• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰমেই নহয়, আৰু বহু কিবাকিবি বিচাৰে প্ৰেমিকাই

মৰমেই নহয়, আৰু বহু কিবাকিবি বিচাৰে প্ৰেমিকাই

6 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

12 minutes ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

30 minutes ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

1 hour ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

1 hour ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

2 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

2 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

4 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

5 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

6 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

6 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৰমেই নহয়, আৰু বহু কিবাকিবি বিচাৰে প্ৰেমিকাই

প্ৰেমিকাৰ হেঁপাহ, প্ৰেমিকাৰ অনুৰাগ। প্ৰেমিক কেনেকুৱা হোৱাটো বিচাৰে প্ৰেমিকাই?

editor by editor
November 29, 2020
in জীৱনশৈলী
0
মৰমেই নহয়, আৰু বহু কিবাকিবি বিচাৰে প্ৰেমিকাই
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৰমেই নহয়, আৰু বহু কিবাকিবি বিচাৰে প্ৰেমিকাই। একমাত্ৰ এবুকু মৰমেৰে ধৰি ৰাখিব নোৱাৰে প্ৰেমিকাক। হৃদয়ৰ ৰাণীক ধৰি ৰাখিবলৈ প্ৰেমিকৰ থাকিব লাগে বহু গুণ। অকল টকা-পইচা, পার্ক-ৰেণ্টুৰেণ্টৰ মায়াজালেৰে প্ৰেমিকাৰ হৃদয় জুৰুৱা সহজ নহয়। প্ৰেমিকাই আৰু বহু কিবাকিবি বিচাৰে। সকলো প্ৰেমিকাই বিচাৰে হৃদয়ৰ ৰাজকুমাৰ ব্যতিক্ৰম হওক, আনতকৈ পৃথক হওক।

প্ৰেমিকক কেনেকুৱা হোৱাটো বিচাৰে প্ৰেমিকাই?

নম্ৰতাঃ প্ৰেমিক নম্ৰ হোৱাটো বিচাৰে প্ৰত্যেক প্ৰেমিকাই। দয়াৱান আৰু নম্ৰ যুৱকক অধিক পছন্দ কৰে যুৱতীয়ে।

বুদ্ধিমানঃ বুদ্ধিমান পুৰুষৰ প্ৰতি অধিক আকর্ষিত হয় যুৱতীসকল।

উদাৰঃ উদাৰতা এক বিৰল গুণ। উদাৰ পুৰুষক অধিক পছন্দ কৰে যুৱতীয়ে।

আত্মবিশ্বাসঃ আত্মবিশ্বাস অত্যন্ত গুৰুত্বপূর্ণ গুণ। যি যুৱকৰ মুখত আত্মবিশ্বাসৰ ৰেশ যুৱতীয়ে দেখা পায়, তেনে যুৱকক অধিক পছন্দ কৰে যুৱতীয়ে।

পৰিষ্কাৰ-পৰিচ্ছন্নতা এক গুৰুত্বপূর্ণ বিষয়। কাঢ়া ইস্ত্ৰী কৰা ৰংচঙীয়া কাপোৰ পিন্ধি, নিতৌ ধোৱা চিকচিকীয়া বাইকত ফুল টেংকী তেল ভৰাই প্ৰেমিকাক উঠাই লৈ ফুৰিলেও হাঁহিলে যদি গুটখা খাই লেতেৰা হোৱা বত্ৰিশ দন্ত প্ৰকাশ হয়, তেনেহ’লে প্ৰেমিকা বিতুষ্ট নোহোৱাতো দৈৱ লিখনহে বুলিব লাগিব। গতিকে প্ৰেমৰ বৰ পুখুৰীত জাঁপ দিয়াৰ চেষ্টা চলাই থকাসকলে এই দিশবোৰতো গুৰুত্ব দিলেহে মনৰ আশা পূৰ হোৱাৰ সম্ভাৱনা থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
Next Post
বিজেপিৰ কৃষকহীতৈষী আইন নবুজুহে নুবুজে কৃষকে

বিজেপিৰ কৃষকহীতৈষী আইন নবুজুহে নুবুজে কৃষকে

হাফলঙৰ সন্তোষ হোজাইৰ হত্যাকাণ্ডত কোন DSP জড়িত?

হাফলঙৰ সন্তোষ হোজাইৰ হত্যাকাণ্ডত কোন DSP জড়িত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.