৷ পাকিস্তানৰ সৈতে এইবাৰ কথা হ’লে পাক অধিকৃত কাশ্মীৰক লৈয়েই হ’ব৷ আজি বুদ্ধপূৰ্ণিমা, শান্তিৰ পথো যুদ্ধৰেই মুকলি হয়৷

editor by editor
May 12, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা, শিক্ষা
0
পাকিস্তানৰ সৈতে কথা হ’লে সন্ত্ৰাসবাদক লৈয়েই কথা হব৷ পাকিস্তানৰ সৈতে এইবাৰ কথা হ’লে পাক অধিকৃত কাশ্মীৰক লৈয়েই হ’ব৷ আজি বুদ্ধপূৰ্ণিমা, শান্তিৰ পথো যুদ্ধৰেই মুকলি হয়ঃ PM মোদী
0
SHARES
436
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ পৰাক্ৰমী সেনা, সশস্ত্ৰ বাহিনী, এজেন্সি আৰু আমাৰ বিজ্ঞানীক চেল্যুট জনাই মই মোৰ সংবাদমেল আৰম্ভ কৰিছো৷ প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় – যেতিয়া দেশ একজোঁট হয়, যেতিয়া সকলোৰে আগত দেশ আহে তাৰ ফল নিশ্চয় পোৱা যায়৷ যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদক শেষ কৰি দিবলৈ ভাৰতে আক্ৰমণ কৰে তেতিয়া সন্ত্ৰাসবাদী সংগঠনেই নহয় তেওঁলোকৰ মনোবলো ভাঙি গুৰি কৰি দিলে৷

অপাৰেছন সেন্দূৰৰ প্ৰাপ্তিৰ বাবে সেনাৰ পৰাক্ৰমক আমি উৎসৰ্গা কৰিছো দেশৰ সকলো মাৰ চৰণত৷ দেশৰ মহিলাৰ নামত৷ স্ত্ৰী, শিশুৰ সন্মুখতেই ধৰ্ম সুধি নৃশংস হত্যালীলা চলাইছিল পহেলগামত এই ঘটনাৰেই প্ৰতিবাদ কৰি আমি অপাৰেছন সিন্দূৰ কৰিছো৷

পৃথিৱীত ডাঙৰ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ হেড কোৱাৰ্টাৰ ভাঙি দিয়া হৈছে৷ পাকিস্তান এতিয়া হতাশাত ভূগিছে৷ তেওঁলোক নিৰাশাত ভূগিছে৷ এই অৱস্থাত তেওঁলোকে আৰু এটা ভুল কৰিছে৷ ভাৰতৰ সংগ দিয়াৰ সলনি সন্ত্ৰাসবাদৰ সংগ দিছে৷ সন্ত্ৰাসবাদক ৰক্ষা কৰিবলৈ আমাৰ ওপৰতেই আক্ৰমণ কৰিছে৷ আমাৰ স্কুল-কলেজ, সাধাৰণ নাগৰিকৰ ঘৰ, মন্দিৰ আদিক টাৰ্গেট কৰিছে পাকিস্তানে৷ এই পৰিকল্পনাত তেওঁলোক ব্যৰ্থ হ’ল৷ দুনীয়াই দেখিলে কেনেকৈ পাকিস্তানৰ ড্ৰোণ, মিছাইল ভাৰতৰ হাতত ধুলিস্যাৎ হল৷ আকাশতেই নষ্ট কৰি দিয়া হল৷ তিনি দিনত পাকিস্তানক যি কৰা হৈছে সেয়া তেওঁলোকে ভাৱিবই পৰা নাছিল৷ এতিয়া তেওঁলোকে বাচিবলৈ ৰাস্তা বিচাৰিছে৷ দেশে দেশে ঘূৰিছে৷ বেয়াকৈ মাৰ খোৱাৰ পাছত ১০ মেত পাকিস্তানী সেনাই আমাৰ ডিজিএমৰ দ্বাৰস্থ হৈছে৷ ইয়াৰ পূৰ্বে আমি পাকিস্তানৰ মাটিত থকা সন্ত্ৰাসবাদীৰ ঘাঁটি গুৰি কৰি দিছো৷

আমাৰ সেনাবাহিনী সদায়ে সতৰ্ক৷ আকাশ, পানী, মাটি সৰ্বত্ৰতে আমি প্ৰস্তুত আছো৷ নতুন নৰ্মেল তৈয়াৰ কৰিছে সেনাই৷ ভৱিষ্যতে প্ৰয়োজন হলে আকৌ জৱাব দিয়া হব৷ কোনো নিউক্লিয়াৰ ব্লেকমেইল ভাৰতে সহ্য নকৰে৷

ষ্টেট স্পনছৰ্ড টেৰৰিজমৰ ডাঙৰ উদাহৰণ পহেলগাম কাণ্ড৷ প্ৰত্যেক যুদ্ধতেই আমি পাকিস্তানত পৰাস্ত কৰিছো৷ অপাৰেছন সিন্দূৰৰ শ্ৰেষ্ঠতা সিদ্ধি কৰিছো আমি৷ মেড ইন ইণ্ডিয়া হাথিয়াৰৰ কাম প্ৰমাণ হৈছে৷ আৰু সন্ত্ৰাসবাদীসকলৰ এই ধৰণৰ কাৰ্যকলাপ সহ্য নকৰে ভাৰতে৷ পাকিস্তানক যদি ৰক্ষা কৰিব লাগে তেন্তে তেওঁলোকৰ সন্ত্ৰাসৰ পৰিকাঠামো নিৰ্মূল কৰিব লাগিব৷ এইবাৰ পাকিস্তানৰ সৈতে কথা হ’লে সন্ত্ৰাসবাদক লৈয়েই কথা হব৷ পাকিস্তানৰ সৈতে এইবাৰ কথা হ’লে পাক অধিকৃত কাশ্মীৰক লৈয়েই হ’ব৷ আজি বুদ্ধপূৰ্ণিমা, শান্তিৰ পথো যুদ্ধৰেই মুকলি হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

September 11, 2026
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?
জীৱনশৈলী

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

September 11, 2026
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?
বাণিজ্য

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

September 11, 2026
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড
অসম

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

September 11, 2026
Next Post
‘পাৰমাণৱিক যুদ্ধ হোৱাৰ পৰা দুই দেশক ৰক্ষা কৰিছো!’ প্রধামন্ত্ৰীৰ ভাষণৰ পূৰ্বেই ডনাল্ড ট্ৰাম্পে কিয় দিছিল এই বাৰ্তা?

‘পাৰমাণৱিক যুদ্ধ হোৱাৰ পৰা দুই দেশক ৰক্ষা কৰিছো!’ প্রধামন্ত্ৰীৰ ভাষণৰ পূৰ্বেই ডনাল্ড ট্ৰাম্পে কিয় দিছিল এই বাৰ্তা?

নিউক্লিয়েৰ ব্লেকমেইল ভাৰতে সহ্য নকৰে, পাক চৰকাৰক কি কি ধমক দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

নিউক্লিয়েৰ ব্লেকমেইল ভাৰতে সহ্য নকৰে, পাক চৰকাৰক কি কি ধমক দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.